Kolkata Doctor rape-murder case Protest Rally In Hatigaon:কলকতাৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত হাতীগাঁৱত প্ৰতিবাদী সমদল

foto 2

Kolkata Doctor rape-murder case Protest Rally In Hatigaon:

কলকতাৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত দেওবাৰে গুৱাহাটী মহানগৰীৰ ’মিলনজ্যোতি পথ মহিলা সমিতি’ আৰু ‘বৃহওৰ দিছপুৰ অনুভুতি নাগৰিক মঞ্চ’ৰ নেতৃত্বত চিকিৎসক গৰাকীৰ ধৰ্ষণ আৰু হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান তথা ন্যায়ৰ লগতে মহিলা সুৰক্ষাৰ দাবীত হাতীগাঁৱৰ ৰাজপথত এটা প্ৰতিবাদী সমদল উলিওৱা হয় ৷

য’ত বৃহত্তৰ হাতীগাঁৱৰ পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে ৷ শেষত প্ৰয়াত চিকিৎসক গৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰা হয় ৷

Exit mobile version