Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

KATI BIHU : কৃষিজীৱী অসমীয়াই আজি উদযাপন কৰিব কাতি বিহু

কংক্ৰিটৰ মহানগৰীৰ বজাৰত চাহিদা বৃদ্ধি তুলসীৰ পুলি আৰু মাটিৰ চাকিৰ

publisher by publisher
October 18, 2022
in Assam
Reading Time: 1 min read
0
KATI BIHU : কৃষিজীৱী অসমীয়াই আজি উদযাপন কৰিব কাতি বিহু
6
SHARES
61
VIEWS
ShareShareShareShare

KATI BIHU : আজি অসমীয়াৰ জাতীয় জীৱনৰ অন্যতম কৃষিজীৱী উৎসৱ হেঁপাহৰ কাতি বিহু৷আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু উদযাপনৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন অসমীয়াই সাজু হৈছে ৷ একেদৰে কৃষিজীৱী অসমীয়াই পথাৰৰ নিজৰ হাতেৰে ৰোপন কৰা খেতিডৰাৰ শ্ৰীবৃদ্ধি আৰু গৃহস্থৰ মংগল কামনাৰে চাকি বন্তি জ্বলোৱাৰ পূৰ্ণ প্ৰস্তুতি চলোৱাৰ লগতে সন্ধিয়া তুলসী তলত আৰু পথাৰত আকাশ বন্তিৰ জ্বলোৱাৰ বাবে সাজু হৈছে ৷

ADVERTISEMENT

WhatsApp Image 2022 10 18 at 13.37.23 1ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে কংক্ৰিটৰ মহানগৰ গুৱাহাটীতো কাতি বিহু উদযাপনৰ বাবে সাজু হৈছে মহানগৰবাসী৷ মহানগৰৰ গণেশগুৰি বজাৰ, চান্দমাৰী, বেলতলা ,বামুনীমৈদাম,গড়চুক,নাৰেংগী ,দিছপুৰ,মাছখোৱা সহ বহু বজাৰত তুলসীৰ পুলি,ধানৰ মুঠি,মাটিৰ চাকি,তামোল- পান,কুহিঁয়াৰ সহ আন আন সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হয়৷পুৱাৰে পৰা সামগ্ৰী সমূহ কিনাৰ বাবে ক্ৰেতাই ভীৰ কৰিছে বজাৰ ৷

RelatedPosts

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

উল্লেখ্য মাটি চাকি ক্ৰয় কৰিবলৈ ক্ৰেতাৰ ভীৰ দেখি মৃৎশিল্পী সকল উৎসাহিত হৈ পৰিছে ৷ একেদৰে পাঁচদিনৰ পিছত দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি মৃৎশিল্পী সকলে বিভিন্ন ডিজাইনৰ মাটিৰ চাকি বজাৰত মুকলি কৰিছে ৷ অৱশ্যে সৰু আৰু ডাঙৰ চাকিৰ দাম পূৰ্বতকৈ কিছূ বৃদ্ধি হৈছে যদিও থলুৱা মৃৎশিল্পৰ স্বাৰ্থত গ্ৰাহক সকলে ক্ৰয় কৰিছে ৷ আনহাতে পূৰ্বতকৈ তুলসীৰ পুলি চাহিদা বৃদ্ধি পোৱাত থলুৱা বিক্ৰেতা সকল হৈ পৰিছে উৎসাহিত ৷

আনহাতে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কাতি বিহুৰ শুভেচ্ছা জনাইছে ৰাজ্যবাসীক ৷ মুখ্যমন্ত্ৰী য়ে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয় , অসমৰ সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ কাতি বিহুৰ এই পৱিত্ৰ ক্ষণত অসমবাসীৰ মংগল কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে তুলসী তলৰ বন্তিগছিৰ আলোকেৰে আলোকিত হওক সকলোৰে জীৱন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CELEBRATION IN ASSAMCMOGuwahatikati bihu
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা
News

April 25, 2026
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d