Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

    নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

    পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

CID HQ:চিআইডি হেড কোৱাৰ্টাৰত হাজিৰ জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিট্টাল

এছআইটিত হাজিৰ হ'বলৈ কালি জাননী জাৰি কৰিছিল এছআইটিয়ে

publisher by publisher
November 7, 2025
in Assam
Reading Time: 1 min read
0
CID HQ:চিআইডি হেড কোৱাৰ্টাৰত হাজিৰ জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিট্টাল
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Sivsagar:মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ল এছআইটি

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

Zubern garg Murder Case:জুবিন গাৰ্গ হত্যা গোচৰ সন্দৰ্ভত শ্যামকানু মহন্ত পত্নী অনিতা ডেকা মহন্তৰ

CID HQ:

জুবিন গাৰ্গৰ হত্যাৰ অভিযোগৰ অন্তৰালত ব্যাপক বিত্তীয় অনিয়মৰ কাৰণো জড়িত থকা বুলি গভীৰ সন্দেহ কৰিছে তদন্তকাৰী এছআইটিয়ে। জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মালৈ এই অভিযোগৰ আঙুলিও উঠিছে। এনে সময়তে অৱশেষত দীর্ঘদিনীয়া চৰ্চাৰ অন্তত প্রয়াত শিল্পীগৰাকীৰ পূৰ্বৰ মেনেজাৰ তাৰছেম মিটালক সোধপোছৰ বাবে এছআইটিয়ে তলব কৰাৰ পিছত শুকুৰবাৰে পুৱাভাগত চিআইডি হেড কোৱাৰ্টাৰত উপস্থিত হয় জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰজন ৷

ADVERTISEMENT

উল্লেখ্য যে মিটালক আজি চিআইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ বৃহস্পতিবাৰে জাননী দিয়া হৈছিল। এই মিট্রালেই সিদ্ধার্থ শর্মাক নিযুক্তি দিছিল।

তাৎপর্যপূর্ণ যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ইমান দিনলৈকে বহু বিতর্কিত মিট্রালক এছআইটিয়ে তলব নকৰাক লৈ ব্যাপক চর্চা চলি আহিছে। ইপিনে, অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ অসুস্থতাৰ সুযোগ লৈ তেওঁক মৃত্যুৰ মুখলৈ কৌশলপূর্ণভাবে ঠেলি দিয়াৰ যি গাঢ় সন্দেহ তদন্তকাৰী এছআইটিয়ে কৰিছে, তাৰ অন্তৰালত বিত্তীয় অনিয়মৰ কাৰণ থকাৰো সম্ভৱনা পৰিলক্ষিত হৈছে।

সিদ্ধাৰ্থৰ গুৱাহাটীৰ ফ্লেটৰ পৰা এছআইটিয়ে এখন বিশেষ নোটবুক উদ্ধাৰ কৰিছিল। সেই নোটবুকখন আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল বার্ডবয় দীপু কৰ্মকাৰৰ। সেই অনুসৰি, এছআইটিয়ে বার্ডবয়জনৰ লগত কথা পতাত তথ্য লাভ কৰে যে যোৱা বছৰৰ ডিচেম্বৰত সিদ্ধার্থই তেওঁৰ পৰা সেইখন লৈ গৈছিল। একপ্ৰকাৰ বলপূর্বকভাৱে সিদ্ধার্থই কৰ্মকাৰৰ পৰা নোটবুকখন নি নিজৰ জিম্মাত ৰাখিছিল।

বৃহস্পতিবাৰে এছআইটিয়ে কৰ্মকাৰক সোধপোছ কৰে। প্ৰায় পাঁচ ঘণ্টা ধৰি সোধপোছ কৰাত সিদ্ধার্থই জুবিন গাৰ্গক চৰম প্ৰতাৰণাৰে তেওঁৰ মহানুভৱতাকো অংগুষ্ঠ দেখুৱাইছিল। কৰ্মকাৰে এছআইটিক জনায় যে সেই নোটবুকখনত ২৮৮ জন ৰোগীৰ নাম আৰু চিকিৎসাৰ তথ্য আছে। সেই ৰোগীবোৰৰ চিকিৎসা ব্যয় জুবিনে বহন কৰিছিল। সেই ধনৰে ৩০ শতাংশ পর্যন্ত কমিছন হিচাপত কাঢ়ি ৰাখিছিল সিদ্ধার্থই। সেই কামো বলপূর্বকভাৱে কৰিছিল। তাৰ ফলত বিপাঙত পৰিছিল ৰোগী আৰু ৰোগীৰ অভিভাৱকসকল। কৰ্মকাৰে এছআইটিক জনায় যে জুবিন গার্গে বহু লোকক চিকিৎসা কৰাইছিল। ইয়াৰ ভিতৰত বহু জটিল ৰোগীও আছিল। সেই সকলোৱেই অতি দুখীয়া তথা আর্থিকভাৱে পিছপৰা।

বৃহস্পতিবাৰে কৰ্মকাৰে এছআইটিক জনায় যে প্রয়াত শিল্পীগৰাকীৰ লগত তেওঁৰ ঘনিষ্ঠতা আছিল। কোনো লোকে চিকিৎসা সাহায্য বিচাৰি জুবিনৰ কাষ চাপিলে তেওঁ এটা নোট লিখি জিএমচিএইছলৈ পঠিয়াই দিছিল আৰু কৰ্মকাৰক লগ ধৰিবলৈ পৰামৰ্শ দিছিল। সেই মতে মানুহবোৰক কৰ্মকাৰে জিএমচি এইছত চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল। চিকিৎসাৰ লগতে ঔষধ-পাতিসহ যিমান ব্যয় হৈছিল তাৰ নথিপত্ৰ মানুহবোৰে সিদ্ধার্থক জমা দিছিল। তাৰ পাছত মানুহবোৰক চিকিৎসাৰ বাবদ হোৱা ব্যয় জুবিনৰ হৈ সিদ্ধার্থই আদায় দিছিল। মানুহবোৰক তেনেদৰে সহায় কৰিবলৈ জুবিনে সিদ্ধার্থক আগতীয়াকৈ কৈ থৈছিল। চিকিৎসা ব্যয় আদায় দিয়াৰ সময়তে সিদ্ধার্থই ১০ৰ পৰা ৩০ শতাংশ পর্যন্ত ধন বলপূর্বকভাবে কাটি ৰাখিছিল; অথচ এই বিষয়ে জুবিন জ্ঞাত নাহিল।

কৰ্মকাৰে এছআইটিক এই বুলিও ভাব্য প্রদান কৰে যে সিদ্ধার্থই ধন আদায় দিয়াৰ পাছত বহু মানুহক তেওঁ লগ পাইছিল। মানুহবোৰে নিজে আহিও তেওঁক লগ কৰিছিল আৰু চিকিৎসা ব্যয়ৰ নামত আদায় দিয়া ধনৰ অংশ সিদ্ধার্থই কাটি বখা বুলি অভিযোগ কৰিছিল। এনেদৰে ধনৰ অংশ কাটি বখাত দুখীয়া-দৰিদ্ৰ ৰোগীসকল পৰৱৰ্তী সময়ত বিপাঙত পৰিছিল। বিশেষকৈ ঔষধ ক্ৰয় কৰাৰ ক্ষেত্রত বহু বোগী হঠাৎ বিপদত পৰাৰ ঘটনাও ঘটিছিল। এছআইটিয়ে লাভ কৰা তথ্য অনুসবি, মেনেজাৰ সিদ্ধার্থই সংঘটিত কৰা তেনে কাণ্ডৰ বিষয়ে জুবিন জ্ঞাত নাছিল; কিন্তু পাছলৈ কথাবোৰ তেওঁ গম পাইছিল বুলি তদন্তকাৰী দল প্রায় নিশ্চিত হৈছে। এনেদৰে কমিছন আদায় কৰি সিদ্ধার্থই বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ তথ্য এছআইটিয়ে লাভ কৰিছে।

উল্লেখ্য যে জুবিনৰ মহানুভৱতাক তেনেদৰে ভৰিৰে মোহাৰি পেলোৱা সিদ্ধাৰ্থৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ বহু তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। অসুস্থ জুবিনক ব্যৱহাৰ কৰি কেৱল মাত্ৰ নিজৰ তহবিল বৃদ্ধি কৰাতহে সিদ্ধার্থই গুৰুত্ব দিছিল। সিদ্ধার্থৰ এনে কাণ্ডৰ লগত আৰু কোন কোন জড়িত আছে, সেই তদন্তও এছআইটিয়ে অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: cidhqSITTarsame Mittalzubeen garg death case
publisher

publisher

Related Posts

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ সামাজিক মাধ্যম ব্যৱহাৰকাৰী

September 27, 2026
নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা
Assam

নিমিষা ঠাকুৰীয়াৰ ন্যায়ৰ দাবীত সৰৱ আছু সভাপতি উৎপল শৰ্মা

September 27, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ
Assam

ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

September 27, 2026
পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d