Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Chief Minister’s revolt against party ministers and MLAs:শাসকীয় পক্ষত উমি উমি জ্বলিছে ক্ষোভৰ জুই মণিপুৰত মুখ্যমন্ত্রী হটাও অভিযান

তীব্র প্রত্যাহ্বানৰ মুখত বীৰেন সিঙক

publisher by publisher
November 25, 2024
in India, News
Reading Time: 2 mins read
0
Manipur Chief Minister’s revolt against party ministers and MLAs:শাসকীয় পক্ষত উমি উমি জ্বলিছে ক্ষোভৰ জুই মণিপুৰত মুখ্যমন্ত্রী হটাও অভিযান
1
SHARES
11
VIEWS
ShareShareShareShare

Manipur Chief Minister’s revolt against party ministers and MLAs:

হত্যা-হিংসাৰ দাবানলে অৰাজক কৰা মণিপুৰত এইবাৰ শাসকীয় পক্ষৰ অভ্যন্তৰৰ পৰাই কাৰ্যতঃ আৰম্ভ হৈছে মুখ্যমন্ত্রী এন বীৰেন সিং হটাও অভিযান। কিছুদিন পূর্বে শাসকীয় শিবিৰত অসন্তুষ্টিয়ে গা কৰি উঠাৰ ইংগিত স্পষ্ট হোৱাৰ উমি জুলাৰ আভাস পোৱা গৈছে। সৰ্বসাধাৰণ জনতাক নিৰাপত্তা প্রদানত তথা আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাত মুখ্যমন্ত্রী ব্যর্থ হোৱা বুলি তেওঁৰ সতীর্থ মন্ত্রী মুকলিকৈ সৰৱ হৈছে।

ADVERTISEMENT

উল্লেখ্য যে চলিত মাহৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ হত্যা-হিংসাৰ জুই জ্বলিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা সোমবাৰে মুখ্যমন্ত্রী সিঙে সতীর্থ মন্ত্রী- বিধায়কসকলক লৈ এক জৰুৰী বৈঠকৰ আয়োজন কৰে। লক্ষ্যণীয় যে এই বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত থাকে ১১ জনকৈ মন্ত্রী-বিধায়ক। ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁৰ একাংশ সতীর্থই ‘জেহাদ’ ঘোষণা কৰাটো স্পষ্ট হয়। তদুপৰি মুখ্যমন্ত্রী সিঙৰ বিৰুদ্ধে পৰিস্থিতি নিয়ন্ত্ৰণত চৰম ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ সহযোগী দল এনপিপিয়ে মণিপুৰ চৰকাৰলৈ সমর্থনো প্রত্যাহাৰ কৰিছে।

RelatedPosts

মণিপুৰ-ম্যানমাৰ সীমান্তত পুনৰ উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছে যুটীয়া বাহিনীয়ে

মণিপুৰৰ মেইটেইত কৃষকক সুৰক্ষা দিয়াৰ দায়িত্ব দুটা কেন্দ্ৰীয় বাহিনী

Congress protests by burning candles: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ মম জ্বলাই প্ৰতিবাদ

এনেদৰে চৰকাৰখনত অস্থিৰতা সৃষ্টিৰ সম্ভাৱনা প্রকট হোৱাৰ সময়তে মুখ্যমন্ত্রী সিঙক কঠোৰ ভাষাৰে সমালোচনা কৰিছে তেওঁৰ সতীর্থ মন্ত্ৰী যুমনাম খেমচান্দ সিঙে। যোৱা সোমবাৰে মুখ্যমন্ত্রীয়ে আহ্বান জনোৱা বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত থকা মন্ত্রী সিঙে ক্ষোভেৰে কয়, ‘যদি বৈঠকখন মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতিৰ পুনৰীক্ষণৰ বাবে আয়োজন কৰা হৈছিল তেন্তে কিয় বৈঠকলৈ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক আমন্ত্রণ জনোৱা নহ’ল? বিধায়কসকলক বৈঠকলৈ কিয় মতা হৈছিল?’

উল্লেখ্য যে মুখ্যমন্ত্রীৰ উক্ত বৈঠকত উপস্থিত নথকা বিধায়কবৰ্গলৈ মুখ্যমন্ত্রী সচিবালয়ে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে। এই জাননীৰ উত্তৰ দি মন্ত্রী সিঙে এনেদৰে মুখ্যমন্ত্রীক উভতি ধৰে। কাৰণ দর্শোৱা জাননী খনৰ প্ৰত্যুত্তৰ দি লিখা পত্ৰত তেওঁ লগতে ক্ষোভ প্রকাশ কৰে যে মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি বিধ্বস্ত হোৱাৰ ফলত ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে।

আইন-শৃংখলা প্ৰশাসনৰহে বিষয় বুলি উল্লেখ কৰি মন্ত্রীজনে লগতে কয়, ‘আইন-শৃংখলা প্রশাসনে চাব। এই কাম মোৰ নহয়। যেতিয়া উন্মত্ত লোকে ঘৰ জ্বলাই দিবলৈ লৈছিল, তেনে সময়তে এনে এখন সভা অনুষ্ঠিত কৰা সম্ভৱ নহয়।’ গৃহ ৰাজ্যৰ হিংসাজৰ্জৰ পৰিস্থিতিয়ে আনুভৱিক দিশত তেওঁকো ভাঙি পেলোৱা বুলি মন্তব্য কৰি সিঙে লগতে কয়, ‘প্রতিবাদকাৰীসকল মোৰ ঘৰলৈ অহাৰ সময়ত মই কৈছিলো যে ময়ো ন্যায় বিচাৰি আছো। ময়ো আবেগিকভারে ভাঙি পৰিছো। মই তেওঁলোকক অনুৰোধ কৰিলো আৰু তেওঁলোকে বুজি পালে।

সাধাৰণ জনতাক পৰিস্থিতিৰ বিষয়ে এজনে বুজাই দিয়াৰ প্রয়োজন হৈছে।’ লক্ষ্যণীয় যে ২০২৩ৰ মে’ত মণিপুৰ জ্বলিবলৈ ধৰাৰ সময়ৰ পৰা মুখ্যমন্ত্রী সিঙৰ বিৰুদ্ধে এই মন্ত্রীজনে মুকলিকৈ ক্ষোভ প্রকাশ কৰি আহিছে। বিগত ১৮ মাহ ধৰি ৰাজ্যখনত শাস্তি বুলিবলৈ একো নাই বুলি আঙুলিয়াই দি তেওঁ আৰু কয়, ‘মই তেওঁ (মুখ্যমন্ত্রী) ক বহুবাৰ পদত্যাগ কৰিবলৈ দাবী জনাইছো; কিন্তু তেওঁ পদত্যাগপত্র দাখিল কৰা নাই। অশান্তিৰ মাজতো ১৮ মাহ পাৰ হ’ল। তেওঁ এতিয়ালৈকে শান্তি আনিব পৰা নাই। গতিকে তেওঁ কিয় পদত্যাগ কৰা নাই?’ অৱশ্যে মন্ত্রী সিঙে দাবী কৰে যে অতিৰিক্ত নিৰাপত্তা বাহিনী আহিলেহে মণিপুৰলৈ শান্তি ঘূৰি আহিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm N Biren SingManipur ViolenceRevolt against Party ministers and MLAs
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d