Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

40 vehicles disappeared from Fatashil-Ambari police station:মহানগৰীত আজৱ ঘটনা

ফটাশিল আমবাৰী থানাত জব্দকৃত ৪০ খন বাহন হৰলুকি !, তিনিজনক আটক, চাৰিলাখ টকাত বিক্ৰী কৰাৰ স্বীকাৰোক্তি ধৃত পৰেশ দলেৰ, বাহন বিক্ৰীত জড়িত ট্ৰেফিক আই চি !

publisher by publisher
August 29, 2024
in Uncategorized
Reading Time: 2 mins read
0
40 vehicles disappeared from Fatashil-Ambari police station:মহানগৰীত আজৱ ঘটনা
2
SHARES
18
VIEWS
ShareShareShareShare

40 vehicles disappeared from Fatashil-Ambari police station:

মহানগৰীত ৰক্ষক এতিয়া ভক্ষক হৈ পৰিছে। এক আজৱ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ৷ ফটাশিল আমবাৰী থানাত জব্দকৃত বহু বাহন দীৰ্ঘদিন ধৰি থানা চৌহদত পৰিত্যক্ত অৱস্থাত পৰি আছিল ।

ADVERTISEMENT

কিন্ত শেহতীয়াকৈ পোহৰলৈ আহিছে ৪০ খন বাহন { জব্দকৃত অধিকাংশ বাহনেই মটৰ চাইকেল } হঠাতে নোহোৱা হোৱাৰ কথা ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি এই বাহন সমূহ কোনো লোকে চুৰি কৰি নি বিক্ৰী কৰিছে ৷ ঘটনা সন্দৰ্ভত এইপর্যন্ত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত লোককেইজন পৰেশ দলে, ৰাকেশ গোৱালা, ৰাতুল কাকতি। তিনিও জেৰাত বহু বিস্ফোৰক তথ্য সদৰি কৰিছে ৷ আনহাতে আটকাধীন পৰেশ দলেই প্রায় ৪ লাখ টকাত বিক্ৰী কৰিছিল বাহনসমূহ।

RelatedPosts

Father And Son victims Of Brutality In Gohpur:মৰ্মান্তিক ঘটনা !

Dhubri Incident:ধুবুৰীৰ গৌৰীপুৰত অঘটন !

Three Arrested With Fake Gold From Amtala In Nagaon :নগাঁৱৰ আমতলাৰ পৰা নকল সোণ সহ তিনিজনক আটক

উল্লেখ্য যে,ধৃত তিনিওনে আৰক্ষীৰ জেৰাত সদৰি কৰা মতে যানবাহন চুৰি কৰা কাণ্ডৰে জড়িত আছি স্বয়ং ফটাশিল আমবাৰী থানাৰ যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিৰজাহান হুছেইন ৷ তৎস্বত্বেও এই পৰ্যন্ত সোধপোছৰ বাবে আটক কৰা নাই যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিৰজাহানক ৷

ফটাশিল আমবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিব দিয়া অনুসৰি, চলিত মাহৰ ২২ আগষ্টত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি এখন গাড়ী অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ পিছফালে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এখন বাহন ৷ উল্লেখ্য যে বাহন খন চুৰি হৈছিল ফটাশিল আমবাৰীৰ চাইকেল ফেক্টৰীৰ ওম শান্তি বিবাহ ভৱন চৌহদৰ পৰা ৷ পৰৱৰ্তী সময়ত বাহন খন উদ্ধাৰ কৰি থানা চৌহদত ৰখা হৈছিল ৷

ইতিপূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পৰেশ দলে অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰে জ্যেষ্ঠ একাউণ্টেণ্ট আছিল ৷ আন দুজন পুৰণা লোহাৰ বিক্ৰেতা ৰাকেশ গোৱালা আৰু ৰাতুল কাকতিক গ্ৰেপ্তাৰ কৰা হয় ক্ৰমে আমবাৰীৰ কে কে পথ আৰু
বীৰুবাৰী শংকৰপুৰৰ পৰা ৷

ইতিমধ্যে আৰক্ষীয়ে তিনিওকে গুৱাহাটী জিলা আদালতত হাজিৰ কৰি চাৰিদিনীয়া জিম্মাত লয়৷ আৰক্ষীৰ মাৰাথন জেৰাত ধৃত পৰেশ দলৈয়ে স্বীকাৰোক্তি দিয়া মতে গাড়ীবোৰ ১৫ জুলাইৰ পৰা একাদিক্ৰমে অলপ অলপকৈ প্ৰায় ৪ লাখ টকাত বিক্ৰী কৰে । বুধবাৰে তিনিওকে জিম্মা শেষ হোৱাত পুনৰ জিলা আদালতত হাজিৰ কৰে। ইয়াৰ পিছতে ন্যায়াধীশে অভিযুক্তক জেললৈ প্ৰেৰণ কৰে।

মনকৰিবলগীয়া যে ফটাশিল আমবাৰী থানাৰ ট্ৰেফিক আই চি মিৰজাহান হুছেইনৰ দায়িত্বত আছিল এই জব্দকৃত বাহন সমূহ । এখন দুখন নহয় ,৪০ খনকৈ বাহন চৌহদৰ পৰা কিদৰে হঠাতে নোহোৱা হ’ল এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন ৷ আনহাতে আটকাধীন পৰেশ দলেই আৰক্ষীৰ জেৰাত আই চি মিৰজাহান হুছেইনৰ নাম উল্লেখ কৰিছে ৷ তাৰ পিছতো কিয় আই চি মিৰজাহানক জেৰা কৰা নহ’ল ? নে আৰক্ষী হোৱাৰ সুবাদতে সাৰি যাব নেকি আই চি মিৰজাহান ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 40 vehicles disappearedFatashil-Ambari police stationThree Person Arrested
publisher

publisher

Related Posts

ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা ! গুজৰাটত বি এছ এফৰ গুলীত নিহত এজন
Uncategorized

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

May 27, 2025
Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

May 19, 2025
Bipanchika Bora of Nagaon receives National Scholarship: নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d