Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Khanapara :খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশাল নিযুক্তি সমাৰোহ

গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ, ৪৪ সহস্রাধিকক নিয়োগ পত্র দিব গৃহমন্ত্ৰী শ্বাহে, নিযুক্তি পত্ৰ ল'বলৈ শাৰি পাতি খেলপথাৰত প্ৰৱেশ প্ৰাৰ্থীৰ

publisher by publisher
May 25, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Khanapara :খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশাল নিযুক্তি সমাৰোহ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

khanapara:

একে সময়তে, একেখন পথাৰত অভিলেখ সংখ্যক ৪৪,৭০৩ টা বিভিন্ন চৰকাৰী বিভাগৰ পদত নিযুক্তিপত্ৰ বিতৰণৰ বাবে আজি বিয়লি মহানগৰীৰ খানাপাৰাত আয়োজিত এক সমাবেশত অংশগ্রহণ কৰিবলৈ ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ গুৱাহাটী বিমানকোঠত দুপৰীয়া আহি উপস্থিত হয়।

ADVERTISEMENT

বিমানকোঠত গৃহমন্ত্ৰী গৰাকীক উস্ম আদৰণি জনায় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰনজিৎ কুমাৰ দাস সহ কেইবাগৰাকী মন্ত্ৰীয়ে ৷

ইতিমধ্যে খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত বিশাল নিযুক্তি সমাৰোহত ভাগ লব’লৈ পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থী সকলৰ লানিনিছিঙা সোঁত বৈছে সমাৰোহস্থীলৈ ৷ প্ৰখৰ ৰ’দকো নেওচি ভাগ্যৱান প্ৰাৰ্থী সকলেসমাৰোহস্থলীৰ প্ৰৱেশদ্বাৰত শাৰি পাতি প্ৰৱেশ কৰিছে ভিতৰলৈ ৷

উল্লেখ্য যে, ইতিমধ্যে সম্পূৰ্ণ হৈ যোৱা বাছনি প্রক্রিয়া অনুসৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা সকলে আজি বিয়লি তিনি বজাত খানাপাৰা খেলপথাৰত সমবেত হৈ লাভ কৰিব পাৰিব নিযুক্তিপত্রসমূহ।

স্মতৰ্ৱ্য যে ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দ্বিতীয় বর্ষপূর্তি উপলক্ষে আজি আয়োজিত এই সমাবেশৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি কয় যে প্রায় ৪৫ হেজাৰ নিবনুৱাই নিযুক্তিপত্ৰ লাভ কৰিব। দিনৰ তিনি বজাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত হোৱাৰ পাছতে সভা আৰম্ভ হ’ব।

প্ৰায় দুঘণ্টাজোৰা এই সভাখনত নতুনকৈ নিযুক্তিৰ বাবে বাছনি হোৱা প্ৰাৰ্থীসকলক ২-৩০ বজাৰ পূর্বে আসন গ্রহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে বিশেষকৈ মহিলা প্রার্থীসকলে নিজৰ অভিভাৱকৰ স’তে খেলপথাৰলৈ আহিব পাৰিব।

ইফালে, খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া সমাবেশৰ পূৰ্বে কেন্দ্রীয় গৃহমন্ত্রীয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ অসম আৰক্ষীৰ এটা এপছ মুকলি কৰাৰ লগতে নেচনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্ছিটিৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে ফৰেনচিক বিশ্ববিদ্যালয়খনৰ পাঠদান সদ্যহতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত আৰম্ভ হ’ব আৰু পৰৱৰ্তী সময়ত আন্তঃগাঁথনি নিৰ্মাণৰ পাছত কামৰূপ জিলালৈ স্থানান্তৰ হ’ব।

উল্লেখ্য যে কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে অসম আৰক্ষীৰ ‘সেৱা সেতু’ নামৰ এটা এপছ ৰাইজৰ বাবে মুকলি কৰিব। এই এপটোৰ অন্যতম বিশেষত্ব হ’ল কাইলৈৰ পৰা সৰ্বসাধাৰণ ৰাইজে থানালৈ নোযোৱাকৈ নিজৰ ঘৰৰ পৰাই অনলাইনযোগে এজাহাৰ দাখিল কৰিব পাৰিব।

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আজি কয় যে বিশেষকৈ মহিলাৰ বিৰুদ্ধে হোৱা অত্যাচাৰ, হত্যা, ধর্ষণ আদিকে ধৰি চুৰি, ডকাইতিলৈকে বিভিন্ন গোচৰৰ বাবে ৰাইজে ঘৰৰ পৰাই এজাহাৰ দাখিল কৰিব পাৰিব। আনকি সংঘটিত অপৰাধৰ বিষয়ে মাজনিশাও ভুক্তভোগীয়ে এপৰ জৰিয়তে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিব পাৰিব।

খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত কাইলৈ অনুষ্ঠিত হ’ব লগা নিযুক্তি প্রাপকসকলক নিযুক্তিপত্ৰ বিতৰণ সমাবেশত অংশগ্ৰহণৰ বাবে আহিবলগীয়া যুৱক-যুৱতীসকলক উদ্দেশি মহানগৰ আৰক্ষীয়ে বুধবাৰে কেতবোৰ নিৰ্দিষ্ট নীতি-নিয়ম অৱগত কৰিছে। মহানগৰ আৰক্ষীৰ আয়ুক্ত দিগন্ত বৰাই সদৰী কৰা মতে, বৃহস্পতিবাৰে বিয়লি চাৰি বজাত খানাপাৰাত মূল সভা আৰম্ভ হ’ব।

অৱশ্যে নিৰাপত্তাজনিত কাৰণৰ বাবে দিনৰ ১২ বজাতহে খেলপথাৰত প্ৰৱেশৰ বাবে মূল প্ৰৱেশদ্বাৰ মুকলি কৰা হ’ব। যিহেতু সভা অন্ত পৰালৈকে এক দীঘলীয়া সময় উপস্থিত লোকসকলে অপেক্ষা কৰিব লাগিব, সেয়েহে খেলপথাৰ চৌহদত উপস্থিতসকলৰ বাবে খোৱাপানী আৰু প্ৰস্ৰাৱাগাৰকে ধৰি আনুষংগিক সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে।

আৰক্ষী আয়ুক্তজনে নিযুক্তিপত্র সংগ্ৰহ কৰিবলৈ অহা যুৱক-যুৱতীসকলক কাইলৈ কাৰ্যসূচীলৈ আহোতে নিজৰ এখন পৰিচয়পত্ৰ, চৰকাৰী বিভাগত নিযুক্তিৰ বাবে তেওঁ বাছনি হোৱা ফলাফলৰ তালিকাৰ প্ৰতিলিপি আৰু সংশ্লিষ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱা এডমিট কাৰ্ডৰ একোখনকৈ প্ৰতিলিপি আনিব লাগিব।

উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আগমন উপলক্ষে গুৱাহাটীত গঢ়ি তোলা হৈছে ব্যাপক নিৰাপত্তা ব্যৱস্থা। খানাপাৰা খেলপথাৰ চৌহদকে ধৰি সমগ্ৰ অঞ্চলটোতে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে কাইলৈৰে পৰা খোজকাঢ়ি টহল আৰম্ভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত কোনো দল-সংগঠনে যাতে কোনো ধৰণৰ প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে সমগ্ৰ খানাপাৰা অঞ্চলতে ব্যাপক হাৰত মোতায়েন কৰা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী।

ইফালে, যানবাহনৰ চলাচলৰ ক্ষেত্ৰতো ভালেমান নিষেধাজ্ঞা আৰু পথ নির্দেশনা দিয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সাত বজাৰ পৰা নিশা ১১ বজালৈকে গধুৰ যানবাহনৰ চলাচল বন্ধ থাকিব। ইফালে, পাঞ্জাবাৰী পথতো দুপৰীয়াৰ পৰা চাৰিচকীয়া বা তাতকৈ অধিক ডাঙৰ যানবাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaKhanapary Play GroundRecruitment CeremonyUnion Home Minister Amit Shah
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d