Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

    জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Yemen : যুদ্ধবিধ্বস্ত য়েমেনত পদপিষ্ট হৈ মৃত্যু ৮৫ জন

publisher by publisher
April 20, 2023
in International, News
Reading Time: 2 mins read
0
Yemen : যুদ্ধবিধ্বস্ত য়েমেনত পদপিষ্ট হৈ মৃত্যু ৮৫ জন
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

নালন্দাত পদপিষ্ট ঘটনা! কেবাজনো নিহত, আহত বহু

মৰ্মান্তিক! মন্দিৰত পদপিষ্ট হৈ নজন ভক্তৰ মৃত্যু, আহত বহুতো

য়েমেনত হাউথী ঘাটিত পুনৰ ইজৰাইল আক্ৰমণ, ৩৫ জন লোকৰ মৃত্যু 

Yemen :

য়েমেনত (Yemen) ভয়ংকৰ দুৰ্ঘটনা। পদপিষ্ট (Stampedes)হৈ মৃত্যু হয় কমেও ৮৫ জন লোকৰ । এখন বিদ্যালয়ত সাহায্য বিতৰণ কৰোঁতে সংঘটিত হয় এই দুৰ্ঘটনা। বহুতো লোক আহত হৈছিল।

ADVERTISEMENT

যুদ্ধবিধ্বস্ত য়েমেনত অত্যাধিক দৰিদ্ৰতাই দেখা দিছে যাৰ ফলত খাদ্যৰ অভাৱত বহুতো লোকৰ মৃত্যু হৈছে । সেইকাৰণে ৰমজান মাহৰ শেষত ঈদ উপলক্ষে সাহায্য সামগ্ৰী বিতৰণ কৰা হয়।

হেজাৰ হেজাৰ মানুহ খাদ্য আৰু অন্যান্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ সমবেত হয় আৰু তাতে সংঘটিত হয় এই ভয়াৱহ ঘটনা । স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ঘটনাটো বুধবাৰে য়েমেনৰ ৰাজধানী ছানাৰ পুৰণি চহৰ অঞ্চলত সংঘটিত হয় । স্থানীয় সূত্ৰ অনুসৰি, খাদ্য আৰু কাপোৰৰ উপৰিও, ভুক্তভোগীসকলক পাঁচ হেজাৰ ইয়েমেনী ৰিয়েল (ভাৰতীয় মুদ্ৰাত ৭৫০ টকা) দিয়া হৈছিল।

এই ধনসমূহ যুদ্ধ আৰু মহামাৰীৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ বাবে মূল্যৱান আছিল। সেইকাৰণে সকাহ পাবলৈ হেজাৰ হেজাৰ মানুহ সমবেত হয় পুৰণি চহৰ অঞ্চলৰ বিদ্যালয়ত ।এটা সময়ত, ভিৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় । প্ৰাণ ৰক্ষা কৰিবলৈ সকলোৱে খৰধৰকৈ বিদ্যালয়ৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰে ।

তথ্য অনুসৰি , ঘটনাটোত ৮৫ জন লোকৰ মৃত্যু হয়। বহুতো লোক আঘাতপ্ৰাপ্ত হয় ।” মৃত আৰু আহতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছিল। দুৰ্ঘটনাটোৰ ফটো আৰু ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

য’ত দেখা গৈছে যে বহুতো লোকৰ নিঠৰ দেহ মাটিত পৰি আছে আৰু জীৱিত সকলে তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ মৃতদেহবোৰৰ ওপৰেৰে দৌৰি আছে। দুৰ্ঘটনাটোত স্থানীয় প্ৰশাসনৰ ফালে আঙুলি তোলা হৈছে।

সাহায্য বিতৰণ ব্যৱস্থাত ভিৰ নিয়ন্ত্ৰণ কৰাৰ কোনো উপযুক্ত ব্যৱস্থা কিয় নাছিল বুলিও প্ৰশ্ন উত্থাপিত হৈছে ।অৱশ্যে, য়েমেনৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই দাবী কৰে যে স্থানীয় প্ৰশাসনক অৱগত নকৰাকৈ এই সাহায্য চলি আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DeadStampedeYemen
publisher

publisher

Related Posts

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে
International

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

September 6, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d