Horoscope:ৰাশিফল
মেষ: ঘৰলৈ সুখ শান্তি আহিব। যান-বাহন চলোৱা লোকসকল সাৱধান হ’ব। কথা কওতে সংযম ৰাখি কথা ক’ব অন্যথা ক্ষতি হ’ব পাৰে। প্ৰতিকাৰ- কামত ওলাওতে সূর্যক প্রণাম কৰি ওলাব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।
বৃষঃ চাকৰিৰ কাৰণে থকা স্থানৰ পৰিৱৰ্তন কৰিব লগা হ’ব পাৰে। অচিনাকি ব্যক্তিৰ পৰা সহায় হ’ব পাৰে। সন্তানৰ শুভ। ব্যৱসায়ত অর্থ হানি হোৱাৰ ভয়। প্ৰতিকাৰ- বেল পাত তিনিটা ৰঙা জবাফুল লৈ শিৱৰ লিংগত দি শিৱক স্মৰণ কৰিব। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
মিথুন: হাত ভৰিত আঘাত পাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা প্ৰতাৰিত হোৱাৰ ভয়। পদোন্নতি হোৱাৰ সম্ভাৱনা। হাতলৈ টকা-পইচা আহিব। প্ৰতিকাৰ- গা ধোৱা পানীত কেইটামান তিল দি পূব ফালে মুখ কৰি গা ধুব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।
কর্কট: খং দমাই ৰাখিব। ব্যৱসায়ীয়ে নতুন ব্যৱসায়াৰ সন্ধান পাব। নিজব ভুলৰ বাবে ক্ষতি হোৱাৰ আশংকা আছে। সন্তানৰ শুভ। প্ৰতিকাৰ- হনুমান মন্দিৰত ধূপ চাকি জলাই মিঠা ফল দান কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৩।
সিংহ: ঘৰৰ কোনো ব্যক্তিৰ দুখৰ খবৰ আহিব পাৰে। বিবাহৰ প্ৰস্তাব নাকচ হ’ব পাৰে। দূৰ ভ্ৰমণ নকৰা ভাল। সন্তানৰ শুভ নহয়। প্ৰতিকাৰ- আঁহত গছ এজোপাৰ তলত চাকি জলাই শ্রীবিষ্ণুৰ চৰণ চিন্তা কৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪।
কন্যা: হাতলৈ টকা-পইচা অহাত বাধা পাব। মূল্যবান সম্পত্তি ঘৰলৈ আহিব পাৰে। আজি কোনো লোভীয়া ব্যৱসায়ত হাত নিদিব। দুর্ঘটনা যোগ দেখা যায়। প্রতিকাৰ- -ধূপ লাই ঘৰৰ চাৰিওফালে পদক্ষিণ কৰি উত্তৰ কোনীত ধূপকেইডাল ৰাখি থৈ আহিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
তুলা: শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়। সন্তানৰ শুভ। কর্ম সংস্থাপনৰ যোগ দেখা যায়। টকা-পইচাৰ অভাৱৰ বাবে জটিল সমস্যাত পৰিব পাৰে। প্ৰতিকাৰ- পুৱা গা ধুই পানীত ৰঙা, বগা ফুল লৈ সূর্যক প্রণাম কৰি জল অর্পণ কৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮।
বৃশ্চিক: পিচলি পৰি হাত ভৰিত দুখ পাব পাৰে। আনক সহায় কৰি সন্মান পাব। সংসাৰিক সমস্যা বাঢ়িব। চাকৰিৰ সুযোগ পাব পাৰে। শত্ৰুৰ পৰা সাৱধান হ’ব। সন্তানৰ দ্বাৰা অবাকৃত অর্থ হানি হ’ব হ’ পাৰে। প্ৰতিকাৰ- তুলসী | গছৰ গুৰিত পানী ধূলি ধূপ জুলাই সূর্যক প্রণাম কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।
মকৰ :ঘৰৰ পৰা মূল্যবান বস্তু হেৰাব পাৰে। চাকৰিয়ালৰ দায়িত্ব বাঢ়িব। স্বাস্থ্যজনিত সমস্যাত ভূগিব। পাৰে। সন্তানৰ ভুলে সম্মান লাঘব কৰিব। প্ৰতিকাৰ- নৱগ্ৰহ মন্দিৰত ধূপ-চাকি জ্বালাই গ্ৰহৰ পূজা কৰিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।
কুম্ভ: ব্যৱসায়ত খেলি-মেলি দেখা যায়। শুভ কামৰ আৰম্ভ হ’ব পাৰে। সন্তানৰ পৰা সুখ লাভ কৰিব। ৰুগীয়া মহিলাসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল’ব। চাকৰিৰ বাবে শ্রেষ্ঠা কৰি চাব পাৰে। প্ৰতিকাৰ-বেলপাত, গাখীৰ শিৱৰ লিংগত দি শিৱক আৰাধনা কৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।
মীন: আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে। শিক্ষার্থীৰ শুভ ফল আশা কৰিব পাৰে। আর্থিক দিশত খেলি-মেলি দেখা যায়। সন্তানৰ শুভ। প্ৰতিকাৰ-কুতুবা ফুলত চন্দন সানি শিৱৰ লিংগত অর্পণ কৰিব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ১।