Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Tension among the fish farmers in Nagaon :নগাঁৱত মীন পালকসকলৰ মাজত হাহাকাৰ

নিতৌ মৰিছে পুখুৰীৰ পোহনীয়া মাছ, পুৱাতে পুখুৰীত ওপঙি থাকে মাছ

publisher by publisher
August 1, 2024
in Uncategorized
Reading Time: 2 mins read
0
Tension among the fish farmers in Nagaon :নগাঁৱত মীন পালকসকলৰ মাজত হাহাকাৰ
1
SHARES
9
VIEWS
ShareShareShareShare

Tension among the fish farmers in Nagaon :

মৎস্য উৎপাদনৰ ক্ষেত্রত অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নগাঁও জিলাত শেহতীয়াকৈ অচিন বেমাৰত আক্ৰান্ত হৈ শশ মাছ পুখুৰীত মৰি ওপঙি উঠাত এতিয়া মূৰে- কপালে হাত দিছে মীন পালকসকল। বিশেষকৈ বিগত দুদিন ধৰি জিলাখনৰ বহুসংখ্যক পুখুৰীত হঠাৎ মাছ ধৰি ওপঙি উঠাত সৰ্বসাধাৰণ মৎস্যজীৱীসকলৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই ক্ষেত্রত জিলাখনৰ বিয়াগোম মীন বিভাগে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাৰ অভিযোগ সর্বত্র উঠিছে।

ADVERTISEMENT

কালিৰ দিনটোত বহু ভুক্তভোগী মীনপালকে সমস্যাটোৰ সন্দৰ্ভত মীন বিভাগৰ লগত যোগাযোগ কৰিও কোনো গুৰুত্ব নোপোৱা বুলি অভিযোগ উঠিছে। ইতিমধ্যে বহুকেইজন মীন পালকে মাছ মৰি ওপঙি উঠাৰ ফটো নিজৰ ফেচবুক একাউণ্টত আপলোড কৰি মীন বিভাগৰ বিৰুদ্ধে তীব্র সন্তুষ্টি আৰু ক্ষোভ প্রকাশ কৰি নিজৰ প্রতিক্রিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

এমনিয়া অথবা হাইড্ৰ’ক্লৰিক গেছৰ ফলত হঠাৎ পুখুৰীত মাছ মৰা বুলি একাংশই দাবী কৰাৰ বিপৰীতে আন একাংশই পুখুৰীৰ পানীত অক্সিজেনৰ অভাৱ হোৱাৰ বাবেই মাছসমূহ মৰি যোৱা বুলি দাবী কৰিছে। ইয়াৰ প্ৰকৃত কাৰণ কি এই সন্দর্ভত জিলা মীন বিভাগৰ লগত যোগদান কৰি কোনো সদুত্তৰ পোৱা নাই ৰাইজে। বিভাগীয় নিয়ম অনুসৰি, জিলা মীন বিভাগৰ অধীনত উন্নয়ন খণ্ড ভিত্তিত মীন সম্প্ৰসাৰণ বিষয়া আৰু ক্ষেত্রত প্রদর্শকসকলে সময়ে সময়ে মৎস্যজীবী মীনপালক ৰাইজক লগ ধৰি অথবা সজাগতা সভা পাতি মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাইজে সম্মুখীন হোৱা অসুবিধা আৰু অধিক উৎপাদনৰ বাবে ল’ব লগা ব্যৱস্থাসমূহৰ বিষয়ে জ্ঞাত কৰিব লাগে যদিও এই ক্ষেত্রত একাংশ বিষয়া-কর্মচাৰীয়ে চৰম দায়িত্বহীনতাৰ পৰিচয় দিয়াৰ অভিযোগ উঠিছে।

উল্লেখ্য যে জিলাখনত ৰাজ্যৰ সৰ্বাধিক সংখ্যক অর্থাৎ আঠ লক্ষাধিক পুখুৰী আৰু ফিচাৰী আছে। ইয়াৰে অকল জিলাখনৰ উত্তৰ পশ্চিম অঞ্চলৰ বটদ্ৰৱা, জুৰীয়া আৰু ৰূপহী উন্নয়ন খণ্ড অঞ্চলতেই কে’বা লক্ষাধিক পুখুৰী আৰু ফিচাৰী আছে বুলি বিভাগীয় এক সূত্রে জনা গৈছে। মন কৰিবলগীয়া বিষয় এই যে অকল বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰৌমাৰী, বেচামাৰী আৰু টুকটুকী অঞ্চলত জিলাখনৰ আটাইতকৈ বেছি অর্থাৎ প্রায় লক্ষাধিক পুখুৰী আৰু ফিচাৰী আছে।

তদুপৰি উক্ত অঞ্চলটোৰ অসমৰ একমাত্ৰ মাছৰ পোনা উৎপাদনৰ কে’বাটাও কেন্দ্র আছে। অঞ্চলটোৰ প্ৰায় ৮০ শতাংশৰো অধিক সংখ্যক লোক মৎস্য ব্যৱসায়ৰ লগত জড়িত হৈ নিজৰ লগতে পৰিয়ালৰ একমাত্ৰ জীৱিকা উপাৰ্জনৰ পথৰূপে বাছি আছে। বহু উচ্চ শিক্ষিত যুৱক চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ নকৰি মৎস্য ব্যৱসায়ৰে নিজকে অর্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে।

উৎসাজনক খবৰ এই যে নগাঁও জিলাৰ উক্ত অঞ্চলসমূহত উৎপাদন হোৱা মাছে জিলাখনৰ চাহিদা পূৰণ কৰাৰ লগত অসমৰ উজনিৰ জিলাসমূহৰ লগতে গুৱাহাটীতো মাছ সৰবৰাহ হয়। অকল অসমতেই নহয় বহিঃৰাজ্য নগালেণ্ড, মেঘালয়লৈয়ো মাছৰ সৰবৰাহ কৰি ৰাজ্যখনৰ অর্থনৈতিক ভঁৰাল চহকী কৰাৰ যথেষ্ট অৰিহণা যোগাই আহিছে। তৎসত্ত্বেও চৰকাৰে জিলাখনৰ মৎস্যজীৱীসকলক যি ধৰণৰ সুবিধা প্ৰদান কৰিব লাগিছিল সেই ধৰণৰ সুবিধা প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: fish farmerNagaonTension among
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d