Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এন এইচ পি চিত ভয়ানক ভূমিস্খলন

চপৰা-চপৰে খহিছে পাহাৰ, শ্লুইচ গেটলৈ যোৱা পথ বিচ্ছিন্ন

publisher by publisher
October 10, 2022
in Assam, India, News
Reading Time: 1 min read
0
এন এইচ পি চিত ভয়ানক ভূমিস্খলন
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

Flying Squad Raid in dhemaji: ফ্লায়িং স্কোৱাডৰ তালাচিত ধেমাজিৰ মৰিধলত বৃহৎ পৰিমাণৰ টকা জব্দ

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

Gerukamukh:বৃহৎ এলেকাৰ পাহাৰ ছানি ধৰিছে জুইয়ে: পৰিস্থিতি নিয়ন্ত্রণ অব্যাহত অগ্নিনির্বাপক বাহিনীৰ

অৰুণাচল প্ৰদেশৰ পাহাৰত মূষলধাৰ বৰষুণ পৰিলেই উদ্বিগ্ন হৈ পৰে এন এইচ পি চি । ব্যাঘাত জন্মে যুদ্ধংদেহীভাৱে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কামত । এন এইচ পি চিৰ সপোন পূৰণ হ’বলৈ দিবনে প্ৰকৃতিয়ে ? ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কিমান দূৰ সমীচিন ? অৰুণাচল প্ৰদেশৰ পাহাৰে বহন কৰিব পাৰিবনে প্ৰকল্প সম্পূৰ্ণ হ’লে ? উন্নয়নৰ নামত এয়া সচাঁকৈ অসমৰ বাবে হৈ পৰিব নেকি জলবোমা ? ইয়াক লৈ তীব্ৰ চৰ্চা অব্যাহত থকাৰ সময়তে ধাৰাবাহিকভাৱে প্ৰাকৃতিক অঘটনে শ’লঠেকক পেলাইছে এন এইচ পি চিৰ লগতে শাসনাধিষ্ট বৰ্তমানৰ বিজেপি চৰকাৰক ।

ADVERTISEMENT

এটা সময়ত তদানীন্তন বিজেপি দলৰ কেন্দ্ৰীয় সভাপতি ৰাজনাথ সিঙে গোগামুখত আহি প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল বৃহৎ নদী বান্ধৰ বিৰুদ্ধে । কিন্তু এতিয়া লংকালৈ গ’লে ৰাৱন হোৱাৰ দৰে ৰাজনৈতিক সুৰ সলনি হ’ল বিজেপি কেন্দ্ৰীয় নেতাৰো । সলনি হ’ল সেই সময়ৰ নেতাৰ উদাত্ত ভাষণৰ সুৰ ।

জনজাতীয় নেতা হিচাপে বিধায়ক হোৱা ডাঃ ৰণোজ পেগুৰ সমৰ্থন সলনি হ’ল বান্ধ নিৰ্মাণক লৈ । সকলো বুজিও নিমাত বিধায়ক ভূৱন পেগু, সদ্য আছুত‌্যাগী আৰু বৰ্তমানৰ সাংসদ তপন গগৈৰ দৰে বহু বিধায়ক-মন্ত্ৰীৰ ।

মন কৰিবলগীয়া যে, গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বাৰিষাৰ কালছোৱাত কাম খৰতকীয়া কৰিবলৈ গৈ  ইটোৰ পাছত সিটো অঘটন প্ৰকল্পস্থীত । মূলবান্ধ নৌহওঁতেই বা শক্তি উৎপাদন ক্ষমতা গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈ নোঠাৰ আগতে ৰুষ্ট প্ৰকৃতিৰ ৰোষত প্ৰকল্প নিৰ্মাণ সংস্থা এন এইচ পি চি । মুঠ পাচঁটাকৈ সুৰংগ খহনীয়াত বন্ধ হৈ পৰিছে তিনিটা সুৰংগ ।

প্ৰ’টেকছন ৱাল, গাৰ্ড ৱাল খহি পাৱাৰ হাউছত পানী সোমাল । তাৰ পাছতো এন এইচ পি চিয়ে কয় বান্ধ সুৰক্ষিত । মিথ‌্যাচাৰ আৰু কিমান দিন ? বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনক আওকাণ আৰু ৰাইজৰ প্ৰৱল দাবীক অৱমাননা কৰি বৃহৎ নদী বান্ধ নিৰ্মাণ প্ৰকৃততে কাৰ স্বাৰ্থত ? সোৱণশিৰি অৱবাহিকাৰ থুনুকা বালি-শিলে গঢ়া গেৰুকামুখ পাহাৰত বৃহৎ নদী বান্ধ অমূলক বুলি জনাৰ পাছতো পূঁজিপতিৰ স্বাৰ্থত জলবোমা তৈয়াৰ কৰা বুলি ৰাইজে প্ৰতীয়মান হৈছে সম্প্ৰতি প্ৰকল্প বিসংগতিৰ পৰা ।

আজিও ভয়ংকৰ ভূমিস্খলনৰ ফলত বিচ্ছিন্ন শ্লুইচ গেটৰ পথ । চকুৰ আগত খহিছে চপৰা-চপৰে পাহাৰৰ অংশ । মুঠতে ভূতৰ ওপৰত দানৱ পৰাদি ধাৰাবাহিক ভূমিস্খলন অব্যাহত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত । তৎস্বত্ত্বেও বৰ্তমান শাসনাধিষ্ট চৰকাৰ আৰু এন এইচ পি চিৰ কৰ্তৃপক্ষই ক’ব বিচাৰে বান্ধ সুৰক্ষিত । সুৰক্ষিত নামনিবাসী । কিন্তু গেৰুকামুখৰ থুনকা পাহাৰখন সুৰক্ষিত নে ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DhemajiIrrigation ProjectNHPC
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d