Horoscope:ৰাশিফল
মেষ: মঙলৰ শুভ প্রভাৱত কৰ্ম সম্পন্ন কৰিব পাৰিব। পিছবেলা দূৰ ভ্ৰমণ নকৰিব। কর্মস্থানত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৩।
বৃষ: পুৰণি ৰোগে আমনি কৰিব। হঠাৎ কোনো ব্যক্তিৰ লগত মতানৈক্যৰ সৃষ্টি হ’ব পাৰে। কর্মস্থানত শুভ। বিদ্যাত মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ৮।
মিথুন: সামাজিক কামত আগ্রহ বাঢ়িব। মানসিক শান্তি। দুষ্ট লোকৰ পৰা সাবধান। আয়তকৈ ব্যয় বৃদ্ধি। কৰ্মত শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা ৫।
কৰ্কট : শৰীৰৰ প্ৰতি নজৰ ৰাখিব। খং ত্যাগ কৰক। পদোন্নতিৰ যোগ। বন্ধুৰ পৰা সাৱধান হওক। নিজৰ লক্ষ্যৰ প্ৰতি নজৰ ৰাখক। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৭।
সিংহ: কৰ্মত উদাৰতা থাকিব। আর্থিক উন্নতি। ৰাজনৈতিক বা সামাজিক ক্ষেত্রত উন্নতি হ’ব। কর্মক্ষেত্ৰত শুভ। হতাশা দূৰ হ’ব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
কন্যা: দূৰ ভ্ৰমণ কৰিব পাৰিব। চাকৰিৰ যোগ। কৰ্মত উন্নতি আৰু পৰিৱৰ্তন। প্ৰেমত শুভ। গুৰুকৃপা লাভ কৰিব। সোণালী ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ২।
তুলা: কৰ্ম সংস্থাপনৰ যোগ। ঘৰুৱাত মধ্যম। ভ্রমণত বাধা। আর্থিকত শুভ। শত্ৰুৰ পৰা সাৱধান। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।
বৃশ্চিক: ভৱাতকৈ অধিক আনন্দিত হ’ব। ৰৈ থকা কাম সমাধান হ’ব। দূৰ ভ্রমণ নকৰাই ভাল। কর্মস্থানত মধ্যম। অর্থ লাভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।
ধনু: নতুন কামত তৎপৰ হওক। ভ্রমণত শুভ। বগলা পূজা কৰক। শাৰীৰিক দুৰ্বলতা আঁতৰিব। দাম্পত্যত মধ্যম। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৬।
মকৰ: নতুন যোগাযোগৰ পৰা উপকৃত হ’ব। বন্ধুৰ পৰা আনন্দ লাভ কৰিব। লক্ষ্যত উপনিত হ’ব পাৰিব। প্ৰেমত বাধা। খৰচ বৃদ্ধি। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
কুম্ভ: অর্থ লাভ। কর্মত শুভ। ঘৰুৱা মধ্যম। গোপন শত্রু বৃদ্ধি। বন্ধুৰ পৰা আনন্দ লাভ। যান-বাহনৰ পৰা সাৱধান। শুভ ৰং কমলা। শুভ সংখ্যা ৬।
মীন: যান-বাহনৰ ক্ষতি হ’ব পাৰে। কর্মস্থানত শুভ। বিদ্যার্থীসকলে অধিক কষ্ট কৰিব লাগিব। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক। শুভ ৰং মাখন। শুভ সংখ্যা ৭।