Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    গুৰুগ্ৰামত ৰহস্যময় ঘটনা: চমকৰ পৰিকল্পনাই পৰিণত হ’ল মৃত্যুত

    বিশ্বত সলনি হ’বলৈ ধৰিছে খৰাঙৰ প্ৰকৃতি: ১৯৫০ৰ ভিতৰত সর্বাধিক: বিগত বৰ্ষত বিশ্বৰ ৩০ শতাংশ অঞ্চলেই পৰিল খৰাঙৰ কৱলত

    Guwahati:মহানগৰীৰ পৰা সন্ধানহীন যোৱা ভাবনা শর্মাৰ সন্ধান ওলাল শ্বিলঙত

    উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Use matte lipstick like this in winter:মেট লিপষ্টিক শীতত এইদৰে ব্যৱহাৰ কৰক

publisher by publisher
November 21, 2024
in Lifestyle
Reading Time: 2 mins read
0
Use matte lipstick like this in winter:মেট লিপষ্টিক শীতত এইদৰে ব্যৱহাৰ কৰক
2
SHARES
24
VIEWS
ShareShareShareShare

Use matte lipstick like this in winter:

শীতৰ প্ৰভাৱ শৰীৰৰ ছালত সর্বাধিক পৰে। শীতত ওঁঠ ফটাৰ সমস্যাত সকলো লোকেই ভোগে। শুকান ওঁঠত লিপবাম ব্যৱহাৰ কৰিব লগা হয়। মহিলাসকলে শীতত লিপষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত এক সমস্যাৰ সম্মুখীন হয়। লিপস্টিক ব্যৱহাৰৰ ফলত ওঁঠ অধিক শুকান হৈ ফাটিবলৈ ধৰে। বিশেষকৈ শীতত মেট লিপষ্টিক লগালে ওঁঠ ফটা সমস্যা বাঢ়িবলৈ ধৰে।

ADVERTISEMENT

দৰাচলতে মেট লিপষ্টিকত অধিক পৰিমাণত মম, ৰং থাকে আৰু তেলৰ মাত্রা কম থাকে। মেট লিপষ্টিক ওঁঠত দীর্ঘ সময় অটুট থাকে, কিন্তু এই লিপষ্টিকত তেল কম থকাৰ ফলত ওঠ শুষ্ক হৈ পৰে। ইয়াৰ পাছতো মেট লিপষ্টিকৰ প্ৰলন অধিক আৰু অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মহিলাই মেট লিপষ্টিক লগাবলৈ ভাল পায়। শীতৰ সময়ছোৱাত যদি মেট লিপষ্টিক ব্যৱহাৰ কৰে, তেন্তে তলত দিয়া পদ্ধতি অৱলম্বন কৰিলে ওঁঠ ফটাৰ সমস্যাৰ পৰা সকাহ লাভ কৰিব |

RelatedPosts

School Closed :প্ৰচণ্ড শীত ! মঙলবাৰৰ পৰা ১০ জানুৱাৰীলৈ নলবাৰীত বিদ্যালয় বন্ধ ঘোষণা

Cm Himanta Biswa Sarma:জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সদনত অখিল গগৈৰ মন্তব্যৰ বিৰুদ্ধে গৰিজ উঠিল মুখ্যমন্ত্ৰী

Remedy for Itchy Skin in Winter:শীতত ছালৰ খজুৱতিৰ প্ৰতিকাৰ

➡️ মেট লিপষ্টিক ব্যৱহাৰৰ পূৰ্বে ওঁঠত লিপবাম ভালদৰে লগাওক। কাৰণ লিপ বাম লগালে ওঁঠত ছাল আর্দ্রকোমল হৈ থাকে। ফলত লিপষ্টিক লগালে ওঁঠ ফটাৰ শংকা নাথাকে।

➡️ মুখমণ্ডলৰ দৰে ওঁঠতো লিপষ্টিক লগোৱাৰ পূৰ্বে লিপ প্ৰাইমাৰ ব্যৱহাৰ কৰক। ইয়াৰ ফলত দীর্ঘ সময় লিপষ্টিক অটুট থাকিব আৰু ওঁঠ ফটাৰ সমস্যাও নহ’ব।

➡️ ওঁঠৰ যতন শীতত ছালৰ দৰেই নিতৌ লোৱা জৰুৰী। ওঁঠত নিতৌ মইশ্বৰাইজাৰ ব্যৱহাৰ কৰক। মইশ্বৰাইজাৰ লগাই কিছু সময় ওঁঠ লাগে লাহে মালিচ কৰক।

➡️ ওঁঠ কোমল আৰু আৰ্দ্ৰ কৰিবলৈ নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰিব। নাৰিকল তেলৰেও শীতত ওঁঠ মালিচ কৰিব পাৰি।

➡️ ওঁঠ নিয়মীয়াকৈ শীতকালত স্ক্রাব কৰা জৰুৰী। ঘৰতে আপুনি নাৰিকল তেল, ব্রাউন ভুগাৰ, বা কফি আৰু মৌ মিহলাই প্রাকৃতিক স্ক্রাব তৈয়াৰ কৰি দুই ওঁঠত ব্যৱহাৰ কৰিব পাৰিব। সপ্তাহত দুই-তিনিবাৰ এইদৰে ওঁঠ স্ক্রাব কৰিলে উপকাৰ লাভ কৰিব আৰু মেট লিপষ্টিক লগালেও ওঁঠ শুকান হোৱাৰ আৰু ফটাৰ সমস্যাই দেখা নিদিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Use matte lipstickWinter Season
publisher

publisher

Related Posts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d