AGP welcomes the steps taken by the state government to implement Article 6 of the Assam Accord:অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰণত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক অগপৰ আদৰণি

লোক ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ অগপৰ নেতৃবৰ্গৰ

agp

AGP welcomes the steps taken by the state government to implement Article 6 of the Assam Accord:

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক আদৰণি অসম গণ পৰিষদৰ ।বৃহস্পতিবাৰে অসম গণ পৰিষদৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰৰ নেতৃত্বত এটি প্ৰতিনিধি দলে জনতা ভৱনৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

অগপ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীয়ে ৬ নম্বৰ দফা কাৰ্যকৰী কৰণৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনায় ৷

Exit mobile version