Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

HYCP Pressmeet:মুখ্যমন্ত্ৰীৰ ‘সত্ৰৰ মাটি বেদখলমুক্ত কৰণ’ৰ শ্ল’গানক বুঢ়া আঙুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰঃ হিন্দু যুৱ-ছাত্ৰ

জৰাবাৰী সত্ৰৰ স্বয়ম্ভ সত্ৰাধিকাৰৰ ছত্ৰছায়াত চলিছে সত্ৰৰ মাটিত ব্যৱসায়

samimsultana by samimsultana
October 4, 2024
in Assam, India, News
Reading Time: 3 mins read
0
HYCP Pressmeet:মুখ্যমন্ত্ৰীৰ ‘সত্ৰৰ মাটি বেদখলমুক্ত কৰণ’ৰ শ্ল’গানক বুঢ়া আঙুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰঃ হিন্দু যুৱ-ছাত্ৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

HYCP Pressmeet:

ৰাজ্যত মূখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰৰ মাটি বেদখলমুক্ত কৰণৰ যি শ্ল’গান সেই শ্ল’গানক বুঢ়া আঙুলি দেখুৱাইছে গুৱাহাটী কামৰূপ মহানগৰ জিলা আয়ুক্তই। এই মন্তব্য হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ।

ADVERTISEMENT

আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত পৰিষদৰ মুখ্য উপদেষ্টা বলেন বৈশ্যই সাংবাদিকক সম্বোধন কৰি কয় যে গুৱাহাটীৰ বেতকুছি-স্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মীয় আদৰ্শৰে পৰিচালিত শ্ৰীশ্ৰী জৰাবাৰী সত্ৰখনত বিগত সময় ধৰি চলি থকা ব্যাপক অনিয়ম সন্দর্ভত যোৱা ১৮ মে’ত অসম সত্ৰ আয়োগৰ অধ্যক্ষ গৰাকীক সাক্ষাৎ কৰি উক্ত বিষয়ত তদন্ত বিচাৰি আৱেদন কৰা হৈছিল আৰু সত্ৰ আয়োগেও তাৎক্ষণিক ভাবে যোৱা ২১ মে’ত কামৰূপ মহানগৰ জিলা আয়ুক্তক ব্যৱস্থা গ্রহনৰ বাবেও পত্ৰ প্ৰেৰণ কৰিছিল।

কিন্তু দুর্ভাগ্যজনক কথা এই যে যিটো সময়ত অসম চৰকাৰৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰণৰ ক্ষেত্ৰত যিধৰণে অহৰহ ভাৱে কঠোৰ স্থিতিৰে কাম কৰি আছে ঠিক একে সময়তে এজন স্বয়ম্ভু সত্ৰাধিকাৰে অসম চৰকাৰৰ আৱণ্টিত সত্ৰৰ ভূমি আৰু সত্ৰখনক লৈ ব্যৱসায় কৰিবলৈ ওলোৱা বিষয়টো তথ্যসহ সত্র আয়োগক দাঙি ধৰাৰ পাছতো সত্ৰসমূহৰ সুৰক্ষা ও উন্নয়নৰ বাবে গঠন কৰি দিয়া অসম চৰকাৰৰ অধীনস্থ খোদ আয়োগৰ নিদের্শকো গুৰুত্ব আৰোপ নকৰা জিলা আয়ুক্তৰ ৰহস্যজনক ভূমিকাত ক্ষুন্ন হৈ পৰিছে পৰিষদ।

সংবাদমেল খনত বৈশ্যই লগতে কয় যে জিলা আয়ুক্তৰ এই ৰহস্যজনক ভূমিকাৰ সুযোগ গ্রহণ কৰি স্বয়ম্ভ সত্ৰাধিকাৰৰ ছত্ৰছায়াত সত্ৰাধিকাৰৰ নিজা ভনী-জোৱায়েকৰ পৰিয়ালটোৱে সত্ৰৰ মাটিতে থিতাপি লৈ সত্ৰৰ মাটিত ব্যৱসায় চলাইছে যত চলিছে সত্ৰীয়া পৰম্পৰাৰ পৰিপন্থী খাদ্যৰে পৰিপুষ্ট আধুনিক ৰেষ্টুৰেন্ট, সত্ৰৰ চৌহদত গাড়ী ৰখা (পার্কিং) ঠাই ভাড়াত দিয়া, সত্ৰ চৌহদত ভৰাল ঘৰ ভাড়া দিয়া, উদাসীন সত্ৰখনত গৃহস্থী পৰিয়ালৰ স্থায়ী বসবাসেৰে সত্ৰখনৰ উদাসীন চৰিত্ৰটোক বিনষ্ট কৰাৰ লগতে সত্ৰখনলৈ ভক্তৰ দর্শন, শৰাই-অৰ্চনাৰ কাৰ্য্যসূচী বন্ধ ৰখা ইত্যাদি।

কেৱল সেয়াই নহয় ৰাইজৰ দান-বৰঙনিৰে নির্মান কৰা অতিথিশালা, অসম দর্শন’ৰ আচনিৰ অধীনত চৰকাৰে দিয়া অতিথিশালাৰ গৃহকেইটাও ব্যক্তিগত প্রতিষ্ঠানক ভাড়াত দিয়া, সত্ৰৰ ভূমি বিক্ৰী কৰিবলৈ ওলোৱাৰ তথ্য দাঙি ধৰাতো জিলা প্রশাসন নিৰৱ কিয়? সংবাদ মেল খনত বৈশ্যই আনহাতে কয় যে ইয়াত উদ্বেগজনক কথা হল যে স্বয়ম্ভূ সত্ৰাধিকাৰ ভনী-জোৱায়েক পৰমানন্দ গায়নৰ পৰিয়ালটোৰ বাদেও অসম সত্ৰ আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাৰ নিজা ভতিজাক জনার্দ্দন হাজৰিকা আৰু অভিনন্দন হাজৰিকাও উক্ত ৰেষ্টুৰেণ্টৰ ব্যৱসায়টোত জড়িত থকা প্রমাণ পোৱা গৈছে।

চৰকাৰে আৱন্টন দিয়া সত্ৰৰ ভূমিত খোদ সত্ৰাধিকাৰ জন আৰু চৰকাৰী ক্ষমতাৰ বলত বলীয়ান হাজৰিকা ভাতৃদ্বয়ে চলোৱা ব্যৱসায়ৰ উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি দোষীক দৃষ্টান্ত-মূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ সংগঠনটোৰ নেতা বলেন বৈশ্যই চৰকাৰক দাবী জনায়। একেখন সংবাদমেলতে বৈশ্যই কয় যে যি সময়ত সত্ৰৰ মাটি বেদখলমুক্ত কৰিবলৈ গৈ অসমৰ মূখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমগ্র মুছলমান সম্প্ৰদায়ৰ লোকৰ ৰোষত পৰিব লগীয়া হৈছে সেই সময়ত এজন সত্ৰাধিকাৰ এণ্ড কোম্পানীয়ে সত্ৰৰ মাটিত ব্যৱসায় কৰা কার্য কোনো পধ্যেই গ্রহণযোগ্য হব নোৱাৰে। গতিকে সমগ্র বিষয়টো মূখ্যমন্ত্রীয়ে নিজেই গুৰুত্ব সহকাৰে লৈ অনতি পলমে বিহিত ব্যৱস্থা লব লাগে বুলি পৰিষদে দাবী জনায়। অন্যথা পৰিষদে আন্দোলনৰ কাৰ্য্যসূচী হাতত লব বুলিও সংবাদ মেলত সদৰি কৰে।

সংবাদমেলত পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাস, সাধাৰণ সম্পাদক অংশুমান শর্মা, কেন্দ্রীয় নেতা বিটুমণি গগৈ, নিটিশ ভট্টাচাৰ্য্যৰ লগতে হিন্দুৰাষ্ট্ৰ দাবী সমিতিৰ ৰাজ্যিক সভাপতি তথা দক্ষিণপাট গৃহাশ্রমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেব গোস্বামী, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, সম্পাদক অৰূপ লহকৰ সহ বিষয়ববীয়াসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Chief Advicer Balen BaishyaGuwahatiHYCP Pressmeet
samimsultana

samimsultana

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d