Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Today Kati bihu Celebration:উদং ধাননি পথাৰলৈ চাই আজি কাতি বিহুৰ বন্তি জ্বলাব বহু চহা পৰিয়ালে

ৰাজ্যৰ বিভিন্ন স্থানত ছন পৰি ৰ'ল শ শ বিঘা কৃষিভূমি, খৰাং- বানপানী-পোক-পৰুৱাৰ উপদ্ৰৱত কঙাল কৃষকে কাঢ়িছে হুমুনিয়াহ

samimsultana by samimsultana
October 17, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Today Kati bihu Celebration:উদং ধাননি পথাৰলৈ চাই আজি কাতি বিহুৰ বন্তি জ্বলাব বহু চহা পৰিয়ালে
1
SHARES
14
VIEWS
ShareShareShareShare

Today Kati bihu Celebration:

তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্রই হৰধনু ধৰে।’ আজি কাতি বিহু । অসমীয়া জাতীয় জীৱনৰ তিনি বিহুৰ অন্যতম কাতি বিহুক লৈ ব্যস্ত প্রতিজন চহা অসমীয়া।

ADVERTISEMENT

উল্লেখ্য যে বহাগ বিহু আৰু মাঘ বিহুৰ দৰেই কাতি অর্থাৎ কঙালী বিহুৰ ঐতিহ্য আৰু মাদকতাই অসমীয়া সমাজ জীৱনত এক সুকীয়া মাত্রা বহন কৰি আহিছে। আজিৰ দিনটোত সেউজ ধাননি পথাৰত আকাশ বস্তি জ্বলাই সপোনৰ ধাননি পথাৰখনৰ শ্ৰীবৃদ্ধি কামনা কৰাৰ লগতে চোতালৰ তুলসীৰ তলত বন্তি জ্বলাই সকলোৰে মংগল কামনা কৰে ৰাজ্যবাসীয়ে।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

এক কথাত ক’বলৈ গ’লে এই সময়ছোৱাত সেউজীয়া হৈ পৰা আপোন পথাৰখনলৈ চাই অলেক সপোন দেখে প্রতিজন চহা কৃষকে। কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা শস্য-শ্যামলা হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰি বিহুৰ দিনটোত পথাৰত চাকি জ্বলাই প্রার্থনা জনাব কৃষকসকলে।

অৱশ্যে ঐতিহ্য আৰু পৰম্পৰাগতভাৱে যুগ যুগ ধৰি পালন কৰি অহা কাতি বিহুৰ মাদকতা যেন ক্রমান্বয়ে সমাজ জীৱনৰ পৰা আঁতৰি যাব ধৰিছে। যেন কঙালী বুলি এলাগী হৈ পৰিছে কাতি বিহুৰ পৰম্পৰা। দুৰ্যোগ, মূল্যবৃদ্ধি আৰু অভাৱ-অনাটনে বিহুৰ মাদকতাত যেন যতি পেলাইছে।

উল্লেখ্য যে এই সময়ছোৱাত পথাৰৰ লখিমী শস্য সম্ভাৱনা হৈ কৃষকৰ বাবে লখিমী আগমনৰ বতৰা কঢ়িয়াই আনে আৰু এই সম্ভাৱনাক লৈ কৃষকসকলে নানা সপোন ৰচে যদিও এইবাৰ উদং পথাৰলৈ চাই কাতি বিহু উদ্যাপন কৰিব ৰাজ্যৰ বহু কৃষক পৰিয়ালে। খৰাং বতৰ, বানপানী, পোক-পৰৱাৰ উপদ্ৰৱৰ ফলত ৰাজ্যখনৰ শ শ বিঘা কৃষিভূমি এইবাৰ ছন পৰি ৰ’ল। যাৰ ফলত নগাঁও, নলবাৰী, মাজুলী আদি জিলাত ছন পৰি ৰোৱা পথাৰ ডৰালৈ চাই আজিৰ দিনটোত হুমুনিয়াহ কাঢ়িব একাংশ কৃষকে। বিশেষকৈ কৃষিপ্রধান জিলা নগাঁৱত এইবাৰ কাতি বিহুক লৈ পৰিলক্ষিত হোৱা নাই এতিয়া কোনোধৰণৰ উৎসাহ-উদ্দীপনা।

উল্লেখ্য যে নগাঁৱৰ মুঠ কৃষিভূমিৰ পৰিমাণ হৈছে ১,৫১,৭৪৪ হেক্টৰ। লগতে জিলাখনত ৫১,২১৫জন ভূমিহীন কৃষক, ৬৭,৩৮৭জন ক্ষুদ্র কৃষক, ১,২৯,৩৮৩জন উপান্ত কৃষক আৰু ২১,৫৬৪জন ডাঙৰ কৃষক আছে।। এই কৃষকসকলে জিলাখনৰ ৯৩,২৭৫ হেক্টৰ মাটিত শালিধানৰ খেতি, ৮,৭৬৫ হেক্টৰ মাটিত মৰাপাটৰ খেতি, ২৬,৩৩২ হেক্টৰ মাটিত শাক-পাচলিৰ খেতি কৰাৰ উপৰি ঘেঁহু, মাকৈ, কুঁহিয়াৰ, তিল, মাহ, সৰিয়হ, মণ্ডমাহ, মাটিমাহ, বেলিফুল, আদা, হালধিৰ খেতি কৰে। অথচ আজি কৃষিধান জিলাখনৰ কৃষক পৰিয়ালৰ মাজতেই কাতি বিহুৰ কোনো ধৰণৰ উছাহ নাই।

কিয়নো বিভিন্ন কাৰণত জিলাখনৰ অধিকাংশ কৃষকেই আজি কঙালত পৰিণত হৈছে। ইয়াৰ অন্যতম প্রধান কাৰণসমূহ হৈছে বান, খহনীয়াৰ লগতে নতুন প্ৰজন্মৰ কৃষি-কৰ্মৰ প্ৰতি অনীহা। উল্লেখ্য যে চলিত বর্ষত বহুকেইটা বানত জিলাখনৰ ৩,৩৩৮- খন গাঁৱৰ ৩৫ হেজাৰৰো অধিক কৃষক পৰিয়াল ক্ষতিগ্রস্ত হোৱাৰ লগতে ১৯ হেজাৰ হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছিল। যাৰ ফলত জিলাখনৰ শ শ কৃষক পৰিয়ালে বৃহস্পতিবাৰৰ কাতি বিহুৰ দিনটোত উদং পথাৰলৈ চাই চকুলো টুকিব লাগিব।

# উকা পথাৰত চাকি জ্বলাব মাজুলীৰ আউনীআটী অঞ্চলবাসীয়ে

ইফালে, মাজুলীৰ আউনীআটী অঞ্চলৰ পাঁচ-ছখন গাঁৱত উকা পথাৰত চাকি জ্বলাব লাগিব বহু কৃষক পৰিয়ালে | বৃহস্পতিবাৰৰ দিনটোত কৃষিজীৱী গঞাই উকা পথাৰখনলৈ চাই হুমুনিয়াহ কাঢ়িব লাগিব। কিয়নো ব্ৰহ্মপুত্ৰৰ প্ৰবল বানে জুগুনীধাৰী-গুৱালগাঁও সংযোগী মথাউৰিতো প্রায় ৬০ মিটাৰ ছিঙি পেলোৱাৰ পাছতেই ছিঙা অংশয়েদি সোমাই অহা পানীৰ সোঁতে হাহাকাৰ সৃষ্টি কৰিছিল আউনীআটী সত্ৰৰ অঞ্চলবাসীৰ লগতে বৃহত্তৰ নামনি মাজুলীত। সোমাই অহা পানীৰ ধাৰে অঞ্চলটোৰ কৃষকৰ বাওঁ ধানৰ কৃষি পথাৰসমূহ নষ্ট কৰি পেলায়।

উল্লেখ্য যে বাওঁ ধানৰ কৃষিকে মূল কৃষিৰূপে লৈ বছৰটোৰ মূল জীবিকা আছিল অঞ্চলবাসীৰ। এতিয়া এই কৃষিপথাৰ পানীয়ে মাৰি পেলোৱাত কৃষিজীবি ৰাইজে মুৰে- কপালে হাত দিবলগীয়া হৈছে। আনহাতে, ছিঙা অংশয়েদি সোমাই অহা পানীয়ে প্লাবিত কৰা লাহলিয়াল, বৰটানী আদি গাঁওসমূহৰ কৃষি পথাৰত ভেৰেকীবিলৰ মেটেকা পৰি প্রায় ১৫০ বিঘা কৃষিভূমিৰ বাওঁ ধানসমূহ মাৰি পেলোৱাৰ লগতে পথাৰসমূহ পুতি পেলায়।

চৰকাৰী ৰাজহ বিল ভেৰেকী বিলৰ মেটেকা নিষ্কাসনৰ বাবে অঞ্চলবাসীয়ে দাবী জনায় অহাৰ পাছতো কর্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। ফলত বহু পৰিয়ালেই উকা পথাৰতেই আজি পৰম্পৰা ৰক্ষা কৰি চাকি জ্বলাবলৈ প্রস্তুতি চলাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiToday Kati bihu Celebration
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d