Horoscope:ৰাশিফল
মেষ: পৰিয়ালৰ ক্ষেত্ৰত শুভ। কোনো অশুভ সংবাদে মানসিক অশান্তি দিব। প্রেমত সাৱধান। শুভ ৰং বেঙুনীয়া।
বৃষ: ধৈর্য সহকাৰে কাম কৰিলে ভাল ফল পাব। আপোনাৰ অমনোযোগিতাৰ সুযোগ লৈ কোনোবাই আপোনাৰ ক্ষতি কৰিব পাৰে। শুভ ৰং নীলা।
মিথুন: শিক্ষার্থীৰ শুভ। দুর্ঘটনাৰ সম্ভাৱনা। ব্যৱসায়ত নতুন পৰিচয় লাভ। কর্মত শুভ। শুভ ৰং ক্রীম।
কর্কট: ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীৰ বাবেও শুভ। বিবাহ প্রার্থীব বিবাহৰ যোগ। শুভ ৰং ক’লা।।
সিংহ: পৰিয়ালৰ ক্ষেত্রত শুভ হ’লেও সন্তানৰ কাৰণে চিন্তা থাকিব। আয় বৃদ্ধিৰ সম্ভাৱনা। শুভ ৰং সোণালী।
কন্যা: সঞ্চয় কৰিলে ভাল। ব্যৱসায়ী আৰু বিদ্যার্থীৰ বাবে শুভ। সন্তানর শুভ। শুভ ৰং মেৰুণ।
তুলা: ৰাজনীতিবিদসকলৰ বিভিন্ন ধৰণৰ চিন্তা আহি পৰিব। চাকৰিয়ালে সুসংবাদ পাব। প্রেমত অশান্ত। শুভ ৰং কমলা।
বৃশ্চিক: চাকৰিয়ালসকলৰ কৰ্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে। শিক্ষাৰ্থীৰ নতুন সুযোগ আহিব। শুভ ৰং বগা।
ধনু: সাৱধানে চলা-ফিৰা কৰিব। দেহত আঘাতপ্রাপ্ত হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো ৰোগ উপশম হোৱাৰ যোগ। শুভ ৰং ৰূপালী।
মকৰ : আজি যিকোনো সমস্যাই দেখা দিব। ব্যৱসায়ীসকলৰ শুভ। প্রেমত মধ্যম। শুভ ৰং সেউজীয়া।
কুম্ভ: বিদ্যার্থীসকলৰ শুভ। বন্ধুৰ লগত মতবিবোধ। ঘৰুৱা শুভ। দূৰ ভ্ৰমণৰ যোগ। শুভ ৰং হালধীয়া।
মীন: বন্ধুৰ পৰা উপকৃত। প্ৰেমত শান্তি। কাম-কাজত উৎসাহ পাব। শৰীৰিৰ যত্ন লওক। শুভ ৰং বগা ।