State Chief Electoral Officer Anurag Goel’s Press conference at Janata Bhawan:
➡️জনতা ভৱনত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল ৷
➡️ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নির্বাচন সন্দৰ্ভত সংবাদমেল।
➡️আজিৰ পৰা আৰম্ভ মনোনয়ন দাখিল পৰ্ব ৷
➡️২৫ অক্টোবৰত মনোনয়ন দাখিলৰ অন্তিম দিন।
➡️১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ৫ সমষ্টিৰ উপ-নির্বাচন ৷
➡️২৩ নৱেম্বৰত হ’ব ভোট গণনা ৷
➡️ছিদলী, বঙাইগাঁও,ধলাই, চামগুৰি, বিহালীত হ’ব উপ-নির্বাচন ৷
➡️উপ-নির্বাচন হ’ব সমষ্টিৰ পুৰণি সীমাৰ ভিত্তিতে ৷
➡️ছিদলীত মুঠ ভোটাৰৰ সংখ্যা ২,১৭,২৩৬গৰাকী ভোটাৰ ৷
➡️ধলাইত মুঠ ভোটাৰৰ সংখ্যা১,৯৭,৬৪২গৰাকী ৷
➡️চামগুৰিত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৮৫৪গৰাকী ৷
➡️বিহালী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৩২,৫৭৮গৰাকী ৷
➡️বঙাইগাঁৱত ভোটাৰৰ সংখ্যা ১,৮২,৩৫৪ গৰাকী ভোটাৰ ৷
➡️বঙাইগাঁৱত ভোট কেন্দ্ৰৰ সংখ্যা ২৪৬টা, চামগুৰিত ১৯৭ টা, ছিদলীত ২০৩ টা,ধলাইত ২০৮ টা আৰু বিহালীত ভোটগ্রহণ কেন্দ্রৰ সংখ্যা ১৫৪ টা ৷