Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

China’s new Hotan counties include ‘illegally’ occupied parts of Ladakh; India retorts ‘never accepted:পুনৰ ভাৰতৰ লাডাখৰ অংশ অন্তর্ভুক্ত কৰি নতুন প্ৰদেশ ঘোষণা  ৰঙা চীনৰ

কূটনৈতিক-বিশেষজ্ঞ পর্যায়ত চীনলৈ বার্তা প্ৰেৰণ কৰিলে বৈদেশিক মন্ত্রণালয়ে, বেআইনী দখলদাৰিত্ব কোনোপধ্যে সহ্য কৰা নহ'বঃ দিল্লী

publisher by publisher
January 4, 2025
in India, International, News
Reading Time: 4 mins read
0
China’s new Hotan counties include ‘illegally’ occupied parts of Ladakh; India retorts ‘never accepted:পুনৰ ভাৰতৰ লাডাখৰ অংশ অন্তর্ভুক্ত কৰি নতুন প্ৰদেশ ঘোষণা  ৰঙা চীনৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available
ADVERTISEMENT

China’s new Hotan counties include ‘illegally’ occupied parts of Ladakh; India retorts ‘never accepted:

শেহতীয়াকৈ ৰঙা চীনে ভাৰতৰ লাডাখৰ কিছু অংশ অন্তর্ভুক্ত কৰি দুখন নতুন প্রদেশ ঘোষণা কৰা কাৰ্যৰ সমান্তৰালভাৱে ব্রহ্মপুত্র নৈৰ ওপৰত বিশ্বৰ সর্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ বিষয়টোক লৈ তীব্র আপত্তি-প্রতিবাদ ব্যক্ত কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ে।

উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং উইঘুৰ স্বায়ত্ত শাসিত অঞ্চলত অলপতে দুখন নতুন প্রদেশ ক্রমে হিয়ান কাউন্টি আৰু আকচাই চান ঘোষণা কৰে ৷ এই ঘোষণাক কেন্দ্ৰ কৰি ভাৰত চৰকাৰে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। চীনৰ সদ্যঘোষিত এই দুই প্রদেশত ভাৰতৰ লাডাখৰ অংশ অন্তর্ভুক্ত হোৱাত প্রতিবাদ জনাই কূটনৈতিক বার্তা প্রেৰণ কৰিছে ভাৰতে।

লাডাখৰ কিছু অংশক চীনে নিজৰ বুলি দাবী কৰা কাণ্ডক লৈ প্রতিক্রিয়া প্রকাশ কৰি ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে স্পষ্ট বার্তা প্ৰেৰণ কৰি কয় যে বেআইনীভাবে চীনৰ দখলদাৰীক কোনো পৰিস্থিতিত মানি লোৱা নহ’ব। বৈদেশিক মন্ত্রণালয়ে জনোৱা মতে, ভাৰতে চীনৰ এই শেহতীয়া কার্যত আপত্তি দর্শোৱাৰ লগতে প্রতিবাদ সাব্যস্ত কৰিছে।

চীনৰ চৰকাৰী সংবাদ মাধ্যম জিনহুৱাই যোৱা ২৭ ডিচেম্বৰত দুই নতুন প্রদেশ গঠনৰ বিষয়ে ঘোষণা কৰে। ইয়াত কোৱা হৈছে যে উত্তৰ-পশ্চিম চীনত দুখন নতুন প্রদেশ গঠন কৰা হৈছে- হিয়ান প্রদেশ আৰু হেকাং প্রদেশ। উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশৰ উইঘুৰ স্বায়ত্ত শাসিত অঞ্চলৰ প্ৰশাসনে এই দুই নতুন প্ৰদেশৰ কথা ঘোষণা কৰে।

চীনা কমিউনিষ্ট পার্টি আৰু ষ্টেষ্ট কাউন্সিলেও এই দুই নতুন প্রদেশ গঠনত অনুমোদন জনোৱা বুলি চৰকাৰী সংবাদ মাধ্যমে দাবী কৰিছে। এই দুই প্রদেশ পৰিচালনা কৰা হ’ব হুটান চহৰৰ পৰা। চীনে দাবী কৰা এই দুই প্রদেশত অন্তর্ভুক্ত হৈছে লাডাখৰ কিছু অংশ। বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণবীৰ জয়ছোৱালে কয় যে এই ‘তথাকথিত প্রদেশ’সমূহৰ এটি অংশ লাডাখৰ ভিতৰত পৰিছে।

ভাৰতীয় ভূখণ্ডত বেআইনীভাবে চীনৰ দখলদাৰী কোনো কাৰণতে সহ্য কৰা নহ’ব। তেওঁ কয়, ‘নতুন প্রদেশ গঠনৰ ফলত সেই অঞ্চলত আমাৰ সার্বভৌমত্বৰ ওপৰত কোনো প্ৰভাৱ নপৰে। চীনৰ অবৈধ বল প্রয়োগ দখল বৈধতা দিয়া নহ’ব। আমি কূটনৈতিক স্তৰত এই বিষয়ে প্রতিবাদ জনাইছো।’

তেওঁ পুনৰ কয়, ‘আমি চীনৰ হোটান চহৰত দুখন নতুন প্রদেশ গঠন সম্পর্কে ঘোষণা লক্ষ্য কৰিছো। সেই তথাকথিত প্ৰদেশৰ অংশবিশেষ ভাৰতৰ কেন্দ্রীয়শাসিত লাডাখৰ ভিতৰত পৰে। আমি কেতিয়াও ভাৰতৰ সেই অঞ্চলত চীনৰ অবৈধ দখলদাৰিত্ব মানি লোৱা নাই।

নতুন প্রদেশ গঠনৰ ফলত অঞ্চলত থকা ভাৰতৰ সাৰ্বভৌমত্ব আৰু দীর্ঘদিনীয়া অৱস্থানৰ কোনো সাল-সলনি নহয় তথা ইয়াৰ ফলত চীনৰ অবৈধ আৰু বলপূর্বক দখলদাৰিত্বৰ প্ৰতিও বৈধতা প্ৰদান কৰাটো নুসূচায়। আমি কূটনৈতিক চেনেলৰ জৰিয়তে প্রতিবাদ জনাইছো। ‘চীনৰ চৰকাৰী সংবাদ মাধ্যমত প্রকাশ যে ৰাষ্ট্ৰখনৰ হংলিউ চহৰত গঠন কৰা হৈছে হিয়ান প্রদেশ আৰু জেয়িডুলা চহৰত হেকাং প্রদেশ গঠন কৰা হৈছে।

🔷ব্রহ্মপুত্রত নদীবান্ধ

বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে কয় যে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত চীন নির্মাণ কৰি থকা জলবিদ্যুৎ প্রকল্পক লৈ ভাৰতৰ মতামত আৰু উদ্বেগ বার্তা প্ৰেৰণ কৰা হৈছে চীনলৈ। যোৱা ২৫ ডিচেম্বৰত জীনহুৱাত প্রকাশিত বাতৰি অনুসৰি তিব্বত স্বায়ত্তশাসিত অঞ্চলত য়াৰলুং চাংপ’ (অসমত ব্ৰহ্মপুত্র) নৈৰ ওপৰত চীন এটা কূটনৈতিক নিৰ্মাণ কৰি আছে। এই প্রতিবেদনৰ প্রতিক্রিয়া প্রকাশ কৰি ভাৰতে কয় যে বিশেষজ্ঞ পৰ্যায়ৰ সমান্তৰালভাৱে কূটনৈতিক চেনেলৰ জৰিয়তে চীনৰ ভূখণ্ডত মেগা প্রকল্প নির্মাণক লৈ ভাৰতে মতামত প্ৰকাশ কৰাৰ উপৰি উদ্বেগ ব্যক্ত কৰি আহিছে।

নৈখনৰ নিম্নাংশত অৱস্থিত দেশ ৰূপে আৰু এই নৈৰ পানী ব্যৱহাৰৰ ক্ষেত্ৰত থকা অধিকাৰ ৰূপে ভাৰতে বিভিন্ন সময়ত একেৰাহে উদ্বেগ তথা মতামত ব্যক্ত কৰি আহিছে। জয়ছোৱালে কয়, ‘বাৰে বাৰে এই কথা চীনক কূটনৈতিক তথা বিশেষজ্ঞ পৰ্যায়ৰ জৰিয়তে কৈ অহা হৈছে। বাৰম্বাৰ দোহাৰি থকা হৈছে যে সমগ্র বিষয়টোত স্বচ্ছতা ৰক্ষাৰ প্ৰয়োজন আছে আৰু নামনি অংশত অৱস্থিত দেশসমূহৰ স’তে আলোচনাৰ প্ৰয়োজন আছে।

চীনক অনুৰোধ জনোৱা হৈছে যাতে উজনি অংশত তেওঁলোকৰ কাৰ্যকলাপৰ বাবে ব্ৰহ্মপুত্ৰৰ নামনি অংশৰ ৰাষ্ট্ৰসমূহৰ স্বাৰ্থ কোনোক্রমে ক্ষতিৰ সম্মুখীন নহয়। আমি বিষয়টোৰ নিৰীক্ষণ কৰি থাকিম আৰু আমাৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিম।’

🔷দীর্ঘদিনীয়া বিবাদ

২০২০ৰ এপ্ৰিলৰ পৰাই এলঅ’চি (প্রকৃত নিয়ন্ত্ৰণ ৰেখা) অতিক্ৰম কৰি পূব লাডাখৰ বিভিন্ন অঞ্চলত অনুপ্ৰৱেশৰ অভিযোগ উঠিছিল চীনা বাহিনীৰ বিৰুদ্ধে। উত্তেজনাৰ পৰিস্থিতিত সেই বছৰৰ ১৫ জুনত গালৱানত চীনা আক্রমণত নিহত হৈছিল ২০জন ভাৰতীয় সেনা। অৱশ্যে ভাৰতীয় জোৱানৰ প্রত্যাক্রমণত কে’বাজনো চীনা সেনা নিহত হৈছিল। গালৱান কাণ্ডৰ পাছৰে পৰা কূটনৈতিক আৰু সামৰিক স্তৰত সীমান্তত উত্তেজনা প্রশমনৰ বাবে বহুলানি বৈঠক সম্পন্ন হয়।

২০২১ৰ জানুৱাৰীত চুছুল-মলড’ পইণ্টত দুই সেনাৰ ক’ৰ কমাণ্ডাৰ স্তৰৰ বৈঠকত এলঅ’চিৰ কিছু অঞ্চলত মুখামুখি অৱস্থানৰ পৰা সেনা কিছু পিছুৱাই অনা তথা সেনাৰ সংখ্যা হ্ৰাসৰ বিষয়ত ঐক্যমত পোষণ কৰা হয়। অৱশ্যে বিভিন্ন আন সমস্যাসমূহ অমীমাংসিত হৈ ৰয়। সম্প্রতি এই সমস্যাৰ সমাধানতো দুই দেশ এক মত হয়। লাডাখত ভাৰত-চীন সীমান্তত অচলাবস্থা দূৰ কৰি অতি শেহতীয়াভাৱে দুই দেশৰ সম্পৰ্ক উন্নত হোৱাৰ পথত আগবঢ়া বুলি চর্চা অব্যাহত থকাৰ সময়তে চীনৰ এই নতুন দাবীক কেন্দ্ৰ কৰি নতুন বিতর্কই উকি মাৰিলে।

আনকি লাডাখ সীমান্তত স্থিতাৱস্থাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত চীন ভ্রমণ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্ট অজিত ড’ভালে। তেওঁ চীনৰ বৈদেশিক মন্ত্রী তথা বৈদেশিক নীতি সংক্রান্তীয় আয়োগৰ মুৰব্বী বাঙৰ স’তে বৈঠকত মিলিত হয়। উক্ত বৈঠকত দুই দেশে সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে এটি ন্যায্য, যুক্তিসংগত আৰু পাৰস্পৰিকভাৱে গ্রহণযোগ্য সমাধানসূত্ৰ সন্ধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি দ্বিপাক্ষিক কূটনৈতিক সম্পর্ক অনুষ্ঠিত হয়।

পূৰ্বৰ অভিজ্ঞতা অনুসৰি চীনে বিভিন্ন সময়ত ভাৰতৰ ভূখণ্ডত আগ্রাসন চলাইছে। এইবাৰ দুই দেশে সীমান্তত স্থিতাৱস্থা ওভতাবলৈ উদ্যোগ লোৱাৰ সময়তে লাডাখৰ কিছু অংশ সংলগ্ন কৰি চীনে নতুন প্রদেশ ঘোষণা কৰে। বিশেষজ্ঞ মহলে কয় যে চীনৰ এই পদক্ষেপে দুই দেশৰ সম্পৰ্ক উন্নীতকৰণক লৈ চুবুৰীয়া ৰাষ্ট্ৰখনৰ দায়বদ্ধতাক লৈ প্রশ্ন উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: China's new Hotan countiesIndia Govt. protest‘illegally’ occupied parts of Ladakh
publisher

publisher

Related Posts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d