Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Hindi and Bengali among top 10 most common languages: বিশ্বৰ ১০ শীৰ্ষ কথিত ভাষাৰ মাজত স্থান লাভ হিন্দী-বাংলা

বিশ্বৰ ১০ শীৰ্ষ কথিত ভাষাৰ মাজত স্থান লাভ হিন্দী-বাংলা

Editor by Editor
January 9, 2025
in News, National
Reading Time: 1 min read
0
Hindi and Bengali among top 10 most common languages: বিশ্বৰ ১০ শীৰ্ষ কথিত ভাষাৰ মাজত স্থান লাভ হিন্দী-বাংলা
1
SHARES
9
VIEWS
ShareShareShareShare

দৈনন্দিন কাম-কাজ তথা কথা-বতৰাত ভাৰতৰ ৬৬.২ কোটি লোকে হিন্দী ভাষা ব্যৱহাৰ কৰে । ইয়াৰ ফলত হিন্দী ভাষাটো বিশ্বৰ তৃতীয় সৰ্বাধিক ব্যৱহৃত ভাষালৈ পৰিণত হৈছে । শেহতীয়াকৈ এক সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বৰ কমেও ডেৰশ কোটি লোকে ইংৰাজী ভাষা কয়, দৈনন্দিন বিভিন্ন কামত ইংৰাজী ভাষা ব্যৱহাৰ কৰে । এই ডেৰশ কোটি লোকৰ মাজত ব্ৰিটেইনৰ লোকৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ লোক আছে ।

ADVERTISEMENT

দৈনন্দিন বিভিন্ন কাম-কাজত ইংৰাজী ভাষা ব্যবহাৰ কৰে। ভাষাৰ ক্ষেত্ৰত ইংৰাজীয়ে একপ্ৰকাৰ আধিপত্য বৰ্তাই ৰখাৰ কাৰণ ৰূপে চিহ্নিত হৈছে আন্তর্জাতিক মঞ্চ বা যোগাযোগ, চৌদিশে ব্যৱসায়-বাণিজ্য আৰু শিক্ষাত ইয়াৰ বহুল ব্যৱহাৰ। তদুপৰি ব্রিটেইনৰ বাহিৰেও আন বহু দেশে ইংৰাজীক চৰকাৰী ভাষাৰ মৰ্যাদা প্রদান কৰিছে। আন্তর্জাতিক সংবাদ মাধ্যম আৰু ইণ্টাৰনেটেও ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি কৰিছে।

RelatedPosts

No Content Available

সমীক্ষা অনুসৰি, অনলাইনত উপলব্ধ তথ্যপাতি বা লেখামেলাৰ অর্ধেকেই হৈছে ইংৰাজী ভাষাত লিখিত। আনহাতে, বিশ্বৰ দ্বিতীয় সর্বাধিক কথিত বা দৈনন্দিন কাম-কাজত ব্যৱহৃত ভাষা হৈছে চীনৰ মাণ্ডাবিন ভাষা। দুর্বোধ্য বা অতি কঠিন মাণ্ডাৰিন ভাষা কোৱা বা দৈনন্দিন কাম-কাজত ইয়াক ব্যৱহাৰ কৰা লোকৰ সংখ্যা ১১০ কোটি। লক্ষ্যণীয়ভাৱে মাণ্ডাৰিনেই হৈছে স্বদেশত বহুলভাবে ব্যৱহৃত বিশ্বৰ একমাত্র ভাষা। চীনৰ ৯০ কোটি লোকে এই ভাষা কয়।

শেহতীয়াকৈ আন্তর্জাতিক বাণিজ্য আৰু সাংস্কৃতিক বিনিময়তো মাণ্ডাৰিন ভাষাই গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ লৈছে। লক্ষ্যণীয় যে মাণ্ডাৰিন ভাষাৰ জৰিয়তে চীনৰ চহকী সাংস্কৃতিক ঐতিহ্যও প্রতিফলিত হয়। অৱশ্যে এই ভাষা আয়ত্ব কৰাটো এক অতি কঠিন কার্য। ইয়াৰ কাৰণ হৈছে ভাষাৰ সুৰ আৰু এটা আখৰ বা প্রতীকেৰে একোটা শব্দ বুজায়।

আনহাতে, বিশ্বৰ তৃতীয় স্থানৰ সৰ্বাধিক কথিত ভাষাৰ স্বীকৃতি অৰ্জন কৰা হিন্দী মূলতঃ ভাৰতত ব্যৱহৃত হয়। দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ মাজত ই সংযোগী ভাষাৰ ভূমিকাও পালন কৰি আহিছে। আনহাতে, বিশ্বৰ সৰ্বাধিক ১০টা কথিত ভাষাৰ তালিকাত বাংলাও স্থান লাভ কৰিছে। সমীক্ষা অনুসৰি, ২৭.৩ কোটি লোকে বাংলা ভাষা কয় । পশ্চিমবংগ, ত্ৰিপুৰাকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বাংলাদেশতো বাংলা ভাষা প্ৰচলন আছে ।

বিশ্বৰ ১০ টা সৰ্বাধিক কথিত ভাষাৰ মাজত স্থান লাভ কৰা আন ছয়টা ভাষা হৈছে স্পেনিচ (৫৫.৯ কোটি ব্যৱহাৰকাৰী), ফৰাচী (৩১.০ কোটি ব্যৱহাৰকাৰী), আৰবী (মানক, ২৭.৪ কোটি), পৰ্তুগীজ(২৬.৪ কোটি), ৰাছিয়ান (২৫.৫ কোটি) আৰু উৰ্দু (২৩.২ কোটি) । উৰ্দু ভাষাৰ ব্যৱহাৰকাৰী ভাৰতৰ উপৰি পাকিস্তানটো আছে ।

লক্ষ্যণীয় যে ব্ৰিটিছ, ফৰাচী, পৰ্তুগীজ আৰু স্পেনিছসকলে একালত বিভিন্ন স্থানত উপনিৱেশ প্ৰতিষ্ঠা কৰাৰ বাবে এই দেশসমূহৰ ভাষাই ব্যাপক প্ৰচাৰ লাভ কৰে । সেয়েহে এই ভাষাসমূহৰ বুজনসংখ্যক ব্যৱহাৰকাৰী আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: হিন্দী ভাষা
Editor

Editor

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d