Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Bjp  Protest In Jagiroad:কংগ্ৰেছৰ অসম বিৰোধী মন্তব্যৰ প্ৰতিবাদত উত্তাল জাগীৰোড

ছেমি কণ্ডাক্টৰ উদ্যোগৰ বিৰুদ্ধে কংগ্ৰেছে কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল হাজাৰ হাজাৰ জনতা ,মন্ত্ৰী পীযুষ হাজৰীকাসহ ১১ বিধায়কৰ অংশগ্ৰহণ

samimsultana by samimsultana
October 1, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Assam Bjp  Protest In Jagiroad:কংগ্ৰেছৰ অসম বিৰোধী মন্তব্যৰ প্ৰতিবাদত উত্তাল জাগীৰোড
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Assam Bjp  Protest In Jagiroad:

কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা মন্ত্ৰী প্ৰিয়ংক খৰ্গেই আগবঢ়োৱা অসম বিদ্বেষী মন্তব্যৰ বিৰোধিতাৰে আজি জাগীৰোডত বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত জাগীৰোড গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা এই সমদলে সমগ্ৰ জাগীৰোড চহৰ পৰিভ্ৰমণ কৰি কংগ্ৰেছ নেতৃত্বক অসমৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰে। প্ৰতিকুল বতৰকো নেওচি জাগীৰোড সমষ্টিৰ হাজাৰ হাজাৰ জনতাই জাগীৰোডৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

ADVERTISEMENT

প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰাকীই কয় যে অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ প্ৰতিষ্ঠা হ’বলৈ গৈ আছে বাবে কংগ্ৰেছ দলটোৰ নেতাসকল জ্বলি-পকি গৈছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই অসমীয়াৰ হিয়াৰ আমঠু ড: ভূপেন হাজৰিকাক চূড়ান্ত অপমান কৰা খৰ্গেৰ পুত্ৰ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংক খাৰ্গেই টুইটাৰত কৈছে যে ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবে অসমৰ ইক’ছিষ্টেম উপযুক্ত নহয়। অসমৰ ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা নকৰে আৰু এই সন্দৰ্ভত একো নাজানে বুলি কোৱা কথাষাৰ কেৱল জাগীৰোডবাসীৰ বাবে নহয় সমগ্ৰ অসমবাসীৰ বাবে চৰম লজ্জাজনক।

মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে অসমীয়াৰ হিয়াৰ আমঠু ড: ভূপেন হাজৰিকাক অপমান কৰিছিল। সেই মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গেয়ে টুইটাৰত প্ৰশ্ন কৰিছে যে অসমে কিয় ছেমি কণ্ডাক্টৰ উদ্যোগ পাব? অসমত হোনো ইক’ছিষ্টেম নাই, অসমৰ ল’ৰা-ছোৱালীয়ে হেনো একো নাজানে, নপঢ়ে, নুশুনে- এয়া চৰম অপমান। এয়া কেৱল জাগীৰোডবাসীৰ কাৰণে নহয়, অসমবাসীৰ কাৰণে চৰম অপমান। এই কাৰ্যৰ মই তীব্ৰ প্ৰতিবাদ কৰিছো। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে আমি জনোৱা আহ্বানত প্ৰিয়ংক খৰ্গেক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আজি হাজাৰ হাজাৰ লোক ওলাই আহিছে।

মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈকো তীব্ৰ সমালোচনা কৰি কয় যে গৌৰৱ গগৈও এই সন্দৰ্ভত অবান্তৰ, আবোল-তাবোল কিছুমান কথা কোৱা আৰম্ভ কৰিছে। গৌৰৱ গগৈয়ে ভিডিঅ’টো ক’ত আছে বুলি প্ৰশ্ন কৰিছে। কিন্তু ভিডিঅ’ কিয় থাকিব লাগে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই গৌৰৱ গগৈক উভতি ধৰে। অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত ভিডিঅ’ বিচৰাটো অত্যন্ত হাস্যকৰ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰিয়ংক খৰ্গেই ভেৰিফাইড টুইটাৰ একাউণ্টৰ পৰা টুইট কৰিছে। মন্ত্ৰী হাজৰীকাই প্ৰিয়ংক খৰ্গেক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনায়। লগতে গৌৰৱ গগৈ, ভূপেন বৰাক অসমবাসীক ক্ষমা খুজিবলৈ আহ্বান জনায়।

অসমলৈ এটা উদ্যোগ অহাৰ বাবে তেওঁলোক জ্বলি-পকি মৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কালি গৌৰৱ গগৈয়ে কৈছে যে জাগীৰোডত হেনো এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ’ব নালাগিছিল, বেলেগ ক’ৰবাত হ’ব লাগিছিল। জাগীৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হোৱাৰ কাৰণে গৌৰৱ গগৈয়ে কিয় বেয়া পাইছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। খিলঞ্জীয়া মানুহে ইয়াৰ পৰা সুবিধা পাব, সেই কাৰণে গৌৰৱ গগৈয়ে বেয়া পাইছে, যদি বৰপেটা, ধুবুৰীত এই ইণ্ডাষ্ট্ৰী হ’লহেঁতেন তেন্তে গৌৰৱ গগৈয়ে বেয়া নাপালেহেঁতেন বুলি মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক কটাক্ষ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে জাগীৰোডত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপন হোৱাৰ বাবে কংগ্ৰেছীসকলৰ দেহত পোৰণি হৈছে। গৌৰৱ গগৈয়ে ছেমি কণ্ডাক্টৰ উদ্যোগটো জাগীৰোডৰ পৰিৱৰ্তে আন ঠাইত হ’ব লাগিছিল বুলি কোৱা কথাষাৰৰ জৰিয়তে গৌৰৱ গগৈৰ খিলঞ্জীয়া বিৰোধী চৰিত্ৰ ওলাই পৰিছে। বৰপেটা বা ধুবুৰীত এই উদ্যোগটো হ’লে গগৈয়ে ভাল পালেহেঁতেন, সেয়েহে বিজেপিয়ে এনে খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰ প্ৰতিহত কৰিব। কংগ্ৰেছ দলৰ এই মানসিকতাৰ বিৰুদ্ধে আজি ৰাইজ ওলাই আহিছে, প্ৰতিবাদ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। অসমৰ খিলঞ্জীয়া, অসমৰ ভাৰতীয় মানুহক আমি যিকোনো পৰ্যায়ত সহায় কৰিম বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ পুনৰ কয় যে যিটো কাম কংগ্ৰেছে কৰিব নোৱাৰিলে, সেইটো কাম ড: হিমন্ত বিশ্ব শৰ্মাই কৰি দেখুৱালে। আচলতে, এয়া কংগ্ৰেছৰ হিংসা। অসমীয়া মৰি যাওক, কেৱল তেওঁলোকক চৰকাৰ লাগে। এই এটা ইণ্ডাষ্ট্ৰীতে অকল ২৭ হাজাৰ কোটি টকা ব্যয় হ’ব আৰু এটা ইণ্ডাষ্ট্ৰীত ২৯ হাজাৰ ল’ৰা-ছোৱালীয়ে চাকৰি পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে এয়া কোনোবাই ভাবিব পাৰিছিল নেকি, কংগ্ৰেছে ভাবিব পাৰিছিল নেকি বা কংগ্ৰেছে কৰিব পাৰিছিল নেকি বুলি প্ৰশ্ন কৰে।
মন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈকো চোকা সমালোচনা কৰে। তেওঁ কয় যে প্ৰদ্যুৎ বৰদৈয়ে স’ততে মাত মাতি থাকে, তেওঁ মোৰ বিৰুদ্ধে সদায় টুইট কৰে। বৰদলৈৰ সমষ্টিতে ছেমি কণ্টাক্টৰ ইণ্ডাষ্ট্ৰী হৈছে, মন্ত্ৰীগৰাকীয়ে বৰদলৈক এই বিষয়ত তেওঁৰ স্থিতি শীঘ্ৰে স্পষ্ট কৰিবলৈও আহ্বান জনাইছে।

মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কংগ্ৰেছে অসমৰ উন্নতি দেখিব নোৱাৰে, ইয়াত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ’লে বাহিৰত প্ৰশিক্ষণ লৈ থকা অসমীয়া যুৱক-যুৱতীসকল অসমলৈ উভতি আহিব। অসমৰ ল’ৰা-ছোৱালী অসমলৈ ঘূৰি আহক, কংগ্ৰেছে এয়া কেতিয়াও নিবিচাৰে। এই গোটেই কথাটোত এটা ষড়যন্ত্ৰ আছে। তেওঁলোকৰ যড়যন্ত্ৰ প্ৰতিহত কৰা হ’ব। অসমৰ উন্নতি দেখিব নোৱাৰা মানুহে এই কামবিলাক কৰিছে, যিটো আমি কেতিয়াও হ’বলৈ নিদিওঁ। আমি অসমলৈ ইণ্ডাষ্ট্ৰী আনিমেই, আমি অসমৰ উন্নতি কৰিমেই মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে মন্তব্য কৰে।

আজি দিনৰ ১১ বজাত আৰম্ভ হোৱা বিশাল প্ৰতিবাদী সমদলত সমবেত হাজাৰ হাজাৰ লোকে কংগ্ৰেছ হায় হায়, মল্লিকাৰ্জুন খৰ্গে মুৰ্দাবাদ, কংগ্ৰেছ দলৰ খিলঞ্জীয়া বিৰোধী স্থিতি বন্ধ কৰক, গৌৰৱ গগৈ মুৰ্দাবাদ, ভূপেন বৰা হায় হায়, অসম বিৰোধী কংগ্ৰেছ হুছিয়াৰ, জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰ বিৰুদ্ধে কংগ্ৰেছে মাত মতা নচলিব আদি শ্ল’গানেৰে জাগীৰোডৰ আকাশ-বতাহ উত্তাল কৰি তোলে।

আজিৰ এই প্ৰতিবাদী সমদলত বিধায়ক মানৱ ডেকা, দিগন্ত কলিতা, ৰমাকান্ত দেউৰী, হেমাংগ ঠাকুৰীয়া, জিতু গোস্বামী, সুশান্ত বুঢ়াগোহাই, ৰূপক শৰ্মা, ৰামকৃষ্ণ ঘোষ, ৰূপেশ গোৱালা, শিবু মিশ্ৰ আৰু কংগ্ৰেছ দলৰ বিধায়ক শশীকান্ত দাস উপস্থিত থাকে। প্ৰতিবাদত অংশগ্ৰহণ কৰা মন্ত্ৰী-বিধায়কসকলে অসম কংগ্ৰেছে এই সমগ্ৰ বিষয়টোত মৌনতা অবলম্বন কৰা কাৰ্যক অত্যন্ত লজ্জাজনক আখ্যা দিয়ে আৰু কংগ্ৰেছ দলৰ খিলঞ্জীয়া বিৰোধী স্থিতিক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Bjp ProtestComments On Semiconductor ProjectDemand Apology From CongressJagiroadKarnataka Minister Priangku KhargeMinister Pijush Hazarika
samimsultana

samimsultana

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d