Horoscope:আজি দিনটো কেনেদৰে পাৰ হ’ব
মেষ: আর্থিক দিশত অশান্তি হ’ব পাৰে। প্রিয়জনৰ লগত বিবাদ হ’ব। পৰাপক্ষত নিজৰ মতামত সমাজৰ আগত নৰখাই ভাল। বিদ্যার্থীৰ শুভ ফল। শুভ ৰং নীলা, শুভ সংখ্যা ৭।
বৃষ: অন্য কামত বাধা আহিব পাৰে। অতিৰিক্ত ক্ৰোধৰ বাবে আন কাৰোবাৰ লগত বিবাদ হ’ব পাৰে। কামৰ সংখ্যা বৃদ্ধি হোৱাত মানসিকভাৱে কষ্ট পাব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।
মিথুন: নতুন আত্মীয়ক লগ পোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰুৱা দিশত শান্তি বজাই থাকিব। পেটৰ সমস্যা বাঢ়িব পাৰে। সন্তানৰ বাবে খৰচ বৃদ্ধি। শুভ ৰং কমলা, শুভ সংখ্যা ৪।
কর্কট: আপোনাৰ ভাল ব্যৱহাৰে শত্ৰুৰ সংখ্যা কমাব পাৰে। আনক সহায় কৰিব যোৱাতে নিজে বিপদত পৰিব পাৰে। প্ৰেমৰ দিশত বহু বেছি বেয়া দেখা নাযায়। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৫।
সিংহ: অশান্তিৰ কাৰণে মানসিকভাৱে চিন্তা বাঢ়িব পাৰে। ব্যৱসায় ক্ষেত্রত আয় বৃদ্ধি হ’ব পাৰে। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বৃদ্ধি। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।
কন্যা: ঘৰুৱা দিশত অশান্তি হ’ব পাৰে। ভ্ৰমণৰ বাবে স্ত্ৰীৰ লগত আলোচনা হ’ব পাৰে।পাবলৈ থকা ধন আজি ঘূৰাই পাব। শৰীৰৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।
তুলা: বিদ্যার্থীসকলৰ বাবে নতুন পদ খুলিব পাৰে। প্ৰেমৰ দিশত অভিমান বৃদ্ধি হ’ব পাৰে। অনৈতিক কোনো কামৰ বাবে অনুতাপ হ’ব পাৰে। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ৬।
বৃশ্চিক: ধর্মীয় অনুষ্ঠানলৈ আগ্রহ বৃদ্ধি হোৱা দেখা যায়। ঘৰত কামৰ বাবে খৰচ বৃদ্ধি হ’ব। ধন-সম্পত্তি লৈ সংসাৰত অশান্তি হ’ব পাৰে। শুভ কং কমলা, শুভ সংখ্যা ৩।
ধনু: অতিৰিক্ত ক্ৰোধৰ বাবে কৰ্মস্থানত বিবাদ হ’ব পাৰে। সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব। কামৰ যথাযথ মূল্য নাপাব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।
মকৰঃ পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। পাছলৈ বিপদ হ’ব পাৰে। প্রিয় বন্ধুৰ লগত বিবাদ হ’ব পাৰে। আৰ্থিক দিশৰ চাপ বৃদ্ধি হ’ব। শুভ ৰং মাখন, শুভ সংখ্যা ৯।
কুম্ভ: মা-দেউতাৰ স্বাস্থ্যৰ চিকিৎসাৰ বাবে খৰচ বৃদ্ধি হ’ব। স্নায়ুৰোগ বৃদ্ধি হ’ব পাৰে। ঘৰুৱা দিশত খৰচৰ বাবে বিবাদ হ’ব পাৰে। শুভ ৰং মাটিয়া, শুভ সংখ্যা ১। সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব। কামৰ যথাযথ মূল্য নাপাব পাৰে।
মীন: বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। বিপদ হ’ব পাৰে। প্ৰেমৰ দিশত শুভ। আর্থিকভাবে মজলীয়া শিক্ষাত শুভ ফল। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।