Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Wb Cm On Anti Rape Bill: পশ্চিমবংগত প্ৰণয়ন কৰা হ’ব ধৰ্ষণ প্ৰতিৰোধী আইন

৭ দিনৰ ভিতৰত ধৰ্ষণকাৰীক চৰম শাস্তিৰ বিধান সন্নিৱিষ্ট থাকিব, ৰাজ্য বিধানসভাৰ বিশেষ অধিৱেশনৰ আহ্বান মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ

publisher by publisher
August 28, 2024
in Uncategorized
Reading Time: 4 mins read
0
Wb Cm On Anti Rape Bill: পশ্চিমবংগত প্ৰণয়ন কৰা হ’ব ধৰ্ষণ প্ৰতিৰোধী আইন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Blood Donation Camp:ৰক্তদানেৰে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি ৰাজ্যিক বিজেপিৰ

Amiya Kr bhuyan:ৰাজ্যিক বিজেপিৰ উপ- সভাপতি লাভৰ পিছতে নিৰ্দলীয়ৰূপে মনোনয়ন দাখিলৰ ঘোষণা প্ৰত্যাহাৰ বিধায়ক অমিয় ভূঞাৰ

BJP:জুবিনৰ ন্যায় বিচাৰি ২২ অক্টোবৰৰ পৰা বিজেপিৰ ‘জনসমদল’

Wb Cm On Anti Rape Bill:

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহিবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসক ধৰ্ষণ হত্যাক লৈ পশ্চিমবংগ উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ঘোষণা পশ্চিমবংগত প্ৰণয়ন কৰা হ’ব ধৰ্ষণ প্ৰতিৰোধী আইন৷ এই আইনৰ অধীনত অভিযুক্তৰ শাস্তি সাত দিনৰ ভিতৰত দিয়াৰ ব্যৱস্থা সন্নিৱিষ্ট থাকিব প্ৰস্তাৱিত বিধেয়ক খনত।

ADVERTISEMENT

আনহাতে ধৰ্ষণ প্ৰতিৰোধী নতুন বিধেয়ক উত্থাপন তথা আইনত পৰিণত কৰিবৰ বাবে অহা সপ্তাহত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জৰুৰীভাৱে বিধানসভাৰ বিশেষ অধিৱেশনৰো আহ্বান জনাইছে। এইক্ষেত্ৰত বিৰোধী দল সমূহৰো পূৰ্ণ সমৰ্থন আশা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কলকাতাত ঘোষণা কৰি কয় যে, এই বিধেয়ক খন পশ্চিমবংগ বিধানসভাত গৃহিত তৎকালেই আইনত পৰিণত কৰিবৰ বাবে ৰাজ্যপালৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰিব। তাৰ পিছতে ৰাজ্যত বলবৎ হ’ব এই নতুন আইন ৷ এই আইনৰ অধীনত ৭ দিনৰ ভিতৰত ধৰ্ষণকাৰীক চৰম শাস্তিৰ বিধান কাৰ্যকৰী হ’ব ৷

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,উল্লিখিত বিল খন আইনত পৰিণত কৰিবৰ বাবে ৰাজ্যপালৰ স্বাক্ষৰৰ প্ৰয়োজন ৷ এনেক্ষেত্ৰত যদিহে ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকে তেন্তে ৰাজ্যপালৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব টিমএমচিয়ে ৷ আইন খন কাৰ্যকৰী কৰাৰ পৰা কোনোক্ষেত্ৰতে তেওঁ চৰকাৰ পিছ হুহুঁকি নাহে ৷

একেদৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে এই কথাও উল্লেখ কৰে যে,তেওঁৰ চৰকাৰে নতুন বিধেয়ক অনাৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো পত্ৰৰ জৰিয়তে অৱগত কৰি উল্লেখ কৰিব যে,কেন্দ্ৰই ইতিপূৰ্বে আইনত পৰিণত কৰা ন্যায় সংহিতাত ধৰ্ষণকাৰীৰ শাস্তি কাৰাবাস বুলি নিৰ্ধাৰণ কৰা আছে ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰণীয় একো নাই। অৱশ্যে আমাৰ হাতত ক্ষমতা দিয়া হয় তেন্তে আমি সাত দিনৰ ভিতৰত ধৰ্ষণকাৰীৰ শাস্তি দিয়াৰ দিহা কৰিম ৷

উল্লেখ্যে যে দেশ কপাই যোৱা বহুচৰ্চিত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহিবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসক ধৰ্ষণ হত্যাক লৈ ৰাজ্যত অব্যাহত আছে উত্তাল প্ৰতিবাদ ৷ ইতিপূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ে কনিষ্ঠ চিকিৎসক ধৰ্ষণ- হত্যা বিষয়টোক পশ্চিমবংগ চৰকাৰ আৰু আৰক্ষীক কোনো গুৰুত্ব নিদিয়াৰ বাবে মমতা চৰকাৰক তীব্ৰ ভৎসনা কৰি এই ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিবলৈ নিৰ্দেশ দিয়ে। ইতিমধ্যেই চিবিআইয়ে মুল অভিযুক্ত নিজৰ জিন্মাত লৈ আৰ জি কৰ চিকিৎসা মহিবিদ্যালয়ৰ সদ্য প্ৰাক্তন অধ্যক্ষ সহ আন কে’বাজনকো মাৰাথন জেৰা চলাই আছে ৷ চিবিআইৰ ক্ষীপ্ৰ তদন্তত ঘনে ঘনে পোহৰলৈ আন কেতবোৰ ন ন তথ্য ৷

আনহাতে চিবিআইক শীৰ্ঘেই তদন্ত প্ৰতিবেদন আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছে কলকাতা উচ্চ ন্যায়ালয়ে। এনে ঘটনা পৰিঘটনাৰ মাজতে ভুক্তভোগী চিকিৎসক গৰাকী পিতৃয়ে অভিযোগ কৰে যে তেওঁৰ জীয়ৰীৰ গোচৰটোৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল সংশ্লিষ্ট থানাই ৷

ইফালে এই ঘটনাক লৈ আৰম্ভণিৰে পৰা সৰৱ হৈ থকা ৰাজ্যিক বিজেপি ৰাজ্যব্যাপি আন্দোলন অব্যাহত ৰাখি মঙলবাৰে নৱান্নত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই প্ৰতিবাদ সাব্যস্ত কৰা সহস্ৰাধিক বিজেপি কৰ্মীৰ ওপৰত আৰক্ষীয়ে লাঠি চালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰে ৷ ফলত আহত হয় কেবা’ শতাধিক বিজেপি কৰ্মী।

আনহাতে মঙলবাৰে নিশা প্ৰতিবাদকাৰীয়ে ঠায়ে ঠায়ে আন্দোলনকাৰীক উৰ্ধত কৰাৰ বাবে ড:ভূপেন হাজৰিকা কালজয়ী গীত ‘বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে’ হাহাকাৰ শুনিও শীৰ্ষক বাংলা অনুদিত গীত পৰিবেশন কৰে।

মঙলবাৰৰ ঘটনাৰ প্ৰতিবাদত বুধবাৰে টিএম চি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যিক বিজেপিয়ে আহ্বান জনোৱা বাৰ ঘন্টীয়া বন্ধ সৰ্বাত্মক আছিল। ৰাজধানী কলকাতা সহ ৰাজ্য খনৰ দোকান- পোহাৰ বন্ধ হোৱাৰ লগতে ৰাজপথত যানবাহনৰ চলাচল সেৰেঙা আছিল। বেচৰকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয় সমূহ সম্পূৰ্ণ বন্ধ থকাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশৰ বাবে চৰকাৰী কাৰ্যালয়ত বিষয়া- কৰ্মচাৰীক উপস্থিত আছিল যদিও উপস্থিতিৰ সংখ্যা তুলনামূলকভাৱে কম থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anti Rape Billstate bjpwb ASSEMBLYWB BANDHWb Cm Mamata Banerjee
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d