Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assam Bjp  Protest In Jagiroad:কংগ্ৰেছৰ অসম বিৰোধী মন্তব্যৰ প্ৰতিবাদত উত্তাল জাগীৰোড

ছেমি কণ্ডাক্টৰ উদ্যোগৰ বিৰুদ্ধে কংগ্ৰেছে কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল হাজাৰ হাজাৰ জনতা ,মন্ত্ৰী পীযুষ হাজৰীকাসহ ১১ বিধায়কৰ অংশগ্ৰহণ

samimsultana by samimsultana
October 1, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Assam Bjp  Protest In Jagiroad:কংগ্ৰেছৰ অসম বিৰোধী মন্তব্যৰ প্ৰতিবাদত উত্তাল জাগীৰোড
1
SHARES
14
VIEWS
ShareShareShareShare

Assam Bjp  Protest In Jagiroad:

কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা মন্ত্ৰী প্ৰিয়ংক খৰ্গেই আগবঢ়োৱা অসম বিদ্বেষী মন্তব্যৰ বিৰোধিতাৰে আজি জাগীৰোডত বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত জাগীৰোড গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা এই সমদলে সমগ্ৰ জাগীৰোড চহৰ পৰিভ্ৰমণ কৰি কংগ্ৰেছ নেতৃত্বক অসমৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে। প্ৰতিকুল বতৰকো নেওচি জাগীৰোড সমষ্টিৰ হাজাৰ হাজাৰ জনতাই জাগীৰোডৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

ADVERTISEMENT

jagiroad 2প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰাকীই কয় যে অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ প্ৰতিষ্ঠা হ’বলৈ গৈ আছে বাবে কংগ্ৰেছ দলটোৰ নেতাসকল জ্বলি-পকি গৈছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই অসমীয়াৰ হিয়াৰ আমঠু ড: ভূপেন হাজৰিকাক চূড়ান্ত অপমান কৰা খৰ্গেৰ পুত্ৰ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংক খাৰ্গেই টুইটাৰত কৈছে যে ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবে অসমৰ ইক’ছিষ্টেম উপযুক্ত নহয়। অসমৰ ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা নকৰে আৰু এই সন্দৰ্ভত একো নাজানে বুলি কোৱা কথাষাৰ কেৱল জাগীৰোডবাসীৰ বাবে নহয় সমগ্ৰ অসমবাসীৰ বাবে চৰম লজ্জাজনক।

RelatedPosts

Udalguri : বিটিচিৰ ২৫ টা নহয়, ৪০ টা সমষ্টিতে নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিজেপি

Minister Pijush Hazarika:এসময়ত অশান্ত আৰু উন্নয়নৰ পৰা বঞ্চিত বি টি আৰ এতিয়া শান্তি আৰু প্ৰগতিৰ দৃষ্টান্ত হৈ পৰিছে’

Advantage Assam 2.O Workshops In Tezpur: তেজপুৰত এডভাণ্টেজ অসম ২.০ সৈতে সংগতি ৰাখি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বাবে আয়োজিত জিলা পৰ্যায়ৰ কৰ্মশালাত মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে অসমীয়াৰ হিয়াৰ আমঠু ড: ভূপেন হাজৰিকাক অপমান কৰিছিল। সেই মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গেয়ে টুইটাৰত প্ৰশ্ন কৰিছে যে অসমে কিয় ছেমি কণ্ডাক্টৰ উদ্যোগ পাব? অসমত হোনো ইক’ছিষ্টেম নাই, অসমৰ ল’ৰা-ছোৱালীয়ে হেনো একো নাজানে, নপঢ়ে, নুশুনে- এয়া চৰম অপমান। এয়া কেৱল জাগীৰোডবাসীৰ কাৰণে নহয়, অসমবাসীৰ কাৰণে চৰম অপমান। এই কাৰ্যৰ মই তীব্ৰ প্ৰতিবাদ কৰিছো। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে আমি জনোৱা আহ্বানত প্ৰিয়ংক খৰ্গেক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে।

jagiroad 3মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈকো তীব্ৰ সমালোচনা কৰি কয় যে গৌৰৱ গগৈও এই সন্দৰ্ভত অবান্তৰ, আবোল-তাবোল কিছুমান কথা কোৱা আৰম্ভ কৰিছে। গৌৰৱ গগৈয়ে ভিডিঅ’টো ক’ত আছে বুলি প্ৰশ্ন কৰিছে। কিন্তু ভিডিঅ’ কিয় থাকিব লাগে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই গৌৰৱ গগৈক উভতি ধৰে। অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত ভিডিঅ’ বিচৰাটো অত্যন্ত হাস্যকৰ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰিয়ংক খৰ্গেই ভেৰিফাইড টুইটাৰ একাউণ্টৰ পৰা টুইট কৰিছে। মন্ত্ৰী হাজৰীকাই প্ৰিয়ংক খৰ্গেক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনায়। লগতে গৌৰৱ গগৈ, ভূপেন বৰাক অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনায়।

অসমলৈ এটা উদ্যোগ অহাৰ বাবে তেওঁলোক জ্বলি-পকি মৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কালি গৌৰৱ গগৈয়ে কৈছে যে জাগীৰোডত হেনো এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ’ব নালাগিছিল, বেলেগ ক’ৰবাত হ’ব লাগিছিল। জাগীৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হোৱাৰ কাৰণে গৌৰৱ গগৈয়ে কিয় বেয়া পাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। খিলঞ্জীয়া মানুহে ইয়াৰ পৰা সুবিধা পাব, সেই কাৰণে গৌৰৱ গগৈয়ে বেয়া পাইছে, যদি বৰপেটা, ধুবুৰীত এই ইণ্ডাষ্ট্ৰী হ’লহেঁতেন তেন্তে গৌৰৱ গগৈয়ে বেয়া নাপালেহেঁতেন বুলি মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক কটাক্ষ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে জাগীৰোডত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপন হোৱাৰ বাবে কংগ্ৰেছীসকলৰ দেহত পোৰণি হৈছে। গৌৰৱ গগৈয়ে ছেমি কণ্ডাক্টৰ উদ্যোগটো জাগীৰোডৰ পৰিৱৰ্তে আন ঠাইত হ’ব লাগিছিল বুলি কোৱা কথাষাৰৰ জৰিয়তে গৌৰৱ গগৈৰ খিলঞ্জীয়া বিৰোধী চৰিত্ৰ ওলাই পৰিছে। বৰপেটা বা ধুবুৰীত এই উদ্যোগটো হ’লে গগৈয়ে ভাল পালেহেঁতেন, সেয়েহে বিজেপিয়ে এনে খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰ প্ৰতিহত কৰিব। কংগ্ৰেছ দলৰ এই মানসিকতাৰ বিৰুদ্ধে আজি ৰাইজ ওলাই আহিছে, প্ৰতিবাদ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। অসমৰ খিলঞ্জীয়া, অসমৰ ভাৰতীয় মানুহক আমি যিকোনো পৰ্যায়ত সহায় কৰিম বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ পুনৰ কয় যে যিটো কাম কংগ্ৰেছে কৰিব নোৱাৰিলে, সেইটো কাম ড: হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱালে। আচলতে, এয়া কংগ্ৰেছৰ হিংসা। অসমীয়া মৰি যাওক, কেৱল তেওঁলোকক চৰকাৰ লাগে। এই এটা ইণ্ডাষ্ট্ৰীতে অকল ২৭ হাজাৰ কোটি টকা ব্যয় হ’ব আৰু এটা ইণ্ডাষ্ট্ৰীত ২৯ হাজাৰ ল’ৰা-ছোৱালীয়ে চাকৰি পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এয়া কোনোবাই ভাবিব পাৰিছিল নেকি, কংগ্ৰেছে ভাবিব পাৰিছিল নেকি বা কংগ্ৰেছে কৰিব পাৰিছিল নেকি বুলি প্ৰশ্ন কৰে।
মন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈকো চোকা সমালোচনা কৰে। তেওঁ কয় যে প্ৰদ্যুৎ বৰদৈয়ে স’ততে মাত মাতি থাকে, তেওঁ মোৰ বিৰুদ্ধে সদায় টুইট কৰে। বৰদলৈৰ সমষ্টিতে ছেমি কণ্টাক্টৰ ইণ্ডাষ্ট্ৰী হৈছে, মন্ত্ৰীগৰাকীয়ে বৰদলৈক এই বিষয়ত তেওঁৰ স্থিতি শীঘ্ৰে স্পষ্ট কৰিবলৈও আহ্বান জনাইছে।

jagiroad 4মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কংগ্ৰেছে অসমৰ উন্নতি দেখিব নোৱাৰে, ইয়াত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ’লে বাহিৰত প্ৰশিক্ষণ লৈ থকা অসমীয়া যুৱক-যুৱতীসকল অসমলৈ উভতি আহিব। অসমৰ ল’ৰা-ছোৱালী অসমলৈ ঘূৰি আহক, কংগ্ৰেছে এয়া কেতিয়াও নিবিচাৰে। এই গোটেই কথাটোত এটা ষড়যন্ত্ৰ আছে। তেওঁলোকৰ যড়যন্ত্ৰ প্ৰতিহত কৰা হ’ব। অসমৰ উন্নতি দেখিব নোৱাৰা মানুহে এই কামবিলাক কৰিছে, যিটো আমি কেতিয়াও হ’বলৈ নিদিওঁ। আমি অসমলৈ ইণ্ডাষ্ট্ৰী আনিমেই, আমি অসমৰ উন্নতি কৰিমেই মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে মন্তব্য কৰে।

আজি দিনৰ ১১ বজাত আৰম্ভ হোৱা বিশাল প্ৰতিবাদী সমদলত সমবেত হাজাৰ হাজাৰ লোকে কংগ্ৰেছ হায় হায়, মল্লিকাৰ্জুন খৰ্গে মুৰ্দাবাদ, কংগ্ৰেছ দলৰ খিলঞ্জীয়া বিৰোধী স্থিতি বন্ধ কৰক, গৌৰৱ গগৈ মুৰ্দাবাদ, ভূপেন বৰা হায় হায়, অসম বিৰোধী কংগ্ৰেছ হুছিয়াৰ, জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰ বিৰুদ্ধে কংগ্ৰেছে মাত মতা নচলিব আদি শ্ল’গানেৰে জাগীৰোডৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

pijushআজিৰ এই প্ৰতিবাদী সমদলত বিধায়ক মানৱ ডেকা, দিগন্ত কলিতা, ৰমাকান্ত দেউৰী, হেমাংগ ঠাকুৰীয়া, জিতু গোস্বামী, সুশান্ত বুঢ়াগোহাই, ৰূপক শৰ্মা, ৰামকৃষ্ণ ঘোষ, ৰূপেশ গোৱালা, শিবু মিশ্ৰ আৰু কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাস উপস্থিত থাকে। প্ৰতিবাদত অংশগ্ৰহণ কৰা মন্ত্ৰী-বিধায়কসকলে অসম কংগ্ৰেছে এই সমগ্ৰ বিষয়টোত মৌনতা অবলম্বন কৰা কাৰ্যক অত্যন্ত লজ্জাজনক আখ্যা দিয়ে আৰু কংগ্ৰেছ দলৰ খিলঞ্জীয়া বিৰোধী স্থিতিক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Bjp ProtestComments On Semiconductor ProjectDemand Apology From CongressJagiroadKarnataka Minister Priangku KhargeMinister Pijush Hazarika
samimsultana

samimsultana

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d