Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Game Village:মহানগৰীৰ লালমাটিৰ গেমছ ভিলেজৰ বন্ধ কোঠাত অনৈতিক কাৰ্য সংঘটিত !

    পহলগাম আক্ৰমণৰ পাছত প্রথমবাৰ কাশ্মীৰলৈ যাব প্রধানমন্ত্রী!

    Guwahati Rajib bhawan: প্রদেশ কংগ্ৰেছৰ সভাপতিৰূপে আজি দায়িত্ব লয় গৌৰৱ গগৈয়ে

    ৰাছিয়াই আক্ৰমণ বন্ধ নকৰিলে অব্যাহত থাকিব ড্ৰোন আক্ৰমণ!

    Gaurav Gogoi: Banner Poster removed:গুৱাহাটী-নগাঁৱত কর্তৃপক্ষই আঁতৰাই পেলালে গৌৰৱ গগৈৰ আদৰণি বেনাৰ-প’ষ্টাৰ

    অক্সিজেন নহয়, বিদ্যুৎ সৃষ্টি হ’লেই শ্বাসক্রিয়া চলে বেক্টেৰিয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Special DGP has ordered the formation of an SIT to probe the brutal murder of Garajan:গড়াজানৰ নৃশংস হত্যাৰ তদন্তৰ বাবে এছআইটি গঠনৰ নিৰ্দেশ বিশেষ ডিজিপিৰ

ঘটনাৰ চাৰিদিনৰ পাছতো শুংসূত্র ওলোৱা নাই চাৰিজনৰ হত্যাকাৰীৰ, গড়াজানত হত্যাকাণ্ড স্থানৰ কাষৰ পুখুৰীত ক্লু'ৰ সন্ধানত এছডিআৰএফৰ অভিযান

publisher by publisher
November 25, 2024
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Special DGP has ordered the formation of an SIT to probe the brutal murder of Garajan:গড়াজানৰ নৃশংস হত্যাৰ তদন্তৰ বাবে এছআইটি গঠনৰ নিৰ্দেশ বিশেষ ডিজিপিৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Special DGP has ordered the formation of an SIT to probe the brutal murder of Garajan:

অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী গুণধৰ সৰকাৰ আৰু তেওঁৰ পৰিয়ালৰ দুই সদস্যসহ চাৰিজন লোক নিজ গৃহৰ ভিতৰতে হত্যাৰ বলি হোৱাৰ চাৰিদিন পাৰ হোৱাৰ পাছতো আৰক্ষীয়ে হত্যাকাৰীৰ শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাই। ইয়াৰ মাজতে ইতিমধ্যে অসম আৰক্ষীৰ গঠন কৰা এছ আই টিয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷ তদন্তৰ আঁত ধৰি আজি গড়াজানত উপস্থিত হৈছিল এছডিআৰএফৰ ৷ দলটোৱে হত্যাকাণ্ড সংঘটিত স্থানৰ দাঁতিকাষৰীয়া পুখুৰীত হত্যাকাণ্ডৰ ক্লু’ৰ সন্ধানত চলায় অভিযান ৷ আনহাতে লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্ত সমান্তৰালভাৱে অব্যাহত ৰাখিছে চিআইডি- এ ৷

ADVERTISEMENT

উল্লেখ্য যে যোৱা ২২ নৱেম্বৰ শুকুৰবাৰে সন্ধিয়া নগাঁৱৰ ৰূপহীহাটৰ গড়াজানৰ পশ্চিম আমৰাকান্দাৰ নিৱাসী গুণধৰ সৰকাৰ, তেওঁৰ পত্নী সৰুধনী সৰকাৰ আৰু তেওঁলোকৰ কন্যা জ্যোতিস্মিতা সৰকাৰসহ চাৰিজন লোকক পৰিয়ালটোৰ ঘৰতে দুর্বৃত্তই ডিঙি কাটি হত্যা কৰে। এই নাৰকীয়তাৰ বলি চতুৰ্থজনক নগাঁও চহৰৰ হয়বৰগাঁও তেলিয়াপট্টিৰ অংশুমান সৰকাৰ বুলি চিনাক্ত কৰা হয়। আৰক্ষীৰ মতে, মৃত অংশুমানৰ স’তে সৰকাৰৰ পৰিয়ালৰ জীয়ৰীৰ একপক্ষীয় প্ৰেমৰ সম্পৰ্ক আছিল। আনকি দুয়োপক্ষৰ মাজত এটা গোচৰো চলি আছে।

RelatedPosts

Ripun Bora: গৌৰৱ গগৈ পাকিস্তান লিংক গোচৰত ৰিপুণ বৰাৰ নাম সন্নিৱিষ্ট 

Police launch anti-child marriage operation in Assam:পুনৰ মাজনিশাৰ পৰা ৰাজ্যত আৰক্ষীৰ বাল্যবিবাহ বিৰোধী অভিযান

DGP talks to child victims of sexual abuse: যৌন নিৰ্যাতনৰ ভুক্তভোগী শিশু সকলৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধানৰ মত-বিনিময়

HARMEETএনে পৰিস্থিতিত তেৱোঁ সৰকাৰৰ গৃহত হত্যাৰ বলি হোৱাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। এই বিষয়টোও আৰক্ষীৰ তদন্তৰ আওতালৈ আহিছে। আনহাতে, এই লোমহর্ষক ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও হত্যাকাৰীৰ শুংসূত্র উলিয়াবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে তদন্তত অসমৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)-এ সহযোগ কৰিছে। তদুপৰি চিআইডি আৰু ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ পৰা তথ্য-প্রমাণ তথা ক্লু উদ্ধাৰ কৰিছে। এই তদন্তৰ বুজ ল’বলৈ দেওবাৰে ঘটনাস্থলীত উপস্থিত হৈ অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান হৰমিত সিঙে এই লোমহর্ষক কাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্ত গোট (এছআইটি) গঠন কৰিবলৈ নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক নির্দেশ দিয়ে।

বিশেষ সঞ্চালক প্রধান সিঙে সদৰী কৰা অনুসৰি ৰাজ্য কঁপাই যোৱা এই হত্যাকাণ্ডৰ তদন্ত এজন শীর্ষ আৰক্ষী বিষয়াই তদাৰক কৰি আছে। ইতিমধ্যে চিআইডি আৰু ফৰেনচিক বিশেষজ্ঞৰ দলে ঘটনাস্থলী তথা সৰকাৰৰ বাসগৃহৰ পৰা কেতবোৰ ‘ক্লু’ সংগ্ৰহ কৰা বুলি জানিবলৈ দি আৰক্ষীৰ বিশেষ সঞ্চালক প্রধানজনে লগতে কয়, ‘ফৰেনচিক আৰু ‘ফিংগাৰ প্ৰিণ্ট’ৰ প্ৰতিবেদন অহাৰ পাছত অধিক তথ্য পোহৰলৈ আহিব।

এই মর্মান্তিক কাণ্ডৰ তদন্ত ক্ষিপ্রগতিত অব্যাহত আছে।’ তদন্ত কালত আৰক্ষীয়ে ঘাতকৰ সন্ধান লাভ কৰিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অৱশ্যে তেওঁ কোনো তথ্য প্রকাশৰ পৰা বিৰত থাকে। তেওঁ কয় যে এই নাৰকীয় কাণ্ডত লিপ্ত ঘাতকক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব। শীর্ষ আৰক্ষী বিষয়াজনে লগতে সদৰী কৰা মতে, এই নৃশংস কাণ্ডৰ কিছু তথ্য আৰক্ষীয়ে লাভ কৰিছে। হত্যাকাণ্ডৰ তদন্তৰ বুজ লোৱাৰ উদ্দেশ্যে ইয়ালৈ অহা বুলি সদৰী কৰি তেওঁ আৰু কয়, ‘তদন্তৰ অগ্ৰগতিৰ বুজ ল’বলৈ ইয়ালৈ আহিছো। তদন্ত চলি আছে, সেয়েহে এই বিষয়ে মই একো নকওঁ। জ্যেষ্ঠ আৰক্ষী বিষয়াই তদন্ত চলাই আছে যদিও মই এটা এছআইটি গঠন কৰি তদন্ত কৰিবলৈ এছপিক নির্দেশ দিছো। হত্যাকাণ্ডৰ তদন্ত এছআইটিয়ে কৰিব।’

আনহাতে, নৃশংসতাৰ বলি তিনিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত যোৱা নিশা গড়াজানস্থিত ঘৰলৈ অনা হয়। মৃতদেহ ঘৰলৈ অনাৰ পাছতে গড়াজানত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। পাছত বহু লোকৰ উপস্থিতিত একেলগে তিনিওৰে শেষকৃত্য সম্পন্ন কৰা হয়। তিনিখন চিতাৰ জুই জ্বলি উঠাৰ সময়ত উপস্থিত ৰাইজ উচুপি উঠে।

ইপিনে, গুণধৰ সৰকাৰৰ জ্যেষ্ঠা কন্যা আক্ষী (আৰক্ষীয়ে দিয়া ছদ্মনাম) আৰু পুত্ৰ ভাস্কৰজ্যোতি সৰকাৰৰ নিৰাপত্তাত আৰক্ষীয়ে গুৰুত্ব আৰোপ কৰিছে। উল্লেখ্য যে যোৱা ২২ নৱেম্বৰৰ সন্ধিয়া তেওঁলোকৰ পিতৃ-মাতৃ তথা ভগ্নীসহ চাৰিজনকৈ লোক নিজ গৃহতে হত্যাৰ বলি হোৱাৰ সময়ত তেওঁলোক ঘৰত নাছিল। স্বাভাৱিকতে এই নৃশংস কাণ্ডক লৈ গড়াজান অঞ্চলত ভয় আৰু শংকাৰ পৰিৱেশ বিৰাজ কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CIDGarajan Murder CaseSITSPL DGP Harmit Singh
publisher

publisher

Related Posts

Game Village:মহানগৰীৰ লালমাটিৰ গেমছ ভিলেজৰ বন্ধ কোঠাত অনৈতিক কাৰ্য সংঘটিত !
News

June 3, 2025
পহলগাম আক্ৰমণৰ পাছত প্রথমবাৰ কাশ্মীৰলৈ যাব প্রধানমন্ত্রী!
News

পহলগাম আক্ৰমণৰ পাছত প্রথমবাৰ কাশ্মীৰলৈ যাব প্রধানমন্ত্রী!

June 3, 2025
Guwahati Rajib bhawan: প্রদেশ কংগ্ৰেছৰ সভাপতিৰূপে আজি দায়িত্ব লয় গৌৰৱ গগৈয়ে
News

Guwahati Rajib bhawan: প্রদেশ কংগ্ৰেছৰ সভাপতিৰূপে আজি দায়িত্ব লয় গৌৰৱ গগৈয়ে

June 3, 2025
ৰাছিয়াই আক্ৰমণ বন্ধ নকৰিলে অব্যাহত থাকিব ড্ৰোন আক্ৰমণ!
News

ৰাছিয়াই আক্ৰমণ বন্ধ নকৰিলে অব্যাহত থাকিব ড্ৰোন আক্ৰমণ!

June 3, 2025
Gaurav Gogoi: Banner Poster removed:গুৱাহাটী-নগাঁৱত কর্তৃপক্ষই আঁতৰাই পেলালে গৌৰৱ গগৈৰ আদৰণি বেনাৰ-প’ষ্টাৰ
News

Gaurav Gogoi: Banner Poster removed:গুৱাহাটী-নগাঁৱত কর্তৃপক্ষই আঁতৰাই পেলালে গৌৰৱ গগৈৰ আদৰণি বেনাৰ-প’ষ্টাৰ

June 3, 2025
অক্সিজেন নহয়, বিদ্যুৎ সৃষ্টি হ’লেই শ্বাসক্রিয়া চলে বেক্টেৰিয়াৰ
News

অক্সিজেন নহয়, বিদ্যুৎ সৃষ্টি হ’লেই শ্বাসক্রিয়া চলে বেক্টেৰিয়াৰ

June 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d