Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

AATSA : আটছাৰ মহাৰজত জয়ন্তীত একত্ৰিত অসমৰ চাহ জনগোষ্ঠীৰ লেখক-সাহিত্যিক, কবি

কে'বখনো গ্ৰন্থ উন্মোচন

publisher by publisher
December 27, 2022
in Assam, News
Reading Time: 4 mins read
0
AATSA : আটছাৰ মহাৰজত জয়ন্তীত একত্ৰিত অসমৰ চাহ জনগোষ্ঠীৰ লেখক-সাহিত্যিক, কবি
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

AATSA :

“অসমৰ সহস্ৰাধিক চাহ জনগোষ্ঠী ৰাইজক বৃহৎ ছাতিৰ তলত আৱৰি ৰাখিছে অসমীয়া পৰিচয়ে । অসমীয়া আমাৰ মুখৰ ভাষা । অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আমাৰ প্ৰাণ স্পন্দন, সংযোগৰ মূল সেঁতু ।

ADVERTISEMENT

অসমীয়া ভাষাত কবিতা, প্ৰৱন্ধ, সাহিত্য সৃষ্টি কৰিছোঁ, অসমীয়া হিচাপে পৰিচয় দি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আগবঢ়াই নিছোঁ”, গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত সমন্বয়ৰ বাৰ্তাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ মহাৰজত জয়ন্তীৰ আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী চাহ জনগোষ্ঠীৰ লেখক, সাহিত্যিকসকলৰ সমাৰোহ আৰু কবি সন্মিলনত অংশগ্ৰহণ কৰি অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি, বিশিষ্ট লেখক সঞ্জয় কুমাৰ তাঁতীয়ে এনেদৰে মন্তব্য কৰে ।

বিশিষ্ট লেখক, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড° মাণিক শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সমাৰোহত তেওঁ আৰু কয় যে, বিভিন্ন জাতি-জনগোষ্ঠীৰ নিজস্ব ভাষা আছে । সেইদৰে অসমৰ চাহ জনগোষ্ঠীৰো বৰ্ণিল সাংস্কৃতিক সম্পদ আছে, উপাদান আছে । তেনে অমূল্য উপাদানসমূহ বুটলি আনি সাহিত্যৰ জৰিয়তে ডাঙি ধৰিব পাৰিলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া অধিক শক্তিশালী হ’ব, তৰাম্বিত হ’ব ।

কিন্তু অসমৰ চাহ জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ নিখুঁট বিশ্লেষণৰ দ্বাৰা ইতিহাস চৰ্চাৰ ক্ষেত্ৰত এতিয়াও ওপৰুৱাকৈ বিহংগম দৃষ্টিৰেহে চৰ্চা কৰা পৰিলক্ষিত হৈছে । যাৰ ফলত চাহ জনগোষ্ঠীৰ মাটিৰ সাহিত্য সৃষ্টি কৰাত যেন বিফল হৈছে । চাহ জনগোষ্ঠীৰ নিজা লিপি, ব্যাকৰণ নাই বুলি উল্লেখ কৰি আজি পৰ্যন্ত চাহ জনগোষ্ঠীৰ এখন ইতিহাস গ্ৰন্থ ৰচনা নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰি লেখক, সাহিত্যিক, সংগঠনসমূহক এনে গধুৰ দায়িত্ব গ্ৰহণ কৰাৰ তেওঁ মুকলি আহ্বান জনায় ।

সমাৰোহ উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমি প্ৰাপক জয়ন্ত মাধৱ বৰাই অসমীয়া সাহিত্য, সংস্কৃতি, জাতি গঠন প্ৰক্ৰিয়াত অসমৰ চাহ জনগোষ্ঠীৰ ভূমিকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰে ।

“অসমৰ ইমূৰৰ পৰা সিমূৰ চাহ জনগোষ্ঠীৰ লেখক, সাহিত্যিক, কবিক একেখন মঞ্চত এনেদৰে একত্ৰিত কৰি আটছাই এক মহৎ আৰু বিৰল বাৰ্তা প্ৰেৰণ কৰা বুলি সমাৰোহৰ সঞ্চালক ড° মাণিক শইকীয়াই নিজস্ব অভিমত ব্যক্ত কৰে । ই আটছাৰ মহাৰজত জয়ন্তীৰ বিশেষ সফলতা বুলিও মন্তব্য কৰে তেওঁ ।

উক্ত অনুষ্ঠানতে বিশিষ্ট কবি প্ৰতিমা ৰাজৱাৰৰ কাব্যগ্ৰন্থ ‘বিমুদ্ৰাৰ পৃথিৱী’ উন্মোচন কৰে লেখক, সাহিত্যিক সুশীল কুৰ্মীয়ে । আটছাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপ্ন জীৱন আৰু কৰ্ম শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰা হয় ।

বিভিন্ন নৃত্য, সাংস্কৃতিক কাৰ্যসূচীৰে আজি মুখৰিত হৈ পৰে পৰিৱেশ । সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ড° কাজল শইকীয়াই ।

কাইলৈ গোলাঘাট নগৰত বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AATSAAssam Tea GardenGolaghat
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d