Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Apw President Abhijit Sarma Pressmeet:যদি আজমলে পাৰে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে কিয় ?

samimsultana by samimsultana
September 21, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Apw President Abhijit Sarma Pressmeet:যদি আজমলে পাৰে হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে কিয় ?
4
SHARES
40
VIEWS
ShareShareShareShare

Apw President Abhijit Sarma Pressmeet:

শেহতীয়াকৈ অসমত উজনি-নামনি কেন্দ্রীক এক বিভাজন তথা উজনি অসমৰ পৰা মিঞা বিতাড়নৰ এক আন্দোলন আৰম্ভ হৈছে। পূৰ্ব অসমত হুংকাৰ দিছে আৰু জাকে জাকে মিঞা পলাইছে । আমি জনাত মিঞবোৰ মানুহ। গৰু ছাগলী নহয়। মিঞা বিদ্বেষৰ কাৰণ কি? মিঞাবোৰ বাৰু অসমীয়া নহয় ! কিন্তু প্রথম আৰু প্রধান প্রশ্ন হল মিঞাবোৰ ভাৰতীয় হয় নে নহয়? আকৌ সুধিছো মিঞাবোৰ ভাৰতীয় হয় নে নহয় ? যদি নহয় এই প্রায় ডেৰ কৌটি মানুহ অসমত কিয় আৰু কেনেকৈ আছে। উজনিয়ে খেদি দিব আৰু মিঞাৰ নামনিত উজান উঠিব এয়া কেনে কথা? এই মন্তব্য ‘অসম পাব্লিক ৱৰ্কছ‘ৰ সভাপতি অভিজিৎ শৰ্মাৰ ৷

ADVERTISEMENT

আজি গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি পাব্লিক ৱৰ্কছ’ৰ সভাপতি গৰাকীয়ে পূৰ্ব অসমৰ মিঞা বিতাৰণ সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়াই কয় ,যদি মিঞাবোৰ ভাৰতীয় নহয় চৰকাৰী আচনিৰ সুবিধাবোৰ মিত্ৰবোৰে কেনেকৈ পাই আছে? যদি মিঞবোৰ ভাৰতীয় নহয় মিঞাৰ হাতত আধাৰ কাৰ্ড, ভোটাৰ আই ডি কেনেকৈ আহিল, পঞ্চায়তৰ পৰা লোকসভালৈ ভোটাধিকাৰ সাব্যস্ত কেনেকৈ কৰি আছে? আচলতে এই সকলোবোৰ ৰাজনীতিৰ পাশাখেল। “অতি খিলঞ্জীয়াবাদৰ” যিখন নাটক উজনিত চলি আছে তাত আমি দেখিছো “হঠাৎ উগ্র জাতীয়তাবাদ“। এই উত্তাপ জ্বলাই ৰাখিব পাৰিলে ২০২৬ ত কাৰোবাৰ বাবে ই উজনিত ক্লিন চুইপৰ মুখ্য হাথিয়াৰ হব।

RelatedPosts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

apw 2চৰকাৰ আহিব চৰকাৰ যাব মিঞা হ’ল চৰকাৰ অহা -যোৱাৰ সাঁকো। এবাব মিঞাৰ নদী বগাই যদি কংগ্ৰেছ আহে আনবাৰ মিঞাৰ নদী বগাই বিজেপি ইত্যাদি। কিন্তু ভুক্তভোগী কোন ? সর্বসাধাৰণ জনতা জনার্দন- আমি খাৰুপেটীয়াৰ শাক খাইছো নগাও-মৰিগাঁৱৰ মাছ। আমি গুৱাহাটীত বিষপান কৰিছো, আমি চোৰৰ হাতত হেৰুৱাইছো সর্বস্ব। আমাৰ অর্ণমাই বৰা ধর্ষিতা হৈছে, আমাৰ পোণাকণে ড্রাগছ খাইছে। আমি বিকলাংগ হৈছো আৰু মিঞাৰ কার্ড খেলি নেতাসকলে দিশপুৰত বহিছে।

শৰ্মাই আৰু কয় যে,দিনত মিঞাক গালি পাৰিছে ৰাতি একেলগে ইফটাৰ কৰিছে। এয়াই ৰাজনীতি। এই আটাইবোৰ প্ৰশ্নৰ, আটাইবোৰ সমস্যাৰ সমাধানৰ সোণালী সময় আছিল চন ২০১৪ ৰ পৰা ২০১৯ লৈ। কিন্তু বিধিৰ বিপাক মিঞা সমস্যাৰ সমাধান নিবিচাৰে কোনেও। প্রতীক হাজেলাই অসমীয়াক নাকত ধৰি চাকত ঘুৰালে। সঁচা কথা ক’বলৈ গ’লে কাকো নেৰিলে হাজেলাই। এজুপিৰ বুকুত জুমি হাজেলাই অসমৰ সকলোকে মেনেজ কৰিলে যাৰ বাবে এন আৰ চি আজি এক দুস্বপ্ন। বৃহৎ নদীবান্ধত হাজাৰ হাজাৰ কোটি খৰচ কৰি যেনেকৈ এক টকাও অর্জন নহ’ল ৷ঠিক তেনেকৈ এন আৰ চি হাজেলা আৰু ডট ডট ডট সকলক ধনী কৰাৰ আঁচনিহে হ’ল। আজি মিঞাক কুকুৰে নোখোৱা কৰা সকলেই হাজেলাক ঘটি এটাও কৰিব নোৱাৰিলে আচৰিত নহয়নে ৷

শৰ্মাই কয়,এই বিজ্ঞপ্তিৰ লগত ফাইলৰ নোট এটি গাঁঠি দিছো এন আৰ চিৰ দুর্নীতিৰ পঢ়ি চালে বুজাই বুজি পাব। কিন্তু আমি শংকিত যে মিঞাৰ গোটেইখিনি আছেই এতিয়া আই এ এছ, আই পি এচতো মিঞাই খোপনি পুতিছে। আজমলৰ ফেক্টৰীত ভাল ভাল চিকিৎসক সৃষ্টি কৰিছে। আৰু আমাৰ জাতিপ্রেমী কোনজনে কৰবাত চেষ্টা চলাইছে যে খিলঞ্জীয়া মেধাবী ছাত্র-ছাত্রী গাঁৱে গাঁৱে বিচাৰি উলিয়াই উপযুক্ত থকা-খোৱা পঢ়া-শুনা কৰোৱাই বিনামূলীয়াকৈ প্রতি বছৰে দহ জনকৈ খিলঞ্জীয়া আই এ এছ, আই পি এছ গঢ়াৰ উদ্যোগ লৈছে। শুনি বেয়া লাগে আমাৰ খিলঞ্জীয়া ৰক্ষাৰ আন্দোলন অকল চাহৰ গুমটি খোলাতেই আবদ্ধ (দুই চাৰিজন আছে যিয়ে নীৰৱ বিপ্লৱ গঢ়িছে কিন্তু দুই চাৰিজন সংখ্যাটো হাজাৰ হাজাৰ বা লাখ লাখ হোৱাটো নাই, নহ’বগৈও)। আমাৰ মুকলি আহবান কোনোবা ওলাই আহিবনে যি খিলঞ্জীয়া মেধাবী ছাত্র-ছাত্রী গাঁৱে গাঁৱে বিচাৰি উলিয়াই উপযুক্ত থকা খোৱা পঢ়া-শুনা কৰোৱাই বিনামূলীয়াকৈ প্ৰতি বছৰে দহ জনকৈ খিলঞ্জীয়া আই এ এছ, আই পি এছ গঢ়াৰ উদ্যোগ লব।

অভিজিৎ শৰ্মাই সংবাদমেলত মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই কয়, মাননীয় মুখ্যমন্ত্রী মহোদয়, উদ্যোগী জয়ন্ত বৰুৱা, উদ্যোগী মহিলা ৰিণিকি ভুঞা শর্মা, ঠিকাদাৰ ভাগ্য কলিতা, অনিল দাস, অনুপম শর্মা আমি মুখ মেলি আপোনালোকক চাই বহি আছো এই আশাৰে। এতিয়া আহো অন্য এক প্রসংগলৈ। IMDT Act বাতিল হোৱাৰ লগে লগে মিঞাক বচাবলৈ AIUDF দলৰ জন্ম হৈছিল, যি দলে যোৱা ১৯ বছৰে অসমৰ ৰাজনীতিত এক গুৰুত্বপূর্ণ ভূমিকা ললে। কিন্তু খিলঞ্জীয়াৰ বাবে কোনোবা ওলাই আহিলনে? খিলঞ্জীয়াৰ বাবে ঘৰে ঘৰে দল। কোনোবা জ্ঞানী মানুহে কৈ গৈছিল- জীয়া পাত বেং পাল্লাত জোখা আৰু অসমৰ খিলঞ্জীয়াক একত্রিত কৰা একেই কথা। কথাবোৰ শুনাত বেয়া কিন্তু সচা। মিঞাৰ বিৰোধিতা কৰা সকলে গাঁৱত গাহৰি পুহি বা ব্ৰইলাৰ ফার্ম খুলি সংস্থাপিত হ’ব খোজাজনক এঘৰীয়া কৰে। মিঞাই মদ বেচিলেও একো শাস্তি নহয় কাৰণ ধর্মত খোৱাটো হাৰাম কিন্তু অর্থনৈতিক উন্নতিৰ বাবে মদ কিয় ড্রাগছ বেছিলেও একো হাৰাম নহয় প্রয়োজন সাপেক্ষে ধর্মটো তেওলোকে শিথিল কৰি লৈছে।

শৰ্মাই আৰু কয় যে,শেহতীয়াকৈ ট্রাইবেল ব্লক বেল্টৰ পৰা মিঞাক দৌৰাই দৌৰাই খেদিছে গুলী কৰি মাৰিছে। এই কাৰ্যৰ বাবে মাননীয় মুখ্যমন্ত্রী মহোদয়ক আমি ধন্যবাদ কৃতজ্ঞতা ও অভিনন্দন জ্ঞাপন কৰিছো। কিন্তু এই সুযোগতে মাননীয় মুখ্যমন্ত্রী মহোদয়লৈ আমাৰ মুকলি প্রশ্ন- মহাশয় আমি মূর্খ মানুহ। এবাৰ আপুনি স্পষ্টভাষাৰে সকলোৰে সুবিধার্থে বুজাই দিয়ক এন আৰ চি ৰ Reverification আপোনালোকে সচাকৈয়ে বিচাৰিছিল নে? যদি বিচৰা নাছিল আমাৰ আপোনালৈ এটাই প্রশ্ন- কিয়, কিয় আৰু কিয়? আৰু যদি বিচাৰিছিল যোৱা পাঁচ বছৰত চাৰি অণাৰো কিবা কাম আপোনালোকে কৰিলেনে? কথাবোৰ স্পষ্ট কৰি দিয়ক মহোদয়।

যদি মিঞা অবৈধ অনুপ্ৰৱেশকাৰী তেন্তে এজন দুজনকৈ নহয় একেলগেই চাফা কৰাৰ এটাই পথ- শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণ আৰু অবৈধ নাগৰিক বহিস্কৰণ। বহিস্কৰণত যদি দেশ জ্বলি যাব বুলি ভয় খাইছে তেন্তে আমি কৈ থলো মিঞাক এনেকৈ এটা দুটাকৈ কোবাই থাকিলেহে এদিন দেশ জ্বলিব কাৰণ মিঞা চব কামতেই নিপুণ, যিদিনাই হাতত মৰণাস্ত্ৰ ল’ব সিদিনাই আমাৰ দম্ভালি উৰি যাব আৰু ইতিমধ্যে মিঞাই মাৰণাস্ত্র গোটাইছেই কাৰণ তেওলোকৰ পৰিসীমা দুৰ দুৰণিলৈ বিস্তৃত। মনত পৰে সেই উক্তি- ‘অসমক মিডিল ইষ্ট বনাই দিম’। গতিকে মাননীয় মুখ্যমন্ত্রী মহোদয়লৈ আহ্বান, আপুনি শুদ্ধ এন আৰ চি এখন আনক ,বাকীখিনি কাম খিলঞ্জীয়া মানুহে কৰিব আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্রতিমূর্তিত সদায় গাখীৰেৰে স্নান কৰাব’।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Apw President Abhijit SarmaGuwahatiPressmeet
samimsultana

samimsultana

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d