Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

There are two BJP MLAs sponsoring the land grabbing in Sonapur:দুই বিজেপি বিধায়কৰ পৃষ্ঠপোষকতাত সোণাপুৰত চলিছে অবাধ ভূমি বেদখল

অধ্যক্ষ-আৰক্ষীক অভিযোগ দাখিলৰ পাছতো নাই কোনো ব্যৱস্থা, আমেৰিগোগ মিশ্র কৃষি পামৰ অভিযোগপত্ৰত বিধায়কদ্বয় ভূবন গাম- ফণী তালুকদাৰৰ নাম

samimsultana by samimsultana
September 24, 2024
in India, Assam, News
Reading Time: 3 mins read
0
There are two BJP MLAs sponsoring the land grabbing in Sonapur:দুই বিজেপি বিধায়কৰ পৃষ্ঠপোষকতাত সোণাপুৰত চলিছে অবাধ ভূমি বেদখল
2
SHARES
15
VIEWS
ShareShareShareShare

There are two BJP MLAs sponsoring the land grabbing in Sonapur:

সোণাপুৰৰ বেদখল উচ্ছেদক কেন্দ্ৰ কৰি প্রতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ভয়- ভাবুকি তথা ক্ষমতাৰ অপপ্রয়োগ কৰি বিজেপিৰ দুজন বিধায়কৰ পৃষ্ঠপোষকতাত সোণাপুৰ ৰাজহ চক্ৰৰ অধীনস্থ অঞ্চলত চলিছে অবাধ ভূমি বেদখল। সোণাপুৰৰ আমেৰিগোগ মিশ্র কৃষি পামে এই সন্দর্ভত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বিভিন্ন চৰকাৰী কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰি আহিছে যদিও ভূ-মাফিয়াৰ বিৰুদ্ধে সততে কঠোৰ বুলি দাবী কৰা চৰকাৰখনে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ উঠিছে।

ADVERTISEMENT

উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ যোৰাবাটৰ ১৩ মাইলত জনজাতি বেষ্টনীৰ অন্তৰ্গত প্রায় ১০১ বিঘা মাটি মাজুলীৰ বিধায়ক ভূৱন গাম, ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰৰ ঘনিষ্ঠৰ লগতে ময়ূৰ তালুকদাৰ, নাৰায়ণ প্রসাদ ঝুনঝুনৱালা আৰু সোণাৰিৰ শুকমতা চাংমায়ে দখল কৰাৰ অভিযোগ তুলিছে কৃষিপামখনে।

RelatedPosts

Cm Vigilance Raid :দুর্নীতিগ্রস্ত অৱসৰপ্ৰাপ্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিদ্যালয়ত চিএম ভিজিলেন্সৰ অভিযান

সিংহলৰ ভূমি বেদখল, নিৰ্বিকাৰ চৰকাৰ

Rahul Gandhi: আজি আবেলি দুই বজাত জুবিন সমাধিক্ষেত্ৰত উপস্থিত হ’ব ৰাহুল গান্ধী

এই দখলকাৰী পক্ষৰ হৈ যোৱা ১১ আগষ্টত যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে স্থানীয় ৩০-৩৫জন মানুহক ভয়-ভাবুকিৰে সেই স্থানৰ পৰা খেদি পঠিওৱাৰো অভিযোগ উঠিছে। আৰক্ষী বিষয়াজনে উক্ত অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি সেই মাটি খালী কৰি নিদিলে প্রয়োজনত এনকাউন্টাৰো হৈ যাব বুলি ভাবুকি প্ৰদান কৰাৰ অভিযোগ আছে।

অৱশ্যে উক্ত দিনৰ ঘটনাক লৈ স্থানীয় লোকসকলে আৰক্ষী আয়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছে। উল্লেখ্য যে বিধানসভাৰ অধ্যক্ষলৈ লিখা পত্ৰখনত কৃষি পামখনে সদৰী কৰিছে যে ১৯৮৪-৮৫ৰ পৰাই উল্লিখিত ৰাজহ চক্ৰৰ অধীনৰ ১৪৭, ১৫৭ আৰু ১৬৫ নম্বৰ দাগৰ মাটিত তেওঁলোকে খেতি কৰি আহিছে। ইয়াৰে ১৪৭ নম্বৰ দাগৰ ২৫ বিঘা মাটি ২০০০ত নন কেডেস্টেল ম্যাদী হৈছে। বাকী মাটি ম্যাদীৰ কাৰণে ২০১০৩ আবেদন কৰিছিল যদিও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা নির্দেশনা অহা নাছিল। শেষত তেওঁলোকে জৰীপ বিভাগৰ পৰা, বন বিভাগৰ পৰা এনঅ’চি লাভ কৰিছে।

গোটেইখিনি মাটি ম্যাদীকৰণৰ চূড়ান্ত পর্যায়ত আছে আৰু সেই সময়তে অঞ্চলটোৰ বৃহৎ সংখ্যক ভূমি বলপূর্বকভাৱে বেদখল কৰি ভুৱা পট্টা প্ৰস্তুত কৰা হৈছে বুলি তেওঁলোকে অভিযোগ তুলি কয়, ‘আঠ বিঘা মাটি শুকমতা চাংমাইৰ নামত ভুৱা পট্টা জাৰি কৰা হৈছে। একেদৰে ময়ূৰ তালুকদাৰৰ নামত ৩৭ বিঘা, মাজুলীৰ বিধায়ক গামে বীৰেন তুতলাৰ নামত ২৯ বিঘা মাটি নামজাৰি কৰিছে। ইয়াৰ উপৰি নাৰায়ণ প্ৰসাদ ঝুনঝুনৱালাৰ নামত ২৫ বিঘা মাটি বেদখল হৈছে।’ উল্লিখিত লোককেইজনৰ মাটিৰ তথ্য বিচাৰি ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰা হৈছিল যদিও কার্যালয়ে কোনো তথ্য যোগান ধৰিব নোৱাৰিলে বুলি তেওঁলোকে উল্লেখ কৰিছে।

সমান্তৰালভাৱে তালুকদাৰে ২০২৩ৰ ২৮ ডিচেম্বৰত অজিত টুমং নামৰ লোকজনক হাত-ভৰি বান্ধি কাটিবলৈ উদ্যত হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে। লগতে তেওঁলোকে অভিযোগ পত্ৰখনত উল্লেখ কৰিছে-‘সোণাপুৰৰ মাটি সুৰক্ষা কৰিবলৈ এই পত্র প্রদান কৰিছো। যাতে বিধায়ক ভূৱন গামে সোণাপুৰৰ এচিপি আবুতানী দলেক লগত নি মাটি দখল কৰিব নোৱাৰে। ময়ূৰ তালুকদাৰে যাতে যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক লগত নি মাটি কাঢ়িব নোৱাৰে তাৰ ব্যৱস্থা কৰক। এই কামত গৃহ সচিব বিশ্বজিৎ পেগু জড়িত থকাৰ তথ্য আহিছে। গতিকে বিষয়াজনক তৎকালে বদলি কৰিবলৈ সোণাপুৰ ৰাইজে দাবী জনাইছে।’ উল্লেখ্য যে এই ভূমি বেদখলৰ সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্রহণ নকৰিলে স্থানীয় লোকসকলক ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ প্রদান কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Land GrabbingPublic CpmplaintSONAPURtwo BJP MLAs sponsoring
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d