Guwahati kalapahar Incident:
মহানগৰীৰ কালাপাহাৰত চাঞ্চল্যকৰ ঘটনা। এটা গেষ্ট হাউচৰ ছয় মহলীয়া অট্টালিকাৰ পৰা জাপ দিলে এগৰাকী মহিলাই ৷ ইতিমধ্যে সংকটজনক অৱস্থাত মহিলা গৰাকীক ভৰ্তি কৰা হয় চিকিৎসালয়ত |
ADVERTISEMENT
প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচলৰ টাৱাঙ নিবাসী মহিলা এগৰাকীয়ে স্বামীৰ উন্নত চিকিৎসাৰ বাবে কালাপাহাৰৰ পোহৰ গেষ্ট হাউছত বাহৰ পাতি আছিল ৷ কিন্ত আজি পুৱা ৰহস্যজনকভাৱে মহিলা গৰাকীয়ে গেষ্ট হাউছৰ ষষ্ঠ মহলাৰ পৰা জপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷