Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

স্তম্ভিত উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰক তীব্র ভৎসনা, সর্বাধিক গােচৰ মহাৰাষ্ট্ৰত, অসমতাে ৰুজু ৫৯টাকৈ গােচৰ, ২০১৫ৰ মাৰ্চতে প্রত্যাহাৰ হৈছিল আইন : কাৰণ দর্শোৱাৰ জাননী

বাতিল হােৱা আইনতে ৰুজু অসংখ্য গােচৰ

publisher by publisher
July 6, 2021
in India, News
Reading Time: 1 min read
0
স্তম্ভিত উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰক তীব্র ভৎসনা, সর্বাধিক গােচৰ মহাৰাষ্ট্ৰত, অসমতাে ৰুজু ৫৯টাকৈ গােচৰ, ২০১৫ৰ মাৰ্চতে প্রত্যাহাৰ হৈছিল আইন : কাৰণ দর্শোৱাৰ জাননী
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Kejriwal Spends Night in ED Lockup:নিশা গ্ৰেপ্তাৰৰ পিছত ইডি কাৰ্যালয়ৰ ১নং কোঠাত নিশাটো অতিবাহিত কৰিলে কেজৰিৱালে

Tmc Leader Abhishek Benerjee :শিক্ষক নিযুক্তি কেলেংকাৰিত অভিষেকক সকাহ নিদিলে ন্যায়ালয়ে

Supreme Court Order: অগ্নিগৰ্ভ মণিপুৰ ! চেপা উত্তেজনা অব্যাহত,আবদ্ধ হৈ আছে দহ সহস্ৰাধিক লোক

ভাৰতৰ পৰা কাহানিবাই বাতিল কৰা হৈছিল একাধিক বিতর্কিত আইন, কিন্তু এনে আইনৰ অধীনতে এতিয়াও অসংখ্য লােকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে অজস্র গােচৰ। এনে আইন বিৰােধী কার্যৰ বিষয়ে অৱগত হােৱাৰ পাছতে আশ্চর্য প্রকাশ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

ADVERTISEMENT

কেনেকৈ দেশত এয়া সম্ভৱ হৈছে বুলি প্রশ্ন উত্থাপন কৰি কেন্দ্রীয় চৰকাৰকো তীব্র ভৎর্সনা কৰিলে সর্বোচ্চ ন্যায়ালয়ে। ভাৰতৰ তথ্য প্রযুক্তি আইনৰ ৬৬ (এ) ধাৰাক লৈ এসময়ত দেশত যথেষ্ট বিতর্ক সৃষ্টি হৈছিল।

অনলাইনত ‘আপত্তিকৰ’ বিষয়বস্তু প্ৰচাৰ প্ৰতিৰােধ কৰিবলৈ এই আইনত অভিযুক্তক গ্রেপ্তাৰৰ অধিকাৰ প্রদান কৰা হৈছিল আৰক্ষীক। আইনখনৰ এই ধাৰাক লৈ দেশজুৰি সৃষ্টি হােৱা ব্যাপক প্রতিক্রিয়াৰ পাছত ২০১৫ৰ ২৪ মার্চত বিতর্কিত আইনখন প্রত্যাহাৰ কৰিছিল উচ্চতম ন্যায়ালয়ে।

এক ঐতিহাসিক ৰায়ত সর্বোচ্চ ন্যায়ালয়ে কৈছিল যে এই আইন অস্পষ্ট,অসাংবিধানিক আৰু বাক স্বাধীনতাৰ বিৰােধী। এনেবােৰ কাৰণত এই আইনখন দেশৰ পৰা বাতিল কৰা হৈছিল।

কিন্তু সর্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ ছবছৰৰ পাছতাে দেশত বাহাল আছে তথ্য প্রযুক্তি আইনৰ বিতর্কিত ৬৬ (এ) ধাৰা। এই ধাৰাৰ অধীনত দেশজুৰি হেজাৰৰাে অধিক অভিযােগ ইতিমধ্যে দেশৰ বিভিন্ন থানাত দাখিল কৰা হৈছে।

এই বিষয়টো পােহৰলৈ অহাত স্তম্ভিত হ’ল দেশৰ সর্বোচ্চ ন্যায়ালয়। আজি ন্যায়াধীশ আৰ নাৰিমন, কে এম যােছেফ আৰু বি আৰ গভেইৰ বিচাৰপীঠে ক্ষোভ প্রকাশ কৰি কয়, আশ্চর্যজনক বিষয়। আমি এখন জাননী জাৰি কৰিছাে।

যি ঘটনা সংঘটিত হৈছে, তাক কেতিয়াও সমর্থন জনাব নােৱাৰি। আগন্তুক দুসপ্তাহৰ ভিতৰত কেন্দ্ৰৰ চৰকাৰক এই জাননীৰ উত্তৰ দিবলৈ সময় বান্ধি দিলে সর্বোচ্চ ন্যায়ালয়ে।

দেশত তথ্য প্রযুক্তি আইনৰ ৬৬ (এ) ধাৰাত যাতে থানাত কোনাে অভিযােগ ৰুজু কৰা নহয়, তাক নিশ্চিত কৰিবলৈ দ্য পিপল ইউনিয়ন ফ’ৰ চিভিল লিবার্টিজ (পি ইউ চি এল) নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

আবেদনকাৰীৰ হৈ আইনজীৱী সঞ্জয় পাৰিখে আদালতত অৱগত কৰি কয় যে তথ্য প্রযুক্তি আইনৰ ৬৬ (এ) ধাৰাত বর্তমানেও দিনৰ পাছত দিন ধৰি অভিযােগৰ সংখ্যা বৃদ্ধি পাইছে। এই আইনখন দেশত বাতিল হােৱাৰ সময়ত ২২৯টা গােচৰ ৰুজু হৈছিল।

কিন্তু বর্তমানে বাতিল হােৱা একেখন আইনৰ ধাৰাৰ অধীনত দেশৰ থানাত ৰুজু হােৱা মুঠ গােচৰৰ সংখ্যা হৈছে ১৩০৭ টা আৰু ইয়াৰে ৫৭০টা গােচৰ নিষ্পত্তিহীন হৈ আছে। এইসমূহ
গােচৰৰ সৰহসংখ্যক ৩৮১টা গােচৰ ৰুজু হৈছিল মহাৰাষ্ট্ৰত।

তথ্য প্রযুক্তি আইনৰ ৬৬ (এ) ধাৰাৰ অধীনত ঝাৰখণ্ডত ২৯১টা, উত্তৰ প্ৰদেশত ২৪৫টা, ৰাজস্থানত ১৯২টা, অসমত ৫৯টা, অন্ধ্র প্রদেশত ৩৮টা, পশ্চিমবংগত ৩৭টা, দিল্লীত ২৮টা, তেলেংগানাত ১৫টা, কর্ণাটকত ১৪টা আৰু তামিলনাড়ুত সাতটা গােচৰ এই ধাৰাত ৰুজু হৈছিল।

বাতিল হােৱা আইনৰ অধীনত এইদৰে গােচৰ ৰুজু হােৱাৰ ফলত অকাৰণত বহু সাধাৰণ নাগৰিক আইনী হাৰাশাস্তিৰ সন্মুখীন হৈছে বুলি স্বেচ্ছাসেৱী সংগঠনটোৰ অধিবক্তাই সর্বোচ্চ ন্যায়ালয়ত যুক্তি দর্শায়।

অস্তিত্বহীন, বাতিল হােৱা আইনক এইদৰে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি দেশৰ কোনাে থানাত যাতে অভিযােগ গ্রহণ কৰা নহয়, এই সন্দৰ্ভত অধিবক্তা পাৰিখে উচ্চতম ন্যায়ালয়ক অনুৰােধ জনাইছিল। সমগ্র বিষয়টো অৱগত হােৱাৰ পাছত আশ্চর্য আৰু ক্ষোভ প্রকাশ কৰি দেশৰ সর্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ চৰকাৰলৈ এই সন্দৰ্ভত জাননী জাৰি কৰে।

বিতর্কিত আইনৰ অধীনত অনলাইনত আপত্তিকৰ মন্তব্য বা অন্যান্য কনটেন্ট প’ষ্ট কৰা লােকক দোষী সাব্যস্ত হলে তিনি বছৰলৈকে কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Supreme Court of India
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d