Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ

    Kamrup Metro DC Pressmeet:খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংবাদমেল

    Illegal Bangladeshi arrested in Naharani:দেৰগাঁৱৰ নাহৰণিত আৰক্ষীৰ জালত বাংলাদেশী

    Cyber Criminal Arrested in Guwahati: মহানগৰীৰ পাঞ্জাবাৰীত আটক দুই চাইবাৰ অপৰাধীক

    Guwahati:ৰাজ্যত এইবাৰ মাত্ৰ দুটা সংস্থাকহে এমএছপিত ধান ক্ৰয়ৰ দায়িত্ব চৰকাৰৰ

    Maguri Beel:অইলৰ চৰম গাফিলতি: ধ্বংসমুখী ঐতিহ্যমণ্ডিত মতাপুং মাগুৰী বিল ডিব্ৰু নদীত জাল পেলাই খাৰুৱা তেল নিষ্কাসনৰ হাস্যকৰ কৌশল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৪০ বছৰ পাৰ হৈ গৈছে আৰু বেছি সঞ্চয় কৰা নাই?

    লেনদেনৰ দৈনিক পৰিমাণ প্রায় এক লাখ কোটি টকা: এমডিআৰ চাৰ্জৰ পূৰ্বে ইউপিআইৰ ব্যাপক উত্থান

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

BNP’s Tarique Rahman demands national election by December:ডিচেম্বৰৰ ভিতৰত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ দাবী বিএনপিৰ মুৰব্বী তাৰিক ৰহমানৰ

publisher by publisher
May 30, 2025
in International, News
Reading Time: 2 mins read
0
BNP’s Tarique Rahman demands national election by December:ডিচেম্বৰৰ ভিতৰত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ দাবী বিএনপিৰ মুৰব্বী তাৰিক ৰহমানৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

২৯ জানুৱাৰীৰ পৰা ঢাকা–কৰাচি পোনপটীয়া বিমান সেৱা

৪১ বছৰৰ পাছত বিএনপিৰ শীৰ্ষপদত পৰিৱৰ্তন!

BNP’s Tarique Rahman demands national election by December:

চুবুৰীয়া বাংলাদেশত ড:মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ খন অধিষ্ঠিত কৰাত অন্যতম ভূমিকা লোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ বাংলাদেশ নেচনেল পাৰ্টি( বিএনপি) শেহতীয়াকৈ ইউনুছৰ কেতবোৰ কৰ্মকাণ্ডোলৈ ক্ষুব্ধ হৈ পৰিছে ৷ বিশেষকৈ দেশখনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন চৰকাৰে হোহোকাই পিছলাই থকা কাৰ্যক বিএন পিৰ কাৰ্যকৰী সভাপতি তাৰিক ৰহমানে সকীয়নি পৰ্যন্ত দিবলগীয়া হৈছে ৷

ADVERTISEMENT

বাংলাদেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ বাবে বহুলভাৱে চৰ্চিত বাংলাদেশ নেচনেল পাৰ্টিৰ (বিএনপি)ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে।

বিএনপিৰ সহযোগী শাখা নেচনেল ছাত্ৰ দল, মহিলা দল, আৰু স্বেচ্ছাসেৱক দলৰ যৌথ উদ্যোগত ঢাকাৰ নয়াপল্টনত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সন্মুখত “যুৱতীসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা” শীৰ্ষক এক সমাৱেশত ভাৰ্চুৱেলী ভাষণ দি তাৰিকে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰক নিৰ্বাচনত বিলম্ব নকৰিবলৈ সকীয়াই দিয়ে।

তাৰিকে কয় যে ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন যাতে অনুষ্ঠিত হয় তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰক। আমি ফেচিবাদৰ পৰা মুক্ত বাংলাদেশ চাব বিচাৰো, য’ত চৰকাৰে জনসাধাৰণৰ ভোটৰ জৰিয়তে প্ৰত্যক্ষভাৱে জবাবদিহি হ’ব।’ তেওঁ লগতে কয়, “ৰাষ্ট্ৰীয় নিৰ্বাচন সন্দৰ্ভত ইতিমধ্যে অজুহাত দেখুৱাই ১০ মাহৰ পাছতো অন্তৱৰ্তীকালীন চৰকাৰে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা নাই।” তাৰিকে দলৰ নেতাসকলক “মানুহৰ ওচৰলৈ গৈ তেওঁলোকৰ হৃদয় জয় কৰিবলৈ” আহ্বান জনায়, পুনৰ কয় যে, “বিএনপিৰ ক্ষমতাৰ উৎস হৈছে জনসাধাৰণ।”

ইফালে মুখ্য উপদেষ্টা মহম্মদ ইউনুছে জাপান-বাংলাদেশ সংসদীয় বন্ধুত্ব লীগৰ সভাপতি টাৰো আছ’ক জনাইছে যে অহা বছৰৰ ডিচেম্বৰৰ পৰা জুন মাহৰ ভিতৰত যিকোনো সময়তে পৰৱৰ্তী ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে কয় যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত মুখ্য উপদেষ্টা গৰাকীয়ে নিৰ্বাচনৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰিব। জুন মাহলৈকে নিৰ্বাচনী ৰোডমেপ সম্পূৰ্ণ কৰা হ’ব।

আনহাতে অধ্যাপক ড: ইউনুছে উল্লেখ কৰিছে যে জুন মাহৰ পিছতো তেওঁ ক্ষমতাত নাথাকিব।” তেওঁ লগতে উল্লেখ কৰে যে অন্তৱৰ্তীকালীন চৰকাৰখনে অৰ্থনীতি সুস্থিৰ কৰা আৰু নিৰ্বাচন আয়োগৰ সংস্কাৰকে ধৰি একাধিক কাম সক্ৰিয়ভাৱে কৰি আছে।

মনকৰিবলগীয়া যেএক বৃহৎ আইনী পৰিঘটনাত বাংলাদেশ উচ্চ ন্যায়ালয়ে ২০০৭ চনত দুৰ্নীতি নিবাৰক আয়োগে দাখিল কৰা দুৰ্নীতিৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ তনয় তথা বিএনপিৰ কাৰ্যকৰী সভাপতি তাৰিক ৰহমান আৰু তেওঁৰ পত্নী জুবাইদা ৰহমানক দোষমুক্ত কৰে। ন্যায়াধীশ এম ডি খাছৰুজ্জামানৰ নেতৃত্বত উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰি নিম্ন আদালতে তাৰিকক ৯ বছৰৰ আৰু জুবাইদাক তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ সিদ্ধান্ত বাতিল কৰে।

আদালতে ৰায় দিয়ে যে এচিচিয়ে আইনী পদ্ধতি অনুসৰণ কৰা নাই, বিশেষকৈ জুবাইদাক সঠিক জাননী দিয়া নাছিল। তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যুক্তিসংগত সন্দেহৰ বাহিৰত প্ৰমাণিত হোৱা নাছিল বুলি তেওঁলোকৰ অধিবক্তা এছ এম শ্বাহজাহানে কয়।  এছ এম শ্বাহজাহান, কায়ছেৰ কমল, আৰু জাকিৰ হোছেইন ভূঞাই তাৰিক আৰু তেওঁৰ পত্নী জুবাইদাৰ  আবেদনৰ যুক্তি আগবঢ়ায় | আনহাতে অধিবক্তা আছিফ হাছানে এচিচিৰ হৈ প্ৰতিনিধিত্ব কৰে।

১৭ বছৰৰ পাছত ৬ মে’ত বাংলাদেশলৈ উভতি অহা জুবাইদাক যোৱা বছৰ শাস্তি স্থগিত ৰখা হৈছিল আৰু চলিত মাহৰ আৰম্ভণিতে জামিন লাভ কৰা হৈছিল। দোষমুক্ত হোৱাৰ পিছত বিএনপি সমৰ্থক এজন অধিবক্তাই কয় যে, “তাৰিকক নিম্ন আদালতে দোষী সাব্যস্ত কৰা সকলো গোচৰৰ পৰা মুক্ত কৰা হৈছে।” ২০০৭ চনত সামৰিক সমৰ্থিত কেয়াৰটেকাৰ চৰকাৰৰ সময়ত দাখিল কৰা এই গোচৰটোত জুবাইদাৰ মাতৃ চৈয়দা ইকবাল মাণ্ড বানুকো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

২০২৩ চনত দোষী সাব্যস্ত হোৱাৰ পিছতো তাৰিক আৰু জুবাইদাৰ আবেদনৰ ফলত তেওঁলোকক চূড়ান্তভাৱে দোষমুক্ত কৰা হয়। আইনী গোচৰসমূহৰ পিছত এতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ তনয় তাৰিকে আগন্তুক ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বাবে বিএনপিক সংগঠিত কৰাত মনোনিৱেশ কৰিছে, পুনৰ কয় যে, “এতিয়াই প্ৰস্তুতি আৰম্ভ কৰক যাতে ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হয়।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bangladesh Interim GovernmentBNPBNP Chief Tarique RahmanDhakaDr. Muhammad YunusNATIONAL ELECTION DEMAND
publisher

publisher

Related Posts

Hailakandi CMV Raids: তৃতীয়বৰ্গৰ কৰ্মচাৰীৰ লকাৰত সোণৰ ভাণ্ডাৰ
Assam

November 12, 2026
Kamrup Metro DC Pressmeet:খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংবাদমেল
Assam

Kamrup Metro DC Pressmeet:খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সংবাদমেল

November 12, 2026
Illegal Bangladeshi arrested in Naharani:দেৰগাঁৱৰ নাহৰণিত আৰক্ষীৰ জালত বাংলাদেশী
Assam

Illegal Bangladeshi arrested in Naharani:দেৰগাঁৱৰ নাহৰণিত আৰক্ষীৰ জালত বাংলাদেশী

November 12, 2026
Cyber Criminal Arrested in Guwahati: মহানগৰীৰ পাঞ্জাবাৰীত আটক দুই চাইবাৰ অপৰাধীক
Assam

Cyber Criminal Arrested in Guwahati: মহানগৰীৰ পাঞ্জাবাৰীত আটক দুই চাইবাৰ অপৰাধীক

November 12, 2026
Guwahati:ৰাজ্যত এইবাৰ মাত্ৰ দুটা সংস্থাকহে এমএছপিত ধান ক্ৰয়ৰ দায়িত্ব চৰকাৰৰ
Assam

Guwahati:ৰাজ্যত এইবাৰ মাত্ৰ দুটা সংস্থাকহে এমএছপিত ধান ক্ৰয়ৰ দায়িত্ব চৰকাৰৰ

November 12, 2026
Maguri Beel:অইলৰ চৰম গাফিলতি: ধ্বংসমুখী ঐতিহ্যমণ্ডিত মতাপুং মাগুৰী বিল ডিব্ৰু নদীত জাল পেলাই খাৰুৱা তেল নিষ্কাসনৰ হাস্যকৰ কৌশল
Assam

Maguri Beel:অইলৰ চৰম গাফিলতি: ধ্বংসমুখী ঐতিহ্যমণ্ডিত মতাপুং মাগুৰী বিল ডিব্ৰু নদীত জাল পেলাই খাৰুৱা তেল নিষ্কাসনৰ হাস্যকৰ কৌশল

November 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d