Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সিংহলৰ ভূমি বেদখল, নিৰ্বিকাৰ চৰকাৰ

publisher by publisher
November 9, 2025
in Assam, News
Reading Time: 1 min read
0
সিংহলৰ ভূমি বেদখল, নিৰ্বিকাৰ চৰকাৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

Special tribute to Zubeen Garg:সোণাপুৰৰ জুবিন ক্ষেত্ৰত আৰম্ভ ‘জুবিন দিৱস’স্থলীত তিনিচুকীয়াৰ এজন যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি

Zubeen Divas:আজিৰে পৰা জুবিন ক্ষেত্রত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ উদযাপন

Zubeenkhetro:✒️সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ গাতে লাগি থকা ২৯ বিঘা ভূমি মন্ত্রী অশোক সিংহলে বেদখল কৰাক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া অব্যাহত আছে। এই ভূখণ্ড বেআইনীভাবে মন্ত্রী সিংহলে নিজৰ নামলৈ হস্তান্তৰ কৰা বিষয়টোক লৈ বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ লগতে অঞ্চলটোৰ ভূমি সুৰক্ষা সমিতি সৰৰ হৈ আহিছে আৰু স্ব-ইচ্ছাই এই ভূমি জুবিনক্ষেত্রলৈ এৰি দিবলৈ মন্ত্রী সিংহলৰ প্ৰতি আহ্বান জনাইছে; কিন্তু যোৱা এসপ্তাহে এন প্রতিক্রিয়া সত্ত্বেও বিতর্ক অব্যাহত আছে যদিও এই প্রসংগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মৌনতা অবলম্বন কৰিছে।

ADVERTISEMENT

বৰঞ্চ মুখ্যমন্ত্রী ড° শর্মাই জুবিন ক্ষেত্ৰৰ আশে-পাশে কাৰ মাটি আছে সেই বিষয়ে তেওঁ অবগত নহয় বুলি গা এৰা দিয়া মন্তব্যহে কৰে। ইয়াৰ পাছতে মন্ত্রী সিংহলে ট্রাইবেল বেল্ট আৰু ব্লকত তেওঁৰ মাটি নাই বুলি ক’বলৈ সাহস পায়। ইয়াৰ বিপৰীতে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে বাৰম্বাৰ স্পষ্ট কৰি দিছে যে জুবিনক্ষেত্ৰৰ পাছফালে ট্রাইবেল বেল্ট আৰু ব্লকৰ অধীনৰ ১১২ নম্বৰ দাগত মন্ত্রী সিংহলৰ নামত ২৯ বিঘা ১৪ লেচা মাটি আছে।

লগতে সমিতিয়ে নতুন জৰীপৰ জৰিয়তে এই বৃহৎ ভূমি মন্ত্রী সিংহলে নিজৰ নামলৈ হস্তান্তৰ কৰাৰ লগতে মাটিখিনি ট্রাইবেল বেল্ট আৰু ব্লকৰ আওতাৰ পৰা বাহিৰলৈ নিয়া বুলিও সন্দেহ প্রকাশ কৰিছে।

এনে চৰ্চা আৰু বিতৰ্কৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই হকে-বিহকে মাত মতা বহুবন্ধী মুখ্যমন্ত্রীয়ে মন্ত্রী সিংহলৰ মাটি বেদখলৰ সন্দৰ্ভত কিয় মৌনব্রত ধাৰণ কৰিছে বুলি প্রশ্ন কৰে। তেওঁ কয় যে জুবিনক্ষেত্ৰৰ কাষত থকা বৃহৎ খালী ভূমিখিনি প্রকৃততে কাৰ সেই কথা চৰকাৰে ৰাজহুৱা কৰক।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, এই মাটি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্রী সিংহলৰ নামত আছে। যদি প্রকৃততে সেয়াই হয়, তেন্তে ট্রাইবেল বেল্ট আৰু ব্লকৰ অধীনৰ মাটি কিদৰে সিংহলে ল’ব পাৰিলে বুলি প্রশ্ন কৰি বিষয়টো চৰকাৰে স্পষ্ট কৰক বুলি কৃষক নেতাজনে দাবী কৰে।

উল্লেখ্য যে জুবিনক্ষেত্ৰৰ কাষৰ বৃহৎ চৰকাৰী ভূমি মন্ত্রী সিংহলৰ বেদখলৰ অভিযোগ উত্থাপন কৰি আহিছে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে। প্রথমে মন্ত্রী সিংহলৰ ব্যৱসায়িক সহযোগী মনোজ জালানে মাটি কটাৰ অনুমতি লাভকৰা নন কেডেস্ট্রেল চৰকাৰী ভূমিখিনি ৰহস্যজনকভাবে মন্ত্রী সিংহলৰ নামলৈ হস্তান্তৰ হোৱা বুলি সমিতিয়ে দাবী কৰি আহিছে।

এই সন্দর্ভত সমিতিৰ সম্পাদক ৰাজু তাঁতীয়ে কয় যে মন্ত্রী সিংহলে সোণাপুৰত তেওঁৰ মাটি নাই বুলি কোৱা নাই। তেওঁ কৈছে যে য’ত তেওঁৰ মাটি আছে, সেই স্থান ট্রাইবেল বেল্ট আৰু ব্লকৰ অধীনত নাই। তেওঁ কয়, ‘আমি এশ শতাংশ নিশ্চিত যে জুবিনক্ষেত্ৰৰ কাষৰ মাটিখিনি মন্ত্রী সিংহলৰ নামত আছে। হয়তো নতুন জৰীপত এই মাটিখিন ট্রাইবেল বেল্ট আৰু ব্লকৰ আওতাৰ পৰা উলিয়াই দিয়া হৈছে। যদি এনে হৈছে, তেন্তে এক বৃহৎ কেলেংকাৰি পোহৰলৈ অহাৰ সম্ভাৱনা প্রকট হৈ পৰিছে।’

ট্রাইবেল বেল্ট আৰু ব্লকত থাকক বা নাথাকক জুবিনক্ষেত্ৰৰ কাষৰ মাটিখিনি নন কেডেস্ট্রেল চৰকাৰী ভূমি বুলি দাবী কৰি এই চৰকাৰী ভূমি কাৰ আশীৰ্বাদত ব্যক্তিগতকৰণ হ’ল বুলি তাঁতীয়ে প্রশ্ন কৰে। লগতে তেওঁ কয় যে বহল পৰিসৰত জুবিনক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনাইছে। কেৱল ১০ বিঘা মাটিত প্ৰাণৰ শিল্পীজনৰ সমাধিক্ষেত্র আটকধুনীয়াকৈ সাজি উলিওৱাটো সম্ভৱ নহয়। সেয়ে কাষত থকা চৰকাৰী মাটিখিনি সমাধিক্ষেত্ৰৰ লগত সংযুক্ত কৰিবলৈ ৰাইজে দাবী জনাই আহিছে। এই সন্দর্ভত সোমবাৰে সংশ্লিষ্ট কর্তৃপক্ষলৈ ডিমৰীয়াবাসী ৰাইজে পত্ৰ প্ৰেৰণ কৰিব বুলি সমিতিৰ সম্পাদকজনে সদৰী কৰে।

সোণাপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, ট্রাইবেল বেল্ট আৰু ব্লকৰ অধীনৰ মন্ত্ৰী সিংহলৰ দখলত থকা উল্লিখিত ভূমিখিনিৰ দাগ নম্বৰ হৈছে ১১২। এই ভূমিখিনি সিংহলৰ নামলৈ অহাৰ পূৰ্বে মনোজ জালানৰ নামত আছিল। নন কেডেস্ট্রেল এই চৰকাৰী ভূমিখিনি জালানে ক’ৰ পৰা কেনৈকে কুক্ষিগত কৰিছিল তাৰ কোনো তথ্য ৰাজহ চক্ৰৰ কাৰ্যালয়ত নাই।

উল্লেখ্য যে এই মনোজ জালান হৈছে মন্ত্রী সিংহলৰ মালিকানাধীন প্রট্রেক গ্ৰুপৰ সঞ্চালক। লগতে মন্ত্রী সিংহলৰ পৰিয়ালৰ নামত থকা কে’বাটাও কোম্পানীতো গুৰুত্বপূর্ণ পদত হৈ আছে জালান। ইয়াৰ পৰাই স্পষ্ট হৈছে যে প্রথমে জালানৰ নামত চৰকাৰী মাটিখিনি দখল কৰি পৰৱৰ্তী সময়ত ৰাজনৈতিক প্ৰভাৱ খটুৱাই সিংহলে নিজৰ দখললৈ নিছিল। ট্রাইবেল বেল্ট আৰু ব্লকত মন্ত্রী সিংহলে কিদৰে ২৯ বিঘাৰো অধিক মাটি বেদখল কৰি নিজৰ নামলৈ নিবলৈ সক্ষম হ’ল, তাকে লৈ সমগ্র ডিমৰীয়া অঞ্চলত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সিংহলে এই চৰকাৰী মাটি কিদৰে আৰু কাৰ বলত কুক্ষিগত কৰিছিল, তাৰ ব্যাখ্যা আগবঢ়াই বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে কয় যে তিনি বছৰৰ পূর্বে এতিয়া যি স্থানত জুবিন গাৰ্গৰ সমাধিক্ষেত্র আছে, সেই স্থানত এখন প্রকাণ্ড পাহাৰ আছিল। তেতিয়া এই পাহাৰ খননৰ বাবে বন বিভাগ আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা মনোজ জালান নামৰ লোকজনে অনুমতি আদায় কৰিছিল।

পাহাৰৰ মাটি খনন কৰা স্থানীয় লোকে প্রত্যক্ষ কৰাৰ পাছতে বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতি বন বিভাগৰ কাষ চাপিছিল। কিয়নো যি স্থানত মাটি কটা হৈছিল, সেই ভূমি নন কেডেস্ট্রেল আৰু নন কেডেস্ট্রেলত মাটি কটাৰ আদেশ দিব নোৱাৰে। বন বিভাগৰ কাৰ্যালয়ৰ তৰফৰ পৰা সমিতিৰ বিষয়ববীয়াক জনোৱা হৈছিল যে ৰাজহ চক্ৰ কাৰ্যালয়ে ইয়াৰ সকলো ব্যৱস্থা কৰি দিছে। ইয়াৰ পাছতে সমিতিয়ে ইয়াৰ বিৰোধিতাৰে ৰাজহ চক্ৰৰ লগতে জিলা আযুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

যোৱা দুই-তিনি বছৰ এইদৰে যোৱাৰ পাছত শেহতীয়াকৈ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ সময়ছোৱাতহে সেই জালানৰ নামত মাটি কটাৰ নিৰ্দেশনা ওলোৱা মাটিখিনি মন্ত্রী সিংহলৰ নামলৈ স্থানান্তৰ হোৱাৰ বিষয়টো পোহৰলৈ আহে বুলি সমিতিয়ে সদৰী কৰিছে। এই মাটি কিদৰে কুক্ষিগত কৰা হৈছিল ইয়াৰ ব্যাখ্যা আগবঢ়াই সমিতিৰ বিষয়ববীয়াই কয় যে দুষ্ট প্রকৃতিৰ লোকসকলে প্রথমে কোনো এটা স্থানৰ পট্টা এখন ক্ৰয় কৰি লয়।

ন কেডেস্ট্রেল ভূমিৰ পূৰ্বতে ম্যাদীপট্টা আছিল, তেওঁলোকে পট্টা এখন ক্ৰয় কৰি লৈ সুবিধাজনক স্থান নির্বাচন কৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ক হাত কৰি সেই স্থানত পট্টাখন বহুৱাই দিয়ে। কাৰণ নন কেডেষ্ট্ৰল ভূমিৰ মেপ নাথাকে। ফলত পট্টাখন বহুৱাই এইখিনি মাটি তেওঁলোকৰ বুলি ৰাজহ চক্র কার্যালয়ে দেখুৱাই দিয়ে। পাছত কেইদিনমান দখলত ৰাখি বাকী নথিপত্ৰৰ কাম আগবঢ়াই নিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: SONAPURZubeenkhetro
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d