Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Biswa Sarma:জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সদনত অখিল গগৈৰ মন্তব্যৰ বিৰুদ্ধে গৰিজ উঠিল মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ হত্যা হৈছিল,এই পৰিকল্পনা আঠ বছৰ পূৰ্বৰ পৰাই চলি আছিল :মুখ্যমন্ত্রী

publisher by publisher
November 25, 2025
in Assam
Reading Time: 1 min read
0
Cm Himanta Biswa Sarma:জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সদনত অখিল গগৈৰ মন্তব্যৰ বিৰুদ্ধে গৰিজ উঠিল মুখ্যমন্ত্ৰী
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

Cm Himanta Biswa Sarma:

আজিৰে পৰা আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিবেশনৰ কাম কাজ আৰম্ভ হয় প্ৰশ্নোত্তৰ শিতানেৰে। কিন্ত প্ৰশ্নোত্তৰ শিতানতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সদনত আলোচনা হয় ৷ এই আলোচনাত অংশ লৈ বিধায়ক অখিল গগৈয়ে
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ কয়,চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত যিধৰণে তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিল তাৰ বিপৰীতে এছ আই টি জেৰাৰ নামত বিহু কমিটিৰ ভাষ্য গ্ৰহণৰ দৰে কামকাজ কৰি বিষয়টো লেহেমীয়া কৰি আছে ৷

ADVERTISEMENT

তদুপৰি জুবিন গাৰ্গৰ মৃত্যু হৈছিল ছিংগাপুৰত, চৰকাৰে তদন্ত কৰি আছে দিছপুৰত’। ‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণৰূপে বিপথে পৰিচালিত হৈছে’। ‘অসুস্থ জুবিনৰ সৈতে কিয় চৰকাৰে এজন চিকিৎসকৰ ব্যৱস্থা নকৰিলে?’ ‘এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি চৰকাৰৰ চৰম অন্যায়, উত্তৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত দিয়ক

একেদৰে আলোচনাত অংশ লৈ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় শাসক পক্ষই এখন হাউচ কমিটি গঠন কৰি জুবিন গার্গে যাতে ন্যায় পায় তাৰ ব্যৱস্থা ল’ব’।’মৰণোত্তৰভাৱে জুবিন গাৰ্গক ভাৰতৰত্ন দিব লাগে বুলি অনুৰোধ জনালোঁ’।

এআইইউডিএফৰ আশ্ৰাফুল  হুছেইনে কয়,জুবিনৰ ন্যায়ৰ দাবীত ক্ষুব্ধ জনতাৰ প্ৰতিবাদত কম্পিত হৈছে চৰকাৰে ৷ থৰকাছুটি হেৰুৱাইছে ৷

বিৰোধীৰ এই অভিযোগ একেমুখে নাকচ কৰি অখিল গগৈক টাৰ্গেট কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা গৰজি উঠে ৷ তেওঁ কয় জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু, অন্তিম সৎকাৰ আৰু বৰ্তমানলৈকে চৰকাৰ তৎপৰ হৈ আছে ন্যায়ৰ দিয়াৰ ক্ষেত্ৰত ৷ ফাষ্ট টেক আদালত,ন্যায়িক তদন্ত আয়োগ আৰু এছ আই টিৰ জৰিয়তে মাৰাথন গতিত অব্যাহত আছে তদন্ত ৷

জুবিন গাৰ্গৰ আকস্মিক মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি কয় এজনে কৰিছে আন চাৰি – পাঁচজনে চাই আছিল ৷ গতিকে এই ঘটনাৰে জড়িত কোনোৱে ৰেহাই নেপায় ৷ একেদৰে জুবিন গাৰ্গক মৃত্যু মুখলৈ নিয়াৰ ক্ষেত্ৰত সাংঘাতিক দায়িত্বহীনতাও পোহৰলৈ আহিব অচিৰেই ৷’বিহু কমিটিক নামাতিলে জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্ত সম্পূর্ণ নহয়। গোটেই ঘটনাটোৱেই টকা-পইচা সম্পর্কীয় l ৮ ডিচেম্বৰত আদালতত চাৰ্ছশ্বীট দাখিল হ’লেও তদন্ত যটি নপৰে বৰং ই দুৰ্বাৰ গতিত চলি থাকিব ৷

আনহাতে জুবিনৰ বিষয়ে আলোচনা কৰাত সভাস্থগিত প্ৰস্তাৱ বিৰোধীয়ে আনিবলৈ কৰা চেষ্টাক সমৰ্থন কৰিছো বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,’মৃত্যুৰ দিশে ঠেলি দিয়া বা অৱহেলা নহয়, জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক হোৱা নাছিল বুলি সন্দেহ হৈছিল৷’২০ ছেপ্টেম্বৰতে এই ঘটনাৰ গোচৰ ৰুজু কৰা হৈছিল ৷

একেদৰে মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গৰ হত্যা বুলি কেনেকৈ গম পালে? বিৰোধীৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত জেলত আছে অভিযুক্ত। ৫ অভিযুক্তৰ বিৰুদ্ধে চলি আছে হত্যাৰ গোচৰ। এছআইটি-এ চলাই আছে জুবিন হত্যাৰ তদন্ত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AKHIL GOGOIAssam Legislative AssemblyCm Himanta Biswa SarmaQUESTION HOUE TIMEWinter Season
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d