Sumi Bora will surrender today:
➡️দহদিনৰ পাছত আত্মপ্ৰকাশ চুমি বৰাৰ ৷
ADVERTISEMENT
➡️সংবাদ মাধ্যমত চুমি বৰাৰ প্ৰথমটো ভাষ্য ৷
➡️আজিয়েই আত্মসমৰ্পণ কৰিব বুলি ঘোষণা চুমি বৰাৰ ৷
➡️অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ বাৰ্তা চুমি বৰাৰ ৷
➡️বহু সাহস কৰি আত্মসমৰ্পণ কৰিব ওলাইছো ৷
➡️মই পলাই থকা নাই,লুকাই আছিলোঁ ।
➡️অধিক মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছো ।
➡️সাতদিন ধৰি পলাই থকাৰ কথা স্বীকাৰ ৷
➡️মোৰ বিৰুদ্ধে বহু অপপ্ৰচাৰ চলি আছে’ ।
➡️যি বাতৰি প্ৰকাশ হৈছে তাৰ ১০ শতাংশও শুদ্ধ নহয় ৷
➡️মিডিয়াই মোক ফাঁচী দিলে ৷
➡️আৰক্ষীক সম্পূৰ্ণ সহযোগ কৰিম ৷
➡️ভিডিঅ’ বাৰ্তাত ৰহস্যজনকভাৱে চুমিয়ে উল্লেখ কৰা নাই স্বামী তাৰ্কিকৰ কথা ৷
➡️উল্লেখ কৰা নাই ককায়েক ৰাজিব আৰু বৌয়েকৰ বিষয়ে ৷