Pre-Christmas Celebration In B.Borooah Cancer Institute:
প্ৰি-খ্ৰীষ্টমাছ উপলক্ষে মহানগৰীৰ হেঙেৰাবাৰীস্থ “জীৱন ভৰষা”ৰ উদ্যোগত বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ চিকিৎসা আৰু শিশু অংক’লজী বিভাগৰ সহযোগত বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় মঙলবাৰে ৷
ADVERTISEMENT

কৰ্কট ৰোগত আক্ৰান্ত আৰু চিকিৎসাধীন শিশু সকলক মনোৰঞ্জন দিয়াৰ লগতে মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যৰে তেওঁলোকৰ মাজত বিভিন্ন খেলা সামগ্ৰী বিতৰণ কৰাৰ লগতে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে “জীৱন ভৰষা’ নামৰ সন্থাটোৱে ।






























