Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Panchayat Minister Ranjit kr. Das Pressmeet In Silchar:: ৰাজ্যত ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

সদৰি কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

publisher by publisher
August 21, 2024
in Uncategorized
Reading Time: 2 mins read
0
Panchayat Minister Ranjit kr. Das Pressmeet In Silchar:: ৰাজ্যত ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন
2
SHARES
24
VIEWS
ShareShareShareShare

Panchayat Minister Ranjit kr. Das Pressmeet In Silchar:

ৰাজ্যত চলিতবৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই কথা সদৰি কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। নিৰ্বাচন সম্পূৰ্ণ নিকা হ’ব ৷ প্ৰথমবাৰৰ বাবে এইবাৰ পঞ্চায়ত নিৰ্বাচনত নাথাকে দলীয় প্ৰতীক চিহ্ন ৷ পঞ্চায়ত সভাপতিক ৰাইজে নিৰ্বাচন নকৰে ৷ নিৰ্বাচন কৰিব নিৰ্বাচিত পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে ৷ উল্লেখ্য যে পূৰ্বতে গাঁও পঞ্চায়ত সভাপতিক ভোটাৰে নিৰ্বাচিত কৰিছিল ৷ সভাপতিৰ বাবে হৈছিল নিৰ্বাচন ৷

ADVERTISEMENT

শিলচৰৰ বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয়, ৩১ আগষ্টৰ পূৰ্বে পঞ্চায়ত গঠন কৰাৰ বিপৰীতে ৭ ছেপ্তেম্বৰৰ ভিতৰত গঠন কৰা হ’ব উন্নয়ন খণ্ড ৷ আনহাতে পঞ্চায়ত – উন্নয়ন খণ্ড সমূহ পুনৰ গঠন হ’ব ২০০১চনৰ লোকপিয়ল অনুসৰি ৷

RelatedPosts

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

PM Modi Visit Silchar:প্ৰতিকুল বতৰৰ মাজত গুৱাহাটীৰ পৰা বিশেষ বিমানেৰে  শিলচৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Amit Shah Assam Visit:তিনিদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

মন্ত্ৰী গৰাকীয়ে আৰু কয়,পঞ্চায়ত – উন্নয়ন খণ্ড সমূহ পুনৰ গঠনৰ অন্তত চলিতবৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ৷

মনকৰিবলগীয়া যে,ৰাজ্য চৰকাৰে আঠ জুলাইত এক নিৰ্দেশনা যোগে পঞ্চায়ত পৰিচালনাৰ বাবে বিশেষ কমিটি গঠন কৰিছিল। সেই অনুসৰি ইতিমধ্যে বৰ্তমান জিলা পৰিষদ সমূহ পৰিচালিত হৈ আছে সংশ্লিষ্ট জিলাৰ অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত৷ আনহাতে এই পৰিচালনা সমিতিৰ অধ্যক্ষ অভিভাৱক মন্ত্ৰী গৰাকী থকাৰ বিপৰীতে সদস্য সচিব হিচাপে আছে জিলা আয়ুক্ত আৰু সদস্য হৈছে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৷

আনহাতে আঞ্চলিক পঞ্চায়ত পৰিচালিত হৈ বিধায়কৰ নেতৃত্বত ৷ এই কমিটিৰ অধ্যক্ষ বিধায়ক গৰাকী থকাৰ বিপৰীতে সদস্য সচিব হিচাপে আছে অতিৰিক্ত জিলা আয়ুক্ত বা জিলা পৰিষদৰ চিইঅ’ ৷ একেদৰে গাঁও পঞ্চায়ত পৰিচালিত হৈ আছে খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত ৷ ইয়াত সদস্য সচিব ৰূপে আছে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ সচিবজন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Panchayat ElectionPanchayat Minister Ranjit kr. Dass Pressmeet AddressingSilchar
publisher

publisher

Related Posts

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d