Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Asomiya Gamosa:বিকৃত কৰা হ’ল অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাক !

অসমীয়া স্বাভিমানৰ প্ৰতীক 'গামোচা'ক বিকৃত কৰা হ'ল মহানগৰীত,আধা লুঙি ,আধা গামোচাৰে বিকৃত ৰূপত প্ৰস্তুত কৰা গামোচাৰে সম্বৰ্দ্ধনা শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুক

publisher by publisher
March 27, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Asomiya Gamosa:বিকৃত কৰা হ’ল অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাক !
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Asim Sahitya Sabha:অসম সাহিত্য সভাক ব্যক্তিগত স্বাৰ্থত কুক্ষিগত কৰাৰ যুঁজ-বাগৰ

Two vice-chancellors of Guwahati University are in controversy:গুৱাহাটী বিশ্ববিদ্যালয়ত দুই উপাচাৰ্য বিৰ্তক !

Bangla Sahitya Sabha Apologises To Assamese People:অসমীয়াৰ জাতীয় স্বাভিমান ‘গামোচা’ক দুফাল কৰি বিতৰ্কৰ মাজলৈ ঠেলি দিয়া ‘বাংলা সাহিত্য সভা’ই অৱশেষত নিজৰ ভূল স্বীকাৰ কৰিলে

Asomiya Gamosa:

জিআই চিহ্ন লাভ কৰা অসমৰ গামোচা এইবাৰ অসমতে বিকৃত কৰাৰ অভিযোগ উত্থাপিত হ’ল। অসমীয়া গামোচাখনক সমানে দুছেও কৰি বাঙালী গামোচাৰ স’তে চিলাই কৰি অসমীয়াৰ স’তে সমন্বয় সাধন কৰিবলৈ বাংলা সাহিত্য সভাই কৰা অবাঞ্ছিত কচৰতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ADVERTISEMENT

মহানগৰীৰ মালিগাঁৱত দেওবাৰে অনুষ্ঠিত বাংলা সাহিত্য সভাৰ প্ৰথমখন ৰাজ্যিক সন্মিলনত উপস্থিত থকা ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক এনে এখন গামোচা খনৰে সম্বৰ্ধনা জনোৱাৰ পাছতে এই ঘটনা পোহৰলৈ আহে। আচৰিত কথা যে ডিঙিত বিকৃত গামোচা খন লোৱাৰ পাছতে এবাৰলৈও প্ৰতিবাদ নকৰিলে মন্ত্ৰী ৰণোজ পেগুৱে।

উল্লেখ্য যে, যিসময়ত অসমীয়াৰ স্বাভিমান গামোচাই ভৌগোলিক স্বীকৃতি লাভ কৰিছে। যি গামোচাক কোনো বহিৰাজ্যত কোনেও প্ৰস্তুত কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা আছে ।

কিন্ত অসমীয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ নিৰ্দেশনাকো নসাৎ কৰি অসমীয়া গামোচাকে বাংলা সাহিত্য সভাই বিকৃত ৰূপত প্ৰস্তুত কৰিছে।

দেওবাৰে গুৱাহাটীৰ মালিগাঁও হিতেশ্বৰ শ‍ইকীয়া প্রেক্ষাগৃহত বাংলা সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক সন্মিলনত অসমীয়া গামোচাখন আধা গামোচা আধা লুঙি বনাই দিছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী সহ কেইবাগৰাকী অভ্যৰ্থক ৷

ইতিমধ্যে অসমীয়াৰ স্বাভিমান গামোচাক বিকৃত ৰূপেৰে উপস্থাপন কৰাকলৈ গৰজি উঠিছে ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠন ৷

অসম যুৱ মঞ্চই অসমীয়াৰ স্বাভিমান গামোচাখনক বিকৃত ৰূপত উপস্থাপনৰে অপমান কৰা হৈছে বুলি অভিযোগ তুলিছে যুব সংগঠনটোৱে।

সংগঠনটোৰ মুৰব্বী দীপাংকৰ নাথে সংবাদ মাধ্যমৰ আগত এই অভিযোগ কৰি কয় যে অসমৰ গামোচাখন ফালি বাঙালী গামোচাৰে জোৰা দি বাংলা সাহিত্য সভাই অসমীয়াৰ স্বাভিমানত আঘাত হানিছে।

তেওঁ কয় যে জিআই টেগযুক্ত অসমৰ ফুলাম গামোচাখনক ফালি তথাকথিত সমন্বয়ৰ কৰিবলৈ দিয়া নহ’ব। সংগঠনটোৱে তৎকালে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি অসমৰ গামোচাখনক বিকৃত নিজকে কৰাসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই ৷

ইপিনে,ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি প্রতিক্রিয়া প্রকাশ কৰি কয়, অসমীয়া গামোচাখনৰ স’তে তেওঁলোকৰ গামোচা খন নহ’লে চৰ্চা সংযোজিত কৰা কাৰ্যই অসমীয়াৰ স্বাভিমানত আঘাত হানিব বুলি নাভাবো।

মন্ত্ৰীজনে পুনৰ কয় যে অসমৰ গামোচাখন অসমীয়া গামোচা খন গামোচা হৈয়ে থাকিব; বৰঞ্চ তেওঁলোকে কোৱা ধৰণে সমন্বয়ৰ প্রতীকহে হ’ব।

একেদৰে গামোচা বিকৃতকৰণক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বৰাই৷
বিমল বড়াই অসমীয়া গামোচাৰ বিকৃতকৰণ কৰা সকললৈ জনাইছে বিশেষ আহ্বান৷‘গামোচা অসমীয়াৰ স্বাভিমান,‘গামোচা বিকৃতকৰণ কৰিব নালাগে ৷

‘বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত একাকাৰ কৰিব নালাগে”৷‘এনে কৰিলে স্বাভাৱিকতে প্রতিক্রিয়া হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে গামোচাৰ বিকৃতি হোৱা নাই বুলি কৈ এয়া দুটা সংস্কৃতিৰ সমন্বয় বুলিহে উল্লেখ কৰে ৷

মনকৰিবলগীয়া যে, অনুষ্ঠানটোৰ আয়োজক কমিটিৰ অন্যতম কৰ্ণধাৰ প্রাক্তন বিধায়ক শিলাদিত্য দেৱে কয় যে বিতর্ক নহলে চৰ্চা নহয় ।

বৰাক উপত্যকাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাতো বসবাস কৰা বাঙালীসকলে তেওঁলোকৰ বিয়া বা পূজা পার্বণত এই গামোচাখন ব্যৱহাৰ কৰে।

গতিকে বাংলা সাহিত্য সভাৰ অধিবেশনত বৰাক আৰু ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাক একত্ৰিত কৰাৰ বাবে গামোচাখনৰ জৰিয়তে এক চেষ্টাহে কৰা হৈছে আৰু এই চেষ্টাক সকলোৱে ভাল পাব লাগে বুলি তেওঁ মন্তব্য কৰে।

অৱশ্যে সমগ্র বিষয়টোক লৈ আজি ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টিৰ লগতে বিভিন্ন দল-সংগঠনে এই কাৰ্যক সমালোচনা কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asomiya GamosaBangla Sahitya SabhaCONTROVERSY
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d