Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Birthday Celebration : শিক্ষাবিদ লেখিকা অহল্যা গগৈৰ ৯১ সংখ্যক জন্মদিনত আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা অগ্ৰদূতৰ কাৰ্যালয়ত

publisher by publisher
April 1, 2023
in Assam, News
Reading Time: 1 min read
0
Birthday Celebration : শিক্ষাবিদ লেখিকা অহল্যা গগৈৰ ৯১ সংখ্যক জন্মদিনত আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা অগ্ৰদূতৰ কাৰ্যালয়ত
7
SHARES
71
VIEWS
ShareShareShareShare

RelatedPosts

Today’s Horoscope: দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition – 27 Aug 2026

Dainik Agradoot Today’s Edition: 26 Aug 2026

Birthday Celebration :

শিক্ষাবিদ প্রবন্ধ লেখক, অনুবাদক, জীৱনীকাৰ, কবি অহল্যা গগৈৰ ৯১ সংখ্যক জন্মদিন আজি অগ্রদূত ভৱনত উদযাপন কৰা হয়।

ADVERTISEMENT

পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ আৰু হেমলতা সন্দিকৈৰ দুহিতা অহল্যা গগৈ সম্প্ৰতি শাৰীৰিক অসুস্থতাৰ ফলত চিকিৎসাধীন হৈ আছে। সেয়ে তেওঁৰ আজিৰ জন্মদিনটোত ‘অগ্রদূত ভৱন’ত এখন প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় আৰু উপস্থিত প্রত্যেকে বিশিষ্ট লেখিকাগৰাকীৰ আশু আৰোগ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কনকসেন ডেকাই লেখিকাগৰাকীৰ চমু জীৱন বৃত্তান্ত আৰু লিখন শৈলী দাঙি ধৰি কয় যে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ আৰু হেমলতা সন্দিকৈৰ দুহিতা অহল্যাই ১৯৩৩ৰ পহিলা এপ্ৰিলত যোৰহাটত জন্মগ্রহণ কৰিছিল।

তেওঁ অধ্যাপিকা আছিল আৰু ইতিমধ্যে বহু গ্রন্থ ৰচনা কৰিছে। মহাত্মা গান্ধীৰ লগতে কৃষ্ণকান্ত সন্দিকৈৰ কিতাপ বিলাক তেওঁ অনুবাদ কৰিছে। পৰৱৰ্তী সময়ত তেওঁৰ গ্ৰন্থসমূহ আঁঠুৰ অস্ত্ৰোপচাৰ হৈছিল। ফলত খোজ-কাটলত তেওঁৰ কিছু সমস্যা হৈছিল যদিও বিছনাত বহি বহিয়েই কলম চলাই গৈছিল।

অহল্যা গগৈক ‘দৈনিক অগ্ৰদূত’ৰ নিয়মীয়া লেখক বুলি ডেকাই মন্তব্য কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক অৰূপজ্যোতি মহন্তই লেখিকা গগৈৰ প্ৰতিটো লেখাই প্ৰেৰণাদায়ক বুলি মন্তব্য কৰে।

জ্যেষ্ঠ লেখিকাগৰাকী শীঘ্ৰে সুস্থ হৈ উঠক বুলি তেওঁ ভগৱানৰ ওচৰত প্রার্থনা জনায়। একেদৰে সাংবাদিক মনোজ কুমাৰ ভট্টাচাৰ্যই ‘দৈনিক অগ্রদূত’ৰ নিয়মীয়া লেখক মুস্তাফিজুৰ ৰহমানৰ দৰেই অহল্যা গগৈৰো জন্মদিন উদযাপন কৰা হৈছে বুলি মন্তব্য কৰি কয় যে কয় যে লেখিকা গগৈৰ লেখাত আনে নিলিখা বহু কথা প্রকাশ পাইছে।

লেখিকাই বহু অভিজ্ঞতা অগ্ৰদূতৰ জৰিয়তে সমাজৰ হিতৰ বাবে বিলাই দিছিল বুলি ভট্টাচার্যই মন্তব্য কৰি সম্প্ৰতি লেখিকা গগৈ অসুস্থ হৈ শয্যাগত হৈ থকা বিষয়টো অৱগত হৈ দুখ প্ৰকাশ কৰি আশু আৰোগ্য কামনা কৰে।

ইয়াৰ উপৰি ‘দৈনিক অগ্রদূত’ৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদে দেশত মহিলা নিবন্ধকাৰৰ সংখ্যা তেনেই নগণ্য বুলি মন্তব্য কৰি অহল্যা গগৈক ইয়াৰ বাটকটীয়া ৰূপে অ্যাখ্যা দিব পাৰি বুলি কয়৷

লেখিকাগৰাকীয়ে পুনৰ কলম চলাই যাব পৰাকৈ সুস্থ হৈ উঠক বুলি তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। ইয়াৰ উপৰি জ্যেষ্ঠ সাংবাদিক পলাশৰঞ্জন দাসে গগৈয়ে লেখাসমূহত যিবোৰ দিশ উপস্থাপন কৰে , বহুতৰে বাবে এই তথ্যসমূহ সমল হৈ পৰে বুলি কয় । উল্লেখ্য যে অনুষ্ঠানত এক মিনিট মৌন প্ৰাৰ্থনা কৰি লেখিকাগৰাকীৰ আশু আৰোগ্য কামনাৰে অগ্ৰদূত পৰিয়ালৰ সদস্যসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Birthday CelebrationDainik Agradoot
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d