Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

India Name :ইণ্ডিয়া নামটো গোলামীৰ প্ৰতীক হলে ইংলিছ বা ইংৰাজী ভাষাটোও গোলামীৰ প্ৰতীক বুলি মন্তব্য কেপিপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ৰ

publisher by publisher
September 6, 2023
in India, Assam, News
Reading Time: 2 mins read
0
India Name :ইণ্ডিয়া নামটো গোলামীৰ প্ৰতীক হলে ইংলিছ বা ইংৰাজী ভাষাটোও গোলামীৰ প্ৰতীক বুলি মন্তব্য কেপিপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ৰ
4
SHARES
44
VIEWS
ShareShareShareShare

India Name :

আজি এক প্ৰেছ বিবৃতিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি (কে পি পি) ৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে দেশৰ নাম ইণ্ডিয়া ক লৈ শাসক-বিৰোধীৰ মাজত ৰাষ্ট্ৰ জুৰি তীব্র বিতর্ক চলি থকাৰ মাজতে কেন্দ্র আৰু ৰাজ্যত শাসনাধীন বি জে পি নেতৃত্বাধীন চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰি কয় যে যদি ইণ্ডিয়া নামটো গোলামীৰ প্ৰতীক, তেনে হলে ইংলিছ বা ইংৰাজী ভাষাটোও গোলামীৰ প্ৰতীক।

ADVERTISEMENT

দেশৰ নাম ইণ্ডিয়া সংবিধানৰ পৰা আঁতৰ কৰাৰ পূর্বে দেশ জুৰি ইংলিছ বা ইংৰাজী ভাষাটো বৰ্জন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি মন্তব্য কেপিপিৰ। কিয়নো ইংৰাজী ভাষাটোও দুশ বছৰ ভাৰতক শাসন কৰা ব্ৰিটিছ সকলৰ অৱদান।

RelatedPosts

Kamatapur Progressive Party :কেন্দ্র আৰু ৰাজ্য চৰকাৰে তথা ভাৰতৰ ৰাষ্ট্ৰ ব্যাবস্থাই কোচ কামতাপুৰী জনগনক প্ৰতাৰণাৰ বাহিৰে একো দিব নোৱাৰিলে বুলি বিষ্ফোৰক মন্তব্য কেপিপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ৰ

আলিপুৰৰ সাংসদ জন বাৰলাই ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ দাবীক আদৰণি কেপিপিৰ

আলিপুৰৰ সাংসদ জন বাৰলাৰ ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ দাবীক আদৰণি কেপিপিৰ

লগতে কে পি পিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কয় যে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে জোটবদ্ধ হৈ I.N.D.I.A (Indian National Developmental Inclusive Alliance) নাম গ্রহণ কৰাৰ ফলত শাসকীয় বিজেপিৰ কেন্দ্রীয় আৰু ৰাজ্যৰ চৰকাৰ ভীতিগ্ৰস্থ হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধ হৈ I.N.D.I.A নাম লোৱাত শাসকীয় পক্ষই ভাৰতৰ সংবিধানৰ পৰা ইণ্ডিয়া নামটো নাইকিয়া কৰিব বিচৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি মন্তব্য কেপিপিৰ।

চৰকাৰৰ এই সিদ্ধান্তক টোগলকী সিদ্ধান্তৰ সৈতে তুলনা কৰিব পাৰি। বৰ্তমান বি জে পি দল নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে এনেকুৱা টোগলকী সিদ্ধান্ত জৰিয়তে ৰাষ্ট্ৰ জুৰি হোৱা নিবনুৱা সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা, জনগোষ্ঠীয় সমস্যা, স্বাস্থ্য খণ্ডৰ সমস্যা, শিক্ষা খণ্ডৰ সমস্যা, দৰিদ্ৰতাৰ সমস্যা, অবৈধ অনুপ্রবেশৰ সমস্যা, আন্তঃ ৰাজ্যিক সীমা সমস্যা, বিভিন্ন ৰাজ্যৰ আইন শৃঙ্খলাৰ সমস্যা, আন্তর্জাতিক সীমা সমস্যা আদিৰ পৰা জনগণৰ দৃষ্টি আঁতৰাই ৰখাৰ চেষ্টা চলাই আছে।

এক কথাত কবলৈ গলে বৰ্তমান ভাৰতীয় জনতা পার্টিৰ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ হাতত নতুন কোনো শক্তিশালী ইচ্ছু নাই, এই কাৰণে সংবিধানৰ পৰা INDIA নাম আঁতৰ কৰিব বিচাৰিছে আৰু অহেতুক ৰাষ্ট্ৰ জোৰা এক বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰিছে বুলি মন্তব্য কেপিপিৰ নেতা উত্তম কুমাৰ ৰায়ৰ।

দেশৰ ১৪০ কোটি নাগৰিকৰ মাজত লাখ লাখ সমস্যা আছে কিন্ত সেই সমস্যা সমাধানৰ কাৰণে কেন্দ্রীয় চৰকাৰ আজি ব্যৰ্থ হৈছে। দেশৰ দৰিদ্ৰ জনতা আজি ভয়াবহ ভাৱে দিন অতিবাহিত কৰিবলগীয়া হৈছে। দৰিদ্ৰ ৰাষ্ট্ৰৰ তালিকাত ভাৰতবৰ্ষ আজি বিশ্ব জুৰি ১২১ খন ৰাষ্ট্ৰৰ ভিতৰত ১০৭ নম্বৰত অৱস্থান কৰিছে।

দৰিদ্ৰ জনগণৰ মনৰ কথা শুনিবলৈ চৰকাৰৰ যেন কোনো সময় নাই,তাৰ বিপৰীতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি কোটি টকা ব্যয় কৰি শুনাই আছে নিজৰ মন কী বাত বুলি মন্তব্য কেপিপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ৰ। কে পি পিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে ইণ্ডিয়া নাম সংবিধানৰ পৰা আঁতৰ কৰিব বিচৰা প্ৰসঙ্গত আৰু কয় যে দেশৰ স্বাধীনতাৰ অমৃত সন্ধিক্ষণতো বৃহত্তৰ কোচ-ৰাজবংশী বা কমতাপুৰী সমাজে ৰাজনৈতিক ভাৱে অমৃত পান কৰাৰ পৰিবৰ্তে বিষ ভক্ষণ কৰিবলগীয়া হৈছে।

আজিও কামতাপুৰী সমাজে ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰা ন্যায় নাপালে। ঐতিহাসিক কামতাপুৰৰ উত্তৰবঙ্গত শাসক-বিৰোধীৰ মাজৰ সংঘাতৰ ফলত দেশীয় কামতাপুৰী সমাজে ৰাজনৈতিক হিংসাৰ স্বীকাৰ হবলগীয়া হৈছে। কামতাপুৰী সমাজ আজিও ৰাজনৈতিক ষড়যন্ত্রৰ স্বীকাৰ তাৰ ফলত তেওঁলোকে ভাষিক, সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আদি প্ৰতিটো ক্ষেত্রতে প্ৰতাৰনা আৰু প্ৰবঞ্চনাৰ স্বীকাৰ হৈছে।

ইয়াৰ পিছতো ভাৰতবৰ্ষক বিশ্ব গুৰুৰ আসনত অধিষ্ঠিত কৰিব বিচৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক ন্যায় দিয়াত ব্যৰ্থ হৈছে বুলি মন্তব্য কেপিপিৰ নেতা উত্তম কুমাৰ ৰায়ৰ। স্বাধীনতাৰ পাঁচ দশকত কৈ (৫০ বছৰ ধৰি) অধিক সময় জনজাতিকৰণৰ দাবীত আন্দোলন কৰাৰ পিছতো অসমৰ কোচ-ৰাজবংশী সকলৰ এই সামান্যতম সমস্যা আজিও সমাধান নহ’ল বুলি দুখ প্ৰকাশ কেপিপিৰ নেতা উত্তম কুমাৰ ৰায়ৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: kamatapur Progressive PartyOpposition To Change OFf India NameUttam Kumar Ray
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d