Aattja:তিনিচুকীয়া জিলা আয়ুক্তক সলনি দাবী আটজাৰ

মুখ্যমন্ত্ৰীলৈ আটজাৰ স্মাৰক পত্ৰ

aatja

Aattja:

মৰাণ আৰু চাহ জনগোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘৰ্ষ হোৱাৰ আশংকা সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থা চমুকৈ আটজা ৷

এনে হোৱাৰ বাবে দায়ী হ’ব তিনিচুকীয়াৰ জিলা আয়ুক্ত ৷ এইদৰে মন্তব্য প্ৰকাশ কৰি আটজাই অতি শীৰ্ঘেই আয়ুক্ত গৰাকীক সলনি কৰিবলৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে এখন স্মাৰকপত্ৰ

উল্লেখ্য যে,স্মাৰকপত্ৰত চাহ জনগোষ্ঠীক জনজাতি কৰণ ,ভূমি আৱন্টন সহ কেতবোৰ দাবী সন্নিৱিষ্ট আছে ৷

Exit mobile version