Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam is Experiencing Higher Humidity than Heatঅসমত গৰমতকৈ বাঢ়িছে আর্দ্রতা, ৫০ শতাংশ কৃষি উৎপাদন ক্ষতিগ্রস্ত

আৰ্দ্ৰতাৰ বাবে ধান-চাহৰ উৎপাদন বাঢ়িলেও বাধা হৈছে প্রবল বান

publisher by publisher
July 3, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Assam is Experiencing Higher Humidity than Heatঅসমত গৰমতকৈ বাঢ়িছে আর্দ্রতা, ৫০ শতাংশ কৃষি উৎপাদন ক্ষতিগ্রস্ত
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Weather : আইএমডিৰ সঞ্চালক প্ৰধানৰ আগজাননী

Bengaluru – Mysuru Expressway : ছ’দিন পূৰ্বে উদ্ধোধন কৰিছিল মোদীয়ে, এক ৰাতিৰ বৰষুণত ডুবিল আঠ হেজাৰ কোটিৰ সেই ৰাস্তা

Delhi Weather : শীতকালত দিল্লীত বৃদ্ধি পাইছে তাপমাত্ৰা , গঢ়িলে অভিলেখ !

Assam is Experiencing Higher Humidity than Heat:

চলিত বানৰ কৱলত ৰাজ্যৰ প্ৰায় সাত হেজাৰ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হোৱাৰ লগতে শালি ধানৰ কৃষিকৰ্মৰ বাবে সাজু কৰা বৃহৎ পৰিমাণৰ কঠীয়া বিনষ্ট হোৱাত ৰাজ্যৰ কৃষিখণ্ডলৈ জলবায়ু পৰিৱৰ্তনে কঢ়িয়াই অনা প্রবল প্রত্যাহ্বানৰ বিষয়টো পুনৰ স্পষ্ট হৈছে। জলবায়ু পৰিৱৰ্তনৰ কু-প্ৰভাৱত ৰাজ্যত প্রতিকূল বতৰে সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশে সামগ্রিকভাৱে ৰাজ্যৰ
অর্থনীতি বিপর্যস্ত কৰাৰ উপৰি ৰাজ্যখনৰ কৃষি অর্থনীতিলৈ কঢ়িয়াই আনিছে চূড়ান্ত ভাবুকি।

ADVERTISEMENT

প্রবল বানৰ বাবে আহাৰৰ প্ৰথম পষেক পাৰ হোৱাৰ পাছতো ৰাইজে কঠীয়া ৰোপণ কৰিব নোৱৰাৰ পৰিৱেশে ৰাজ্যত পুনৰ এটা বছৰৰ ধানৰ উৎপাদন নিম্নগামী কৰাৰ ইংগিত স্পষ্ট কৰাৰ সময়তে উন্মোচিত হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত ৰাজ্যৰ কৃষিখণ্ডৰ বিপর্যস্ত হোৱাৰ এক বিস্তৃত তথা গবেষণামূলক তথ্য।

ভাৰত চৰকাৰৰ ইণ্ডিয়ান কাউন্সিল অৱ ছ’চিয়েল ছাইন্স বিচাৰ্ছ’ৰ উদ্যোগত অসমৰ কৃষিখণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্রভাব সম্পর্কীয় এক গবেষণা প্রতিবেদনত উন্মোচিত হৈছে অসমৰ কৃষিখণ্ডই এই প্রাকৃতিক অসমতাৰ বাবে সম্মুখীন হোৱা ভয়ংকৰ প্ৰত্যাহ্বানৰ কথা। প্রতিবেদনত উল্লেখ কৰা তথ্য মতে, বিগত তিনিটা দশকত অসমত সর্বাধিক তাপমাত্ৰাৰ হাৰ তুলনামূলকভাৱে দীর্ঘদিনীয়া হাৰত নিম্নগামী হোৱাৰ বিপৰীতে আর্দ্রতাৰ পৰিমাণ অভাৱনীয় হাৰত উর্ধ্বমুখী হৈছে। আর্দ্রতা বৃদ্ধিৰ এই অসমতাৰ বাবে অসমত কৃষিখণ্ডৰ উৎপাদনৰ ব্যাপক তাৰতম্য ঘটিছে।

উল্লেখ্য যে টিকপট্টাৰৰ চেক্রেড হার্ট কলেজৰ অর্থনীতি বিভাগৰ সহযোগী অধ্যাপক এ প্রেমকুমাৰ, এগ্রিবিজনেজ মেনেজমেণ্টৰ গৱেষক ডি কালাইবাচী, চেণ্টাৰ ফৰ এগ্রিকালচাৰে লৰুৰেল ডেভলপমেন্ট স্টুডিজ তথা তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক এ ৰোহিণী আৰু একেটা কেন্দ্ৰৰে সহযোগী অধ্যাপক ডি মুকগানাস্থিয়ে চলোৱা এই গবেষণামূলক প্রতিবেদনত উল্লেখ কৰিছে যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱতে অসমত সর্বাধিক তাপমাত্রা আৰু আপেক্ষিক আর্দ্রতাৰ তাৰতম্য স্পষ্ট হৈছে।

‘চেণ্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইকন ‘মি’ তথা ‘নাছা’ৰ ‘প্রেডিকছন অব বর্ল্ড রাইড এনার্জি বিচছ’ৰ তথ্যৰ উদ্ধৃতি দি প্রতিবেদনখনত কোৱা হৈছে যে ১৯৮১ৰ পৰা ২০২১লৈ এই সময়ছোৱাত অসমৰ জলবায়ুৰ তথ্য বিশ্লেষণ কৰি নিশ্চিত কৰা হৈছে যে অসমকে ধৰি সমগ্র দেশতে জলবায়ুৰ পৰিৱৰ্তনৰ কু-প্ৰভাৱে এক ৰাষ্ট্ৰীয় চিন্তাৰ কাৰক হৈ পৰিছে। ৰাজ্যখনত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে কৃষিখণ্ডৰ বাবে ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ বিস্তাৰ কৰিছে। কিয়নো বিগত সময়ছোৱাত ধান, কুঁহিয়াৰ, চাহ, আলু আৰু তৈলজাত শস্য উৎপাদন তুলনামূলকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

ইয়াৰ বিপৰীতে ঘেঁহু, ৰহৰ দাইলকে ধৰি মাহজাতীয় শস্য আদিৰ উৎপাদন ১৯৯১ৰ পৰা ২০২০লৈ এই সময়ছোৱাত হ্রাস পোৱা পৰিলক্ষিত হৈছে। প্রতিবেদনত এই কথাও কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তনৰ বিশ্লেষণৰ মূল আধাৰসমূহৰ অধ্যয়নত পৰিসংখ্যাগতভাৱে অসমত সর্বোচ্চ তাপমাত্রা আৰু আপেক্ষিক আর্দ্রতাৰ হ্রাস-বৃদ্ধি বৃদ্ধিৰ হাৰৰ যথেষ্ট ব্যৱধান আছে। আর্দ্রতাৰ প্ৰভাৱত ৰাজ্যখনত চাহ উৎপাদনৰ হাৰ ৫৫ শতাংশ হাৰত বৃদ্ধিৰ ইংগিত স্পষ্ট হৈছে।

একেদৰে আৰ্দ্ৰতাৰ প্ৰভাৱতে অসমত ধানৰ উৎপাদনো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে অন্যান্য খাদ্য সামগ্রীৰ উৎপাদন বিশেষকৈ ঘেঁহু, কুঁহিয়াৰ, মিলেট, ৰহৰকে ধৰি মাহজাতীয় শস্য, মৰাপাট আদিৰ উৎপাদন ক্রমাৎ নিম্নগামী হ’বলৈ ধৰিছে।

প্রতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে ১৯৯১ৰ পৰা ২০০০লৈ ৰাজ্যখনত সর্বনিম্ন তাপমাত্রা ৭.১৩ ডিগ্রী চেলছিয়াছৰ পৰা সর্বোচ্চ তাপমাত্ৰাৰ হাৰ আছিল ৩৯.৫৯ শতাংশ। এই সময়ছোৱাত ৰাজ্যখনত আর্দ্রতাৰ পৰিমাণ আছিল ৬৮.৫৪ আৰু বৰষুণৰ হাৰ প্রতিদিনে গড় হিচাপত আছিল ৩.৪৪ মিলিমিটাৰ। আকৌ ২০০১ৰ পৰা ২০১০লৈ এই সময়ছোৱাত তাপমাত্ৰাৰ সর্বনিম্ন হাৰ ৮.০১ ডিগ্রী চেলছিয়াছ আৰু সর্বাধিক ৩৮.২ ডিগ্রী চেলছিয়াছৰ বিপৰীতে আর্দ্রতাৰ পৰিমাণ ৭২.৫৭ আৰু প্ৰতিদিনে বৰষুণৰ হাৰ আছিল ৩.৭ মিলিমিটাৰ। ইফালে, ২০১১-২০২০লৈ এই ১০ বছৰত ৰাজ্যখনত সর্বনিম্ন তাপমাত্রা ৮.৩১ ডিগ্রী চেলছিয়াছ আৰু সর্বাধিক তাপমাত্রা ৩৭.৫৩ ডিগ্রী চেলিছিয়াছলৈ অৱনমিত হোৱাৰ বিপৰীতে আর্দ্রতাৰ হাৰ ৭৬.১৭লৈ বৃদ্ধি আৰু প্রতিদিনে গড় হিচাপত বৰষুণৰ হাৰ আছিল ৪.০৮ মিলিমিটাৰ।

এই পৰিসংখ্যাৰ আধাৰতে ৰাজ্যখনৰ কৃষিখণ্ডত জলবায়ু পৰিৱৰ্তনৰ প্রভাৱৰ ওপৰত বিশ্লেষণাত্মক অধ্যয়ন চলোৱা হৈছে। প্রতিবেদনত উল্লেখ কৰা তথ্য মতে, দেশৰ ভিতৰতে জলবায়ু পৰিৱৰ্তনৰ সৰ্বাধিক কু-প্ৰভাৱ পৰা ৰাজ্য অসমত বিগত সময়ছোৱাত চলোৱা অধ্যয়নত কে’বাবিধো খাদ্য শস্যৰ উৎপাদনৰ হ্রাস-বৃদ্ধিৰ বৃহৎ তাৰতম্য স্পষ্ট হৈছে। বিশেষজ্ঞসকলে প্রতিবেদনত এই কথা ফহিয়াই দি দেখুৱাইছে যে ৰাজ্যখনত ধানৰ উৎপাদনত ৫১ শতাংশ হাৰত প্ৰভাৱ বিস্তাৰ কৰিছে জলবায়ু পৰিৱৰ্তনে। আকৌ ঘেঁহু উৎপাদনত ৬৫ শতাংশ হাবত প্রভাবিত কৰিছে জলবায়ু পৰিৱৰ্তনে।

একেদৰে চাহ উৎপাদনত আকৌ ৫৫ শতাংশ প্রভাৱ বিস্তাৰ ঘটিছে জলবায়ু পৰিৱৰ্তনৰ। ইফালে, মিলেট উৎপাদনত অসম চৰকাৰে সর্বাধিক গুৰুত্ব আৰোপ কৰাৰ সময়তে বিশেষজ্ঞৰ দলটোৱে মত প্রকাশ কৰিছে যে মিলেট উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনত জলবায়ু পৰিৱর্তনে ৬০ শতাংশ হাৰত প্ৰভাৱিত কৰিছে। বিভিন্ন খাদ্য শস্যৰ উৎপাদনৰ হাৰৰ বিশ্লেষণৰ আধাৰত প্রতিবেদনত উল্লেখ কৰা হৈছে যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত অসমৰ কৃষিখণ্ডত উৎপাদনৰ তাৰতম্যৰ হাৰ ৫০ শতাংশতকৈও অধিক।

অৱশ্যে আপেক্ষিক আর্দ্রতা বৃদ্ধি পোৱাৰ সূত্রে ধান আৰু চাহ উৎপাদনৰ গতি তুলনামূলকভাবে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পিছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱত অতিমাত্ৰা হাৰত বৃষ্টিপাতে ৰাজ্যখনত সৃষ্টি কৰা বান পৰিস্থিতিয়ে ধান উৎপাদনৰ বাবে উপযুক্ত ৰাজ্যখনত পৰম্পৰাগত সময়ৰ শালি ধান উৎপাদনী প্রক্রিয়াত বাধা আৰোপ কৰাৰ ধাৰাবাহিকতাও অব্যাহত থাকিব বুলি আশংকা প্রকাশ কৰিছে বিশেষজ্ঞ মহলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam is ExperiencingHigher Humidity than HeatWeather
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d