Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Forest destruction is increasing at an alarming rate in India :দেশত উদ্বেগজনক হাৰত বৃদ্ধি বন ধ্বংস-ভূমি ব্যৱস্থাপনাতো ত্রুটি

জৈৱ-বৈচিত্র্য-প্রকৃতি সংৰক্ষণত গুৰুত্ব দিবলৈ আহ্বান, ইজৰাইলী বিশ্ববিদ্যালয়- স্বেচ্ছাসেৱী ৱেবছাইটৰ পৰিমাপ, বিশ্ব প্রকৃতি সংৰক্ষণ সূচকত ১৭৬ স্থানতহে ভাৰত

samimsultana by samimsultana
October 28, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Forest destruction is increasing at an alarming rate in India :দেশত উদ্বেগজনক হাৰত বৃদ্ধি বন ধ্বংস-ভূমি ব্যৱস্থাপনাতো ত্রুটি
1
SHARES
11
VIEWS
ShareShareShareShare

Forest destruction is increasing at an alarming rate in India :

প্রকৃতি তথা জৈৱ বৈচিত্ৰত্র্য সংৰক্ষণৰ ক্ষেত্ৰতো ভাৰতে শোচনীয় ফল প্রদর্শন কৰিলে। ইজৰাইলৰ বেন-গুৰিয়ন বিশ্ববিদ্যালয়ৰ গ’ল্ডমেন ছ’নেনফেল্ডত স্কুল অৱ ছাষ্টেইনেবিলিটী এন্ড ক্লাইমেট চেঞ্জ প্রতিষ্ঠান আৰু বায়’ডিবি ডট কম নামৰ এটা স্বেচ্ছাসেৱী ৱেবছাইটে চলিত বৰ্ষৰ পৰা বিশ্ব প্রকৃতি সংৰক্ষণ সুচক প্ৰকাশ কৰিবলৈ লৈছে।

ADVERTISEMENT

যোৱা ২৪ অক্টোবৰত প্ৰথমবাৰৰ বাবে প্রকাশিত এই সূচকত দেখা গৈছে যে ভাৰতে প্রকৃতি তথা জৈৱ বৈচিত্র্য সংৰক্ষণত চূড়ান্ত ব্যর্থতা প্ৰদৰ্শন কৰিছে। বিশ্বৰ ১৮০ খন দেশক সামৰি প্ৰস্তুত কৰা এই সূচকৰ তালিকাত ভাৰতে ১৭৬ সংখ্যক স্থান লাভ কৰিছে ৷ উদ্বেগজনক হাৰত বৃদ্ধি

RelatedPosts

No Content Available

vibhav 2অর্থাৎ এই ক্ষেত্রত ১৮০ খন দেশৰ ভিতৰত ভাৰতৰ স্থান তলৰ ফালৰ পৰা পঞ্চম। ইয়াৰ দ্বাৰা ভাৰতত প্রকৃতি তথা জৈৱ বৈচিত্র্য – সংৰক্ষণৰ নামত কি সংঘটিত হৈ আছে সেয়া সহজে অনুমেয় হৈছে। লক্ষ্যণীয়ভাবে এই সূচক তালিকাত ভাৰতৰ তলত স্থান লাভ কৰা দেশসমূহৰ মাজত যুদ্ধবিধ্বস্ত ইৰাকো আছে। এই ক্ষেত্ৰত ইৰাকৰ স্থান ১৭৮। আন তিনিখন – দেশ হ’ল তুৰস্ক (১৭৯), কিৰিবাতি (১৮০) আৰু মাইক্ৰ’নেছিয়া (১৭৭)।

অর্থাৎ ভাৰতকে ধৰি এই দেশসমূহে প্রকৃতি আৰু জৈৱ বৈচিত্র্য সংৰক্ষণত – বিচক্ষণতা প্রদর্শনত চূড়ান্তভাবে ব্যর্থ হৈছে। এই বিশ্ব প্রকৃতি সংৰক্ষণ সূচক প্রকৃতি তথা জৈৱ বৈচিত্র্য সংৰক্ষণৰ স’তে জড়িত চাৰিটা উপাদানত ভিত্তি কৰি প্ৰস্তুত কৰা হয়। এই উপাদান চাৰিটা হৈছে ভূমি ব্যৱস্থাপনা, জৈৱ বৈচিত্র্যৰ প্ৰতি ভাবুকি, সামর্থ্য আৰু শাসন। ইয়াৰ লগতে আছে উক্ত উপাদানকেইটাৰ ভৱিষ্যৎ – ধাৰা। এই সূচক প্রস্তুত কৰোতে প্রকৃতি সংৰক্ষণৰ স’তে কেনেদৰে উন্নয়নমূলক কাম-কাজৰ ভাৰসাম্য ৰক্ষা কৰি এখন দেশে প্ৰগতিৰ দিশত অগ্ৰসৰ হৈছে তাৰ বিশ্লেষণ কৰা হয়।

ইয়াৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰক গৱেষক তথা প্রকৃতি-পৰিৱেশ সংৰক্ষণৰ স’তে জড়িত বিভিন্ন সংগঠনক সহায় কৰাৰ লক্ষ্য লোৱা হৈছে। কোনো এটা বিষয়ৰ সকলো দিশ ভালদৰে লক্ষ্য নকৰাকৈ যেনেদৰে বিষয়টোৰ কাম কৰিব নোৱাৰি। তেনেদৰে প্ৰকৃতি সংৰক্ষণৰ কাম কৰিবলৈ যাওঁতেও ইয়াৰ স’তে জড়িত সকলো দিশ ভালদৰে অনুধাবন কৰাটো গুৰুত্বপূৰ্ণ-সেই কথা মনত ৰাখি এই বিশ্ব প্রকৃতি সংৰক্ষণ সূচক প্রকাশ কৰা হৈছে বুলি সংশ্লিষ্টসকলে সদৰী কৰিছে। তেওঁলোকে প্রকাশ কৰা অনুসৰি এক নিৰপেক্ষ মনোভাবৰে পোনপটীয়া আহিলা ব্যৱহাৰ কৰি এই সূচক প্ৰস্তুত কৰা হৈছে।

আনহাতে, ভাৰতে এই সূচক তালিকাত একেবাৰে তলৰ ফালে স্থান লাভ কৰা সম্পৰ্কত সংশ্লিষ্টসকলে কয় যে ভাৰতত ভূমি ব্যৱস্থাপনা অকার্যদক্ষতাবে কৰি থকা হৈছে আৰু জৈৱ বৈচিত্র্যৰ প্ৰতি ভাবুকি বৃদ্ধি পাইছে। নগৰীকৰণ, ঔদ্যোগিক আৰু কৃষি কৰ্মৰ উদ্দেশ্যে ভূমিৰ ৰূপান্তৰণ বৃদ্ধিৰ ফলত বহনক্ষম – ভূমি ব্যৱহাৰ কৌশল প্রয়োগ কৰাটো প্রয়োজন হৈছে বুলি সংশ্লিষ্টসকলে আঙুলিয়াই দিছে। এক তথ্য মতে, ভাৰতত ভূমি ৰূপান্তৰণৰ হাৰ সম্প্রতি ৫৩ শতাংশ। তদুপৰি উচ্চ হাৰত কীটনাশক ব্যৱহাৰেও প্রকৃতি তথা জৈৱ বৈচিত্র্যৰ প্রতি ভাবুকি সৃষ্টি কৰিছে বুলি আঙুলিয়াই দিয়া হৈছে।

লগতে এই সূচক প্ৰস্তুতকৰ্তাসকলে ভূমিৰ প্ৰদূষণ ৰোধৰ বাবেও পদক্ষেপ ল’বলৈ আহ্বান – জনাইছে। ভাৰতৰ ক্ষেত্ৰত আন এটা উদ্বেগৰ বিষয় হ’ল সামুদ্রিক জৈৱ বৈচিত্র্যব – প্রতিও ভাবুকিৰ সৃষ্টি হৈছে। সামুদ্রিক জীৱকুল ৰক্ষাৰ ক্ষেত্ৰতো ভাৰতক – উল্লেখনীয় পদক্ষেপ ল’বলৈ সংশ্লিষ্টসকলে আহ্বান জনাইছে।

# ভাৰতত উদ্বেগজনকভাৱে বৃদ্ধি নিৰ্বনানীকৰণ:

এইবাৰ বিশ্ব প্রকৃতি সংৰক্ষণ সূচকে আঙুলিয়াই দিছে যে ভাৰতত উদ্বেগজনকভাৱে নিৰ্বনানীকৰণ চলিছে। আনকি ২০০১ৰ পৰা ২০১৯ৰ সময়ছোৱাত দেশত বিভিন্ন কাৰণত ২৩,৩০০ বর্গ কিলোমিটাৰ অঞ্চলৰ গছ- গছনি ধ্বংস কৰা হয়। এনেদৰে গছ-গছনি ধ্বংসৰ কাৰণ হ’ল কৃষি, নগৰীকৰণ আৰু আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে ভূমিৰ ৰূপান্তৰ। এনেদৰে একপ্ৰকাৰ – নির্বিচাৰে গছ-গছনি ধ্বংস কৰাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ অশুভ প্ৰভাৱ বৃদ্ধি পাইছে। ইয়ে সংবেদনশীল পৰিৱেশ তন্ত্ৰৰ ক্ষতিসাধন কৰিছে। এই ক্ষতিৰ প্ৰভাৱ সামুদ্রিক জীৱকুলৰ ওপৰতো পৰিছে। এই সূচক প্রস্তুতকাৰীসকলে লগতে আঙুলিয়াই দিছে যে আগন্তুক সময়ত এফালে যিদৰে ভাৰতৰ ওচৰত প্ৰগতিৰ প্ৰচুৰ সুযোগৰ সৃষ্টি হ’ব, ঠিক তেনেদৰে আনফালে জৈৱ বৈচিত্র্যৰ প্ৰতি গুৰুতৰ ভাবুকিও আহিব।

ইয়াৰ এটা কাৰণ হৈছে বিশ্বৰ ভিতৰতে ভাৰতৰ জনসংখ্যা দ্বিতীয় সর্বাধিক। ১৯৭০ দশকৰ পৰা ভাৰতত জনসংখ্যা দুগুণ হয়। এই জনসংখ্যা বৃদ্ধিয়ে দেশত পৰিৱেশগত সম্পদৰ প্ৰতি স্থায়ী ভাবুকিৰ সৃষ্টি কৰিছে। – ভাৰতত জৈৱ বৈচিত্র্যৰ প্ৰতি ভাবুকিৰ আন এটা কাৰক হৈছে ভাৰতত বন্যপ্রাণী চোৰাং কাৰবাৰ বিশ্বৰ ভিতৰত চতুৰ্থ সর্বাধিক। বছৰি চোৰাং কাৰবাৰীসকলৰ ব্যৱসায় ১৫ বিলিয়ন পাউণ্ড হয়। গতিকে বন্যপ্ৰাণীৰ চোৰাং কাৰবাৰ ৰোধৰ বাবে সংশ্লিষ্ট আইন বলবৎকাৰীসমূহক শক্তিশালী কৰাৰ পৰামৰ্শ দিছে বিশ্ব প্ৰকৃতি সংৰক্ষণ সূচক প্রস্তুতকাৰীসকলে।

প্রয়োজনত এই ক্ষেত্রত আন্তর্জাতিক সহায় ল’বলৈও তেওঁলোকে ভাৰত চৰকাৰৰ প্রতি আহ্বান জনাইছে। এই – সম্পর্কত উক্ত সূচক প্রস্তুতকাৰীসকলে কয়, ‘প্রকৃতি-পৰিৱেশ সংৰক্ষণৰ আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত শক্তিশালী ৰাজনৈতিক সদিচ্ছাৰ প্রয়োজন, বহনক্ষম উন্নয়ন অনুকূল আৰু পৰিবেশ সংক্রান্তীয় কামৰ সহায়ক আইন প্রস্তুত কৰা আৱশ্যক। যদিহে ভাৰতে এইসমূহ কাম কৰে তেন্তে দেশখনে আগন্তুক সময়ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ সক্ষম হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Forest destructionincreasing at an alarming rate
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d