Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gamblers arrested in Barpeta Road:বৰপেটা জিলাত T-20 বিশ্বকাপক লৈ অনলাইন জুৱা !

    APCC:বিজেপিৰে সম্পৰ্ক ৰক্ষা কৰা সকল ওলাই যাওক বুলি ৰাহুল গান্ধীৰ হুংকাৰ

    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    দেশজুৰি হঠাৎ হ্ৰাস পালে কণীৰ মূল্য ! 

    ইৰাকৰ জলসীমাত তেলবাহী দুখন টেংকাৰত আক্ৰমণ!

    Bijni Ex. MP Hira Sarania:বিজনীত নৱ কুমাৰ শৰণীয়াৰ জিএছপিয়ে আগবঢ়াব প্ৰাৰ্থীত্ব

    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bangladesh’s Supreme Court Chief Justice has demanded his resignation:পুনৰ উত্তপ্ত বাংলাদেশ,ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীত উত্তাল আন্দোলনকাৰী ছাত্ৰ

উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশে পদত্যাগ নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব: ছাত্ৰ আন্দোলনৰ সমন্বয়ক,জনতাৰ ৰূপ দেখি পদত্যাগৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে

publisher by publisher
August 10, 2024
in Uncategorized
Reading Time: 2 mins read
0
Bangladesh’s Supreme Court Chief Justice has demanded his resignation:পুনৰ উত্তপ্ত বাংলাদেশ,ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীত উত্তাল আন্দোলনকাৰী ছাত্ৰ
2
SHARES
20
VIEWS
ShareShareShareShare

Bangladesh’s Supreme Court Chief Justice has demanded his resignation:

বাংলাদেশত অব্যাহত থকা অস্থিৰ পৰিবেশ যতি পৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ৰূপে শপত গ্ৰহণ কৰিছিল ন’বেল জয়ী বিশিষ্ট অৰ্থনীতিবিদ মহম্মদ ইউনুছ সহ আন আন উপদেষ্টা সকলে ৷ শপত গ্ৰহণৰ দুটা দিন নৌহওঁতেই শনিবাৰে পুনৰ উত্তপ্ত হৈ পৰে দেশখন। ইমানতে ক্ষান্ত হোৱা নাই প্ৰতিবাদকাৰীসকল।

ADVERTISEMENT

bangla13আন্দোলনকাৰী ছাত্ৰ আৰু জনতাই ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ সহ আন আন ন্যায়াধীশৰ পদত্যাগৰ দাবীত ৰাজধানী চহৰ ঢাকাস্থিত উচ্চতম ন্যায়ালয়ৰ সন্মুখত অৱস্থান কৰি পৰিবেশ উত্তাল কৰি তোলে ৷

RelatedPosts

Nalbari Protest:বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ

Bangladesh Home Advicer:বাংলাদেশত অবৈধ মাৰণাস্ত্ৰৰ সন্ত্রাস !

Bangladesh Set To Get Interim Government Led By Nobel Winner Muhammad Yunus:আজি ন’বেল জয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত গঠন হ’ব অন্তৱৰ্তী চৰকাৰ

ছাত্ৰ আন্দোলনৰ সমন্বয়ক হাছনাত আব্দুল্লাই ঘোষণা কৰে যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে পদত্যাগ নকৰালৈকে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত থাকিব। ঢাকা ট্ৰিবিউনৰ মতে, উচ্চতম ন্যায়ালয়ৰ চৌহদত ভাষণ দি তেওঁ কয় ন্যায়াধীশ সকলে পদত্যাগ নকৰিলে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ বাসগৃহ ঘেৰাও কৰা হ’ব ।

শেহতীয়া খবৰ অনুসৰি বিদ্ৰোহী জনতাৰ ৰূপ দেখি পদত্যাগৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল বাংলাদেশ ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ ওবাইডুল হাছান।

শুক্ৰবাৰে সন্ধিয়াভাগত মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ৰাজহুৱাভাৱে ঘোষণা কৰে। তেওঁ কয় যে, নিয়ম অনুসৰি পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিব। কিন্তু আন ন্যায়াধীশসকলৰ
পদত্যাগৰ সম্পৰ্কত সাংবাদিকে সোধাত তেওঁ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷

bangla 2উল্লেখ্য যে,ইয়াৰ পূৰ্বে শুক্ৰবাৰে পুৱা অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উপদেষ্টা আছিফ মাহমুদে সামাজিক মাধ্যমত মুখ্য ন্যায়াধীশ ওবাইডুল হাছানৰ চৰ্তহীন পদত্যাগ আৰু আদালতৰ কামকাজ বন্ধ কৰাৰ দাবী জনাইছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bangladesh Chief Justice Obaidul Hassan ResignsBangladesh CrisisStudent Protestors Ultimatum
publisher

publisher

Related Posts

Bear cub rescued in Kherani:পশ্চিম কাৰ্বি আংলঙৰ লামাৰাঙত তিনিটাকৈ ভালুকৰ পোৱালি উদ্ধাৰ
Uncategorized

March 12, 2026
Samaguri:নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিৰ শালনাত ৰহস্যজনক ভাবে উদ্ধাৰ লাখ লাখ টকা

Dr.Farooq Abdullah Attack in Jammu:জম্মু- কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্ৰী ডা:ফাৰুক আব্দুল্লাক লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ

Heavy storm in Demow:ডিমৌত আগতীয়াকৈ আগমন বৰদৈচিলা !

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d