Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Bangladesh Home Advicer:বাংলাদেশত অবৈধ মাৰণাস্ত্ৰৰ সন্ত্রাস !

সাতদিনৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ, ছাত্র আন্দোলনৰ গইনা লৈ দুর্বৃত্তৰ তাণ্ডৱত সংকটত অন্তৱর্তীচৰকাৰ,বহু থানা-অস্ত্রাগাৰ লুট, সন্ত্রাসবাদী সংগঠনো জড়িত

publisher by publisher
August 13, 2024
in Uncategorized
Reading Time: 2 mins read
0
Bangladesh Home Advicer:বাংলাদেশত অবৈধ মাৰণাস্ত্ৰৰ সন্ত্রাস !
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nepal:নেপালৰ অন্তৱৰ্তী চৰকাৰৰ সম্ভাব্য মুৰব্বী হ’ব পাৰে প্রাক্তন মুখ্য ন্যায়াধীশ

Nalbari Protest:বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ

Bangladesh’s Supreme Court Chief Justice has demanded his resignation:পুনৰ উত্তপ্ত বাংলাদেশ,ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীত উত্তাল আন্দোলনকাৰী ছাত্ৰ

Bangladesh Home Advicer:

বাংলাদেশত বিৰাজ কৰা অস্থিৰ পৰিৱেশৰ মাজতে অব্যাহত আছে অবৈধ মাৰাণস্ত্ৰৰ জনজননি। ইয়াৰ ফলত সাধাৰণ নাগৰিকৰ মাজত নিৰাপত্তাহীন পৰিৱেশ আৰু অধিক বৃদ্ধি হৈছে। কিন্তু এই অস্ত্র কিদৰে আৰু ক’ৰ পৰা দুর্বৃত্তৰ হাতত পৰিল তাৰ উত্তৰ পোৱা নাই অন্তৱর্তীকালীন চৰকাৰে। ইয়াকে লৈ গুৰুতৰ সংকটত পৰিছে দেশখনৰ গৃহ বিভাগ।

ADVERTISEMENT

অভিযোগ অনুসৰি, ছাত্ৰ আন্দোলনৰ সময়ত বহু আৰক্ষী থানাৰ পৰা অস্ত্র- শস্ত্র লুট হয়। তদুপৰি দেশত সক্রিয় সন্ত্রাসবাদী সংগঠনৰ পৰাও এনে অস্ত্ৰৰ যোগান ধৰা হয় বিভিন্ন পক্ষক। এনে পৰিস্থিতিত অন্তৱর্তীকালীন চৰকাৰৰ গৃহ বিভাগৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত ব্রিগেডিয়াৰ এম শ্বাখাবট হুছেইনে এনে অস্ত্র হাতত থকাসকলক অহা ১৯ আগষ্টৰ ভিতৰত আৰক্ষী থানাত জমা দিবলৈ আহ্বান জনাইছে।

একপ্ৰকাৰ অসহায়ভাৱে শ্বাখাৱটে কয়, ‘নিষিদ্ধ মাৰণাস্ত্ৰ সাধাৰণ মানুহৰ হাতলৈ কিদৰে গ’ল ? এনেদৰে এখন দেশ চলিব নোৱাৰে। গতিকে যিসকলৰ হাতত এনে অস্ত্র আছে, মই তেওঁলোকক অনুৰোধ জনাইছো যাতে অহা সাতদিনৰ ভিতৰত অস্ত্ৰবোৰ আৰক্ষী থানাত জমা দিয়ে। ইয়াৰ বাবে তেওঁলোকে নিজে থানালৈ নাহিলেও হ’ব। আন কাৰোবাৰ হাততো অস্ত্ৰবোৰ থানালৈ পঠিয়াব পাৰিব। যদি নির্দিষ্ট সময়ৰ ভিতৰত অস্ত্ৰবোৰ জমা নিদিয়ে তেন্তে উপযুক্ত পদক্ষেপ গ্রহণ কৰা হ’ব।’

এইক্ষেত্ৰত তেনে অস্ত্ৰৰ সন্ধানত তালাচী অভিযান চলোৱা হ’ব বুলি গৃহ বিভাগৰ উপদেষ্টাজনে জনায়। তেওঁ লগতে কয়, ‘মাৰধৰ কৰি, হত্যা কৰি কোনো লাভ নাই। আমি আৰু কোনো মৃত্যু চাব নিবিচাৰো।’

উল্লেখ্য যে ছাত্র আন্দোলনৰ পৰিণতিত হোৱা অভ্যুত্থানত তিষ্ঠিব নোৱাৰি প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাই দেশ এৰি ভাৰতলৈ এসপ্তাহ পূর্বে পলায়ন কৰিছিল। হাছিনাই দেশ এৰাৰ পাছতে বাংলাদেশ অধিক উত্তাল হৈ পৰে। দেশখনৰ অধিকাংশ অঞ্চলত হিংসাত্মক ঘটনা বিয়পি পৰে আৰু সেই পৰিৱেশ অদ্যাপি বাহাল আছে। তথ্য অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতলৈ পলায়ন কৰাৰ দিনা নিশা দুর্বৃত্তই দেশখনৰ বহু থানাত লুটপাট চলায়।

অভিযোগ অনুসৰি, আৰক্ষীৰ অস্ত্র ভাণ্ডাৰো দুর্বৃত্তই লুটি নিয়ে। তাৰ পৰিণতিত দেশখনত অস্ত্ৰৰ জনজননিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। প্ৰসংগক্রমে উল্লেখ্য যে শ্বাখাৱটে সদৰী কৰা অনুসৰি বাংলাদেশ আৰক্ষীৰ পোছাক আৰু ‘লগো’ও সলনি কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bangladesh CrisisBangladesh Home AdvicerInterim Government
publisher

publisher

Related Posts

একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ
Uncategorized

September 3, 2026
আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা
Uncategorized

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা

September 3, 2026
Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !
Uncategorized

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

September 3, 2026
Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ
Uncategorized

Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ

September 2, 2026
ৰহা টোলগেটত স্থানীয় ৰাইজৰ বাবে টোল ৰেহাই ঘোষণা নগাঁও জিলা আয়ুক্তৰ
Uncategorized

ৰহা টোলগেটত স্থানীয় ৰাইজৰ বাবে টোল ৰেহাই ঘোষণা নগাঁও জিলা আয়ুক্তৰ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d