Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 

    Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

    পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

    Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

    TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

    ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

HYCP Pressmeet:মুখ্যমন্ত্ৰীৰ ‘সত্ৰৰ মাটি বেদখলমুক্ত কৰণ’ৰ শ্ল’গানক বুঢ়া আঙুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰঃ হিন্দু যুৱ-ছাত্ৰ

জৰাবাৰী সত্ৰৰ স্বয়ম্ভ সত্ৰাধিকাৰৰ ছত্ৰছায়াত চলিছে সত্ৰৰ মাটিত ব্যৱসায়

samimsultana by samimsultana
October 4, 2024
in India, Assam, News
Reading Time: 3 mins read
0
HYCP Pressmeet:মুখ্যমন্ত্ৰীৰ ‘সত্ৰৰ মাটি বেদখলমুক্ত কৰণ’ৰ শ্ল’গানক বুঢ়া আঙুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰঃ হিন্দু যুৱ-ছাত্ৰ
2
SHARES
17
VIEWS
ShareShareShareShare

HYCP Pressmeet:

ৰাজ্যত মূখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰৰ মাটি বেদখলমুক্ত কৰণৰ যি শ্ল’গান সেই শ্ল’গানক বুঢ়া আঙুলি দেখুৱাইছে গুৱাহাটী কামৰূপ মহানগৰ জিলা আয়ুক্তই। এই মন্তব্য হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ।

ADVERTISEMENT

আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত পৰিষদৰ মুখ্য উপদেষ্টা বলেন বৈশ্যই সাংবাদিকক সম্বোধন কৰি কয় যে গুৱাহাটীৰ বেতকুছি-স্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মীয় আদৰ্শৰে পৰিচালিত শ্ৰীশ্ৰী জৰাবাৰী সত্ৰখনত বিগত সময় ধৰি চলি থকা ব্যাপক অনিয়ম সন্দর্ভত যোৱা ১৮ মে’ত অসম সত্ৰ আয়োগৰ অধ্যক্ষ গৰাকীক সাক্ষাৎ কৰি উক্ত বিষয়ত তদন্ত বিচাৰি আৱেদন কৰা হৈছিল আৰু সত্ৰ আয়োগেও তাৎক্ষণিক ভাবে যোৱা ২১ মে’ত কামৰূপ মহানগৰ জিলা আয়ুক্তক ব্যৱস্থা গ্রহনৰ বাবেও পত্ৰ প্ৰেৰণ কৰিছিল।

RelatedPosts

Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

AJP:মেট্ৰ’-বুলেট সপোন দেখুৱাই গুৱাহাটীত চলালে নাও-কলগছৰ ভূৰ

Heavy Rainfall: গুৱাহাটীত কৃত্রিম বানৰ তাণ্ডৱ,মুষলধাৰ বৰষুণত মহানগৰৰ অধিকাংশ অঞ্চলজলমগ্ন

কিন্তু দুর্ভাগ্যজনক কথা এই যে যিটো সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰণৰ ক্ষেত্ৰত যিধৰণে অহৰহ ভাৱে কঠোৰ স্থিতিৰে কাম কৰি আছে ঠিক একে সময়তে এজন স্বয়ম্ভু সত্ৰাধিকাৰে অসম চৰকাৰৰ আৱণ্টিত সত্ৰৰ ভূমি আৰু সত্ৰখনক লৈ ব্যৱসায় কৰিবলৈ ওলোৱা বিষয়টো তথ্যসহ সত্র আয়োগক দাঙি ধৰাৰ পাছতো সত্ৰসমূহৰ সুৰক্ষা ও উন্নয়নৰ বাবে গঠন কৰি দিয়া অসম চৰকাৰৰ অধীনস্থ খোদ আয়োগৰ নিদের্শকো গুৰুত্ব আৰোপ নকৰা জিলা আয়ুক্তৰ ৰহস্যজনক ভূমিকাত ক্ষুন্ন হৈ পৰিছে পৰিষদ।

সংবাদমেল খনত বৈশ্যই লগতে কয় যে জিলা আয়ুক্তৰ এই ৰহস্যজনক ভূমিকাৰ সুযোগ গ্রহণ কৰি স্বয়ম্ভ সত্ৰাধিকাৰৰ ছত্ৰছায়াত সত্ৰাধিকাৰৰ নিজা ভনী-জোৱায়েকৰ পৰিয়ালটোৱে সত্ৰৰ মাটিতে থিতাপি লৈ সত্ৰৰ মাটিত ব্যৱসায় চলাইছে যত চলিছে সত্ৰীয়া পৰম্পৰাৰ পৰিপন্থী খাদ্যৰে পৰিপুষ্ট আধুনিক ৰেষ্টুৰেন্ট, সত্ৰৰ চৌহদত গাড়ী ৰখা (পার্কিং) ঠাই ভাড়াত দিয়া, সত্ৰ চৌহদত ভৰাল ঘৰ ভাড়া দিয়া, উদাসীন সত্ৰখনত গৃহস্থী পৰিয়ালৰ স্থায়ী বসবাসেৰে সত্ৰখনৰ উদাসীন চৰিত্ৰটোক বিনষ্ট কৰাৰ লগতে সত্ৰখনলৈ ভক্তৰ দর্শন, শৰাই-অৰ্চনাৰ কাৰ্য্যসূচী বন্ধ ৰখা ইত্যাদি।

কেৱল সেয়াই নহয় ৰাইজৰ দান-বৰঙনিৰে নির্মান কৰা অতিথিশালা, অসম দর্শন’ৰ আচনিৰ অধীনত চৰকাৰে দিয়া অতিথিশালাৰ গৃহকেইটাও ব্যক্তিগত প্রতিষ্ঠানক ভাড়াত দিয়া, সত্ৰৰ ভূমি বিক্ৰী কৰিবলৈ ওলোৱাৰ তথ্য দাঙি ধৰাতো জিলা প্রশাসন নিৰৱ কিয়? সংবাদ মেল খনত বৈশ্যই আনহাতে কয় যে ইয়াত উদ্বেগজনক কথা হল যে স্বয়ম্ভূ সত্ৰাধিকাৰ ভনী-জোৱায়েক পৰমানন্দ গায়নৰ পৰিয়ালটোৰ বাদেও অসম সত্ৰ আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাৰ নিজা ভতিজাক জনার্দ্দন হাজৰিকা আৰু অভিনন্দন হাজৰিকাও উক্ত ৰেষ্টুৰেণ্টৰ ব্যৱসায়টোত জড়িত থকা প্রমাণ পোৱা গৈছে।

চৰকাৰে আৱন্টন দিয়া সত্ৰৰ ভূমিত খোদ সত্ৰাধিকাৰ জন আৰু চৰকাৰী ক্ষমতাৰ বলত বলীয়ান হাজৰিকা ভাতৃদ্বয়ে চলোৱা ব্যৱসায়ৰ উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্ত-মূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ সংগঠনটোৰ নেতা বলেন বৈশ্যই চৰকাৰক দাবী জনায়। একেখন সংবাদমেলতে বৈশ্যই কয় যে যি সময়ত সত্ৰৰ মাটি বেদখলমুক্ত কৰিবলৈ গৈ অসমৰ মূখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমগ্র মুছলমান সম্প্ৰদায়ৰ লোকৰ ৰোষত পৰিব লগীয়া হৈছে সেই সময়ত এজন সত্ৰাধিকাৰ এণ্ড কোম্পানীয়ে সত্ৰৰ মাটিত ব্যৱসায় কৰা কার্য কোনো পধ্যেই গ্রহণযোগ্য হব নোৱাৰে। গতিকে সমগ্র বিষয়টো মূখ্যমন্ত্রীয়ে নিজেই গুৰুত্ব সহকাৰে লৈ অনতি পলমে বিহিত ব্যৱস্থা লব লাগে বুলি পৰিষদে দাবী জনায়। অন্যথা পৰিষদে আন্দোলনৰ কাৰ্য্যসূচী হাতত লব বুলিও সংবাদ মেলত সদৰি কৰে।

সংবাদমেলত পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাস, সাধাৰণ সম্পাদক অংশুমান শর্মা, কেন্দ্রীয় নেতা বিটুমণি গগৈ, নিটিশ ভট্টাচাৰ্য্যৰ লগতে হিন্দুৰাষ্ট্ৰ দাবী সমিতিৰ ৰাজ্যিক সভাপতি তথা দক্ষিণপাট গৃহাশ্রমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেব গোস্বামী, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, সম্পাদক অৰূপ লহকৰ সহ বিষয়ববীয়াসকল উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Chief Advicer Balen BaishyaGuwahatiHYCP Pressmeet
samimsultana

samimsultana

Related Posts

প্রথম শ্ৰেণীৰ পৰা শিশুসকলক দিয়া হ’ব সামৰিক প্রশিক্ষণ, মহাৰাষ্ট্ৰৰ বৃহৎ ঘোষণা 
India

June 3, 2025
Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ
News

Eviction:চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে নিৰ্মাণ কৰা যোৰহাটৰ বিতৰ্কিত আজাদ চৌধুৰীৰ বাসগৃহত চলিল বুলড’জাৰ

June 3, 2025
পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী

June 3, 2025
Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ
News

Heroin Seized:শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ

June 3, 2025
TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ
News

TMC Protest In Sasal: ৭ বছৰীয়া শিশুৰ ধৰ্ষণকাৰীৰ শাস্তি প্ৰদানৰ দাবীৰে চচলত প্ৰতিবাদ তৃণমূল কংগ্ৰেছৰ

June 3, 2025
ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত শীর্ষ মাওবাদী নেতা, আহত এজন
India

পাক উগ্ৰপন্থীৰ স’তে যোগদান! কাশ্মীৰত চাকৰিৰ পৰা বৰ্খাস্ত তিনিজন চৰকাৰী কৰ্মচাৰী 

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d