Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Interim Government has threatened to shut down media outlets that spread false Propaganda:ভুৱা প্ৰচাৰ চলোৱা সংবাদ মাধ্যম বন্ধ কৰাৰ হুংকাৰ অন্তৱৰ্তী চৰকাৰৰ

গৃহ বিভাগৰ উপদেষ্টা প্রাক্তন সেনা বিষয়াৰ সকীয়নি, চৰকাৰৰ নামত বাংলাদেশত চলিব উন্মত্ত লোকৰ শাসন হাছিনা পুত্র জয়, বাংলাদেশৰ হিন্দু যুৱক-যুৱতী আৰু ছাত্ৰ সংগঠনৰ সৈতে বৈঠকৰ আহ্বান বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ, বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণৰ সমাধানৰ বাবে বৈঠক আহ্বান

publisher by publisher
August 12, 2024
in Uncategorized
Reading Time: 2 mins read
0
Interim Government has threatened to shut down media outlets that spread false Propaganda:ভুৱা প্ৰচাৰ চলোৱা সংবাদ মাধ্যম বন্ধ কৰাৰ হুংকাৰ অন্তৱৰ্তী চৰকাৰৰ
5
SHARES
47
VIEWS
ShareShareShareShare

Interim Government has threatened to shut down media outlets that spread false Propaganda:

চৰকাৰৰ নামত বাংলাদেশত কিছুসংখ্যক উচ্ছৃংখল তথা আইন-কানুন নমনা লোকৰ শাসন চলিব বুলি সকীয়নি জাৰি কৰিছে দেশখনৰ সদ্যপ্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পুত্ৰ সজীৱ বাজেদ জয়ে। হিংসাত্মক প্ৰতিবাদৰ মাজতে যোৱা পাঁচ আগষ্টত পদত্যাগ কৰি দেশ এৰি ভাৰতলৈ পলায়ন কৰা প্ৰাক্তন প্রধানমন্ত্রীৰ হাছিনা পুত্র সজীৱে তেওঁৰ মাতৃক আশ্রয় দিয়াৰ বাবে ভাৰতক ধন্যবাদ জনাইছে।

ADVERTISEMENT

সজীবে লগতে হাছিনা চৰকাৰৰ পতনৰ পাছত গঠন হোৱা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্বর্তী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। চৰকাৰখন সম্পূৰ্ণৰূপে ক্ষমতাহীন বুলি অভিযোগ কৰি তেওঁ লগতে কয়, ‘চৰকাৰখন নামমাত্র ক্ষমতাৰ অধিকাৰীৰে গঠিত হৈছে। এতিয়া বাংলাদেশত আইন-কানুন নমনা লোকৰ শাসন চলিব।

RelatedPosts

BNP’s Tarique Rahman demands national election by December:ডিচেম্বৰৰ ভিতৰত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ দাবী বিএনপিৰ মুৰব্বী তাৰিক ৰহমানৰ

bangla13যদি কাইলৈ কোনো উন্মত্ত জনসমষ্টিয়ে চৰকাৰ সলনিৰ দাবী কৰে, তেন্তে চৰকাৰ সলনি হ’বই।’ তেওঁ এইবুলিও সকীয়াই দিয়ে যে খৰখেদাকৈ নির্বাচন আয়োজন নকৰিলে, গন্দগোল অব্যাহত থাকিব। হাছিনা চৰকাৰ পতনৰ পাছত দেশখনৰ মুখ্য ন্যায়াধীশ আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰে পদত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টিক লৈও তেওঁ উদ্বেগ প্রকাশ কৰে।

আনহাতে, দক্ষিণ এছিয়াৰ এই অশান্তজৰ্জৰ দেশখনৰ অন্তৱর্তী চৰকাৰ সম্প্রতি একাংশ সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত হৈছে। হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীত চলা শেহতীয়া হিংসাত্মক প্ৰতিবাদৰ সময়ত দেশখনৰ একাংশ সংবাদ মাধ্যমে ভুৱা বাতৰি প্ৰচাৰ কৰে বুলি অভিযোগ কৰি অন্তৱৰ্তী চৰকাৰে এনে সংবাদ মাধ্যম বন্ধ কৰাৰ হুংকাৰ দিছে।

বিগত সময়ছোৱাত দেশখনৰ একাংশ সংবাদ মাধ্যমে ভুৱা তথা সত্য আধাৰিত নোহোৱা বাতৰি প্ৰচাৰ কৰে বুলি ক্ষোভ প্রকাশ কৰি অন্তৱৰ্তী চৰকাৰৰ গৃহ পৰিক্ৰমাৰ উপদেষ্টা ব্রিগ্রেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) এম শ্বেখাৱট হুছেইনে কয়, ‘এখন দেশৰ প্ৰগতি বাধাগ্রস্ত হয় যেতিয়া দেশখনৰ সংবাদ মাধ্যমে সত্যক প্রশ্রয় নিদিয়ে।’ সাধাৰণ লোকক বিপথে পৰিচালিত কৰা বাতৰি পৰিবেশনৰ স’তে জড়িত সংবাদ মাধ্যমসমূহক বন্ধ কৰি দিয়াৰ হুংকাৰো দিয়ে গৃহ পৰিক্ৰমাৰ উপদেষ্টাজনে।

সংবাদ মাধ্যমসমূহক দায়বদ্ধ হ’বলৈ সকীয়াই দি তেওঁ আৰু কয়, ‘টেলিভিছনৰ টকশ্ব’সমূহত তথ্য-প্রমাণ নোহোৱাকৈয়ে বহু কথা আলোচিত হ’ল। শুদ্ধ তথ্য যোগানত সংবাদ মাধ্যম ব্যৰ্থ হ’ল।’ অৱশ্যে গৃহ উপদেষ্টাজনৰ এনে ভাবুকিসূচক মন্তব্যই আগন্তুক দিনত বাংলাদেশত সংবাদ মাধ্যমৰ কণ্ঠৰোধ হোৱাৰ সম্ভাৱনা বহন কৰা বুলি একাংশই মন্তব্য কৰিছে।

yunuj 2ইপিনে, বর্তমানেও দেশখনৰ পৰিস্থিতি অস্থিৰ হৈ থকাৰ সময়তে অন্তৱর্তী চৰকাৰৰ ডাক, দূৰসংযোগ আৰু তথ্য প্রযুক্তি বিভাগৰ উপদেষ্টা নাহিদ ইছলাে হুংকাৰ দিছে যে দেশখনৰ শেহতীয়া প্ৰতিবাদৰ সময়ত ইণ্টাৰনেট বন্ধ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব। তেওঁ কয় যে ইণ্টাৰনেট বন্ধ কৰা কাৰ্যই নাগৰিকসকলৰ মৌলিক অধিকাৰ ভংগ কৰে।

আনহাতে,বাংলাদেশৰ হিন্দু যুৱক-যুৱতী আৰু ছাত্ৰ সংগঠনৰ সৈতে বৈঠকৰ আহ্বান বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ। বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণৰ সমাধানৰ বাবে বৈঠক আহ্বান কৰিছে মহম্মদ ইউনুছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bangladesh Interim Governmentspread false Propagandathreatened to shut down media outlets
publisher

publisher

Related Posts

ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা ! গুজৰাটত বি এছ এফৰ গুলীত নিহত এজন
Uncategorized

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

May 27, 2025
Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

May 19, 2025
Bipanchika Bora of Nagaon receives National Scholarship: নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d