Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Number of bees in the world is declining:বিশ্বত কমি আহিছে মৌমাখিৰ সংখ্যা !

নিজৰ ‘বন্ধু’ক সুৰক্ষা দিবলৈ ১২৪ একৰ ফাৰ্ম হাউচ খুলিলে হলিউদৰ এজন জনপ্ৰিয় অভিনেতাই

publisher by publisher
March 16, 2024
in International, News
Reading Time: 2 mins read
0
Number of bees in the world is declining:বিশ্বত কমি আহিছে মৌমাখিৰ সংখ্যা !
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Hollywood Actor Leonardo Dicaprio : কাজিৰঙাত বিজত বৰ্ষত গড় নিধন শূন্য হোৱাৰ বাবে

Number of bees in the world is declining:

বিশ্বৰ মুঠ খাদ্য উৎপাদনৰ এক তৃতীয়াংশ মৌমাখিৰ ওপৰত নিৰ্ভৰশীল। এই দাবী বিজ্ঞানীসকলৰ ৷ কিন্তু শেহতীয়াকৈ অত্যাধিক পৰিমাণৰ কীটনাশকৰ ব্যৱহাৰৰ বাবে পৃথিৱীত ক্ৰমাৎ মৌমাখিৰ সংখ্যা কমি আহিছে।

ADVERTISEMENT

মৌমাখিৰ সংখ্যা বৃদ্ধিকৰণ আৰু সুৰক্ষাৰ বাবে আগবাঢ়ি আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় অভিনেতা মৰ্গান ফ্ৰীমেনে ৷

উল্লেখ্য যে,১৯৩৭ ত ইজিপ্তৰ মেম্ফিছত জন্মগ্ৰহণ কৰিছিল মৰ্গানৰ। পাঁচজন ভাই-ভনীৰ ভিতৰত তেওঁ আছিল কনিষ্ঠ । মৰ্গানৰ পিতৃ-মাতৃয়ে কৰ্মৰ খাতিৰত অধিক সময় অতিবাহিত কৰিছিল আমেৰিকাৰ চিকাগোত । যাৰবাবে মৰ্গানৰ শৈশৱকাল পাৰ হৈছিল মিচিচিপিৰ আইতাকৰ ঘৰত ।

অৱশ্যে পৰৱৰ্তী সময়ত মৰ্গানৰ পিতৃ-মাতৃকে ধৰি গোটেই পৰিয়ালটো চিকাগোৰ পৰা প্ৰত্যাৱৰ্তন কৰি মিচিচিপিলৈ উভতি আহি গ্ৰীণউড অঞ্চলত থাকিবলৈ লয় ৷

উল্লেখ্য যে, মৰ্গান পৰিয়ালৰ মিচিচিপিত আছে ১২৪ একৰ ভূমিৰ এটা বৃহৎ ফাৰ্ম হাউচ । এই ফাৰ্ম হাউচতে মৰ্গানে মৌমাখিৰ বাবে নিৰ্মাণ কৰে ঘৰ । ২০১৪ চনত মৰ্গানে আৰ্কান্ সাছৰ পৰা ২৬টা মৌচাক লৈ গৈছিল মিচিচিপিৰ এইখন ফাৰ্মলৈ। ফাৰ্ম হাউচতে সেইবোৰ স্থাপনৰ অত্যাধুনিক ব্যৱস্থাও কৰে ৷

আনহাতে , মৌমাখিৰ সংখ্যা দ্ৰুতগতিত কমি অহাৰ সন্দৰ্ভত মৰ্গানে কয়, অত্যধিক হাৰত কীটনাশকৰ ব্যৱহাৰৰ বাবে সমগ্ৰ বিশ্বতে মৌমাখিৰ সংখ্যা হ্ৰাস পাইছে। ২০১৬ চনলৈকে আমেৰিকাত মৌমাখিৰ কলনীৰ সংখ্যা ৪৪ শতাংশ হ্ৰাস পাইছে। গতিকে মৰ্গানে নিজৰ ফাৰ্ম হাউচতে মৌমাখিৰ এটা কলনী সৃষ্টি কৰিলে।

মনকৰিবলগীয়া যে,মৰ্গানে মাৰ্কিন সেনাবাহিনীত যোগদান কৰিবলৈ যোৱাৰ বাবে চিনেমাত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰিছিল ৷ অৱশ্যে পৰৱৰ্তী কালত ১৯৫৫ চনৰ পৰা চাৰি বছৰ সেনাবাহিনীত সেৱা আগবঢ়াই পুনৰ ঘূৰি আহে অভিনয় ক্ষেত্ৰলৈ । ইয়াৰ বাবে তেওঁ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে অভিনয়ৰ প্ৰশিক্ষণ আৰম্ভ কৰে ।

১৯৬০ চনত মৰ্গানে থিয়েটাৰ আৰু চলচ্চিত্ৰত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল যদিও ১৯৭০ চনত মৰ্গান সৰু পৰ্দাত জনপ্ৰিয় হৈ পৰিছিল। নব্বৈৰ দশকৰ পৰা তেওঁ কেইবাখনো সফল ছবিয়ে দশৰ্কৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

পৰিৱেশ সজাগতাৰ সৈতে জড়িত থাকি বিভিন্ন তথ্যচিত্ৰ নিৰ্মাণ কৰি ৮৬ বছৰীয়া বৰ্ষীয়ান মাৰ্কিন অভিনেতাজনে মৌমাখিৰ বংশ বৃদ্ধিকৰণৰ বিপ্লৱত ওতপ্ৰোতভাবে জড়িত হৈ আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: American actorMorgan FreemanNumber of beesworld is declining
publisher

publisher

Related Posts

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d