Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Goalpara Visits WR Minister Pijush Hazarika:গোৱালপাৰাৰ দুধনৈত কেইবাটাও খহনীয়াত ক্ষতিগ্ৰস্ত মথাউৰি আৰু পথ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

দুধনৈ আৰু কৃষ্ণাই নৈৰ খহনীয়া ৰোধ কৰাৰ জৰুৰী ব্যৱস্থা ল'বলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ, কামৰূপৰ বকোত বকো নৈৰ বাঢ়নী পানীত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰীগৰাকীৰ ,জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোৱালপাৰা জিলা

publisher by publisher
June 7, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Goalpara Visits WR Minister Pijush Hazarika:গোৱালপাৰাৰ দুধনৈত কেইবাটাও খহনীয়াত ক্ষতিগ্ৰস্ত মথাউৰি আৰু পথ পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

Goalpara Visits WR Minister Pijush Hazarika:

ADVERTISEMENT

জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গোৱালপাৰা জিলাৰ দুধনৈ অঞ্চলৰ কেইবাটাও স্থান পৰিদৰ্শন কৰি দুধনৈ আৰু কৃষ্ণাই নৈৰ খহনীয়াৰ বুজ লয় ।

মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জিলাখনৰ মুজকুৰিত দুধনৈ নৈৰ বাঁও দিশৰ মথাউৰি আৰু বামুণপাৰা ৰাজহ গাঁৱৰ মথাউৰি পৰিদৰ্শন কৰি খহনীয়াৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে । উল্লেখ্য যে গোৱালপাৰা জিলাত মেঘালয়ৰ পাহাৰৰ পৰা হঠাৎ বৈ অহা পানীৰ ঢলে সময়ে সময়ে দুধনৈ আৰু কৃষ্ণাই নৈৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰাৰ লগতে মথাউৰিত খহনীয়াৰ সৃষ্টি কৰি জনসাধাৰণৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰি আহিছে।

আজি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰা স্থানত পূর্বে থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত নিৰ্মিত মথাউৰিৰ খহনীয়া ৰোধৰ বাবে অতি স্পৰ্শকাতৰ এলেকাসমূহ বাছনি কৰি শীঘ্ৰে জৰুৰী প্ৰতিৰোধৰ কাম আৰম্ভ কৰিবলৈ জলসম্পদ বিভাগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ পৰা জলসম্পদ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ খাৰিজা মানিকপুৰত উপস্থিত হৈ কৃষ্ণাই নৈৰ ছিগা মথাউৰিয়ে সৃষ্টি কৰা সমস্যাৰ প্ৰত্যক্ষ বুজ লয় ।

মইনামতিত কৃষ্ণাই নৈৰ ছিগা মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে তেওঁ স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে আৰু এই অংশত পূর্বৰে পৰা ছিগি থকা মথাউৰিটো আগন্তুক দিনত নিৰ্মাণ কৰি দিয়াৰ কথা উল্লেখ কৰে ।

পাছত মন্ত্ৰী হাজৰীকাই কৃষ্ণাইৰ আৰু ৰিছু বেলপাৰা সংযোগী পথৰ ডাইৰঙত উপস্থিত হৈ কৃষ্ণাই নৈৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰা অংশ পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কুপাইন দি জৰুৰীভাৱে কাম আৰম্ভ কৰিবলৈ জলসম্পদ বিভাগৰ অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে ।

আবেলি গুৱাহাটীলৈ উভটাৰ পথত মন্ত্ৰী হাজৰীকাই কামৰূপ জিলাৰ বকো বেলপাৰাত বকো নৈৰ বাঢ়নী পানীত ক্ষতি হোৱা অংশ পৰিদৰ্শন কৰে । নৈৰ পাৰৰ ছিগা অংশ সোনকালে মেৰামতি কৰি স্থানীয় ৰাইজক বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় মুখ্য অভিযন্তা তথা আন অভিযন্তাসকলক নিৰ্দেশ দিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMO ASSAMGoalpara Visits WR Minister Pijush Hazarika
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d