Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Forest fires in the United States:আমেৰিকাত পুনৰ ভয়াৱহ বনজুই

ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে পুনৰ ভয়াৱহ বনজুইৰ কৱলত পৰিছে কেলিফ 'র্ণিয়াৰ বিস্তীর্ণ অঞ্চল। কিছুদিন পূর্বে কেলিফ'র্ণিয়াত সূত্রপাত ঘটা বিধ্বংসী বনজুই ক্রমে নির্বাপিত হ'বলৈ ধৰাৰ সময়তে স্থানীয় সময় মতে বুধবাৰে পুনৰ এক বিস্তীর্ণ অঞ্চল ভয়াৱহ বনজুইৰ কৱলত পৰে। এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্রপাত ঘটে লছ এঞ্জেলছ মহানগৰৰ উত্তৰ-পশ্চিম দিশে ৪৫ মাইল নিলগৰ সেউজ অঞ্চলত

publisher by publisher
January 24, 2025
in Assam, News
Reading Time: 1 min read
0
Forest fires in the United States:আমেৰিকাত পুনৰ ভয়াৱহ বনজুই
2
SHARES
16
VIEWS
ShareShareShareShare

Forest fires in the United States:আমেৰিকাত পুনৰ ভয়াৱহ বনজুই

বতাহ-শুকান ঘাঁহ-বনে বৃদ্ধি কৰিছে জুইৰ প্রকোপ দ্রুততৰে বিয়পিছে,

কমেও ১০ হেজাৰ একৰ ভূমিক আগুৰিলে,

মৃতকৰ সংখ্যা ২৮ লৈ বৃদ্ধি, ২২ জন সন্ধানহীন

11:ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে পুনৰ ভয়াৱহ বনজুইৰ কৱলত পৰিছে কেলিফ ‘র্ণিয়াৰ বিস্তীর্ণ অঞ্চল। কিছুদিন পূর্বে কেলিফ’র্ণিয়াত সূত্রপাত ঘটা বিধ্বংসী বনজুই ক্রমে নির্বাপিত হ’বলৈ ধৰাৰ সময়তে স্থানীয় সময় মতে বুধবাৰে পুনৰ এক বিস্তীর্ণ অঞ্চল ভয়াৱহ বনজুইৰ কৱলত পৰে। এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্রপাত ঘটে লছ এঞ্জেলছ মহানগৰৰ উত্তৰ-পশ্চিম দিশে ৪৫ মাইল নিলগৰ সেউজ অঞ্চলত।

ADVERTISEMENT

নতুনকৈ সূত্রপাত ঘটাৰ কিছু সময়ৰ পাছতে বনজুয়ে কমেও ১০ হেজাৰ একৰ ভূমি আগুৰি ধৰে। এই বিধ্বংসী জুই বিয়পাত সহায় কৰে ফিৰফিৰকৈ বলি থকা বতাহ আৰু শুকান ঘাঁহ- বনে। স্থানীয় কর্তৃপক্ষৰ মতে, লছ এঞ্জেলছৰ বনজুই আক্রান্ত অঞ্চলসমূহত ঘণ্টাত ৩২ৰ পৰা ৪৮ কিলোমিটাৰ বেগত বতাহ বলি আছে। এইবাৰো বনজুইৰ সূত্রপাত ঘটে জনবসতিপূর্ণ অঞ্চলত। গতিকে কর্তৃপক্ষই এই অঞ্চলসমূহৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ যাত্রা কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

RelatedPosts

পুনৰ বিমান দুর্ঘটনা, দাউদাউকৈ জ্বলিল এফ-৩৫ যুদ্ধ বিমান

Flying Car:কেলিফৰ্ণিয়াৰ আকাশত উৰন্ত গাড়ী !

Ten people have been killed in a devastating fire in California: বিধ্বংসী অগ্নিকাণ্ড !

13 1ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ যাত্ৰাৰ নির্দেশ কমেও ৫০ হেজাৰ লোকে লাভ কৰে বুলি সূত্রই প্রকাশ কৰিছে। আনহাতে, লছ এঞ্জেলছৰ এইবাৰৰ বিধ্বংসী বনজুইত নিহত লোকৰ সংখ্যা সম্প্রতি ২৮ জনলৈ বৃদ্ধি পাইছে। তদুপৰি কমেও ২২ জন লোক সন্ধানহীন হৈ আছে। একেদৰে লক্ষাধিক লোক আভ্যন্তৰীণভাবে স্থানচ্যুত হৈছে। এই ভয়াৱহ বনজুইৰ ফলত কেবল মানুহেই নহয়, বন্যপ্রাণীৰো বিলাই-বিপত্তিৰ সীমা নোহোৱা হৈছে।

উদ্ধাৰকাৰী বাহিনীয়ে বনজুই আক্রান্ত অঞ্চলৰ বহুসংখ্যক বন্যপ্রাণীও উদ্ধাৰ কৰিছে। এটা মার্কিন সংবাদ সংস্থাৰ বাতৰি মতে, বতাহ বলি থকাৰ বাবে জুই নুমুৱাত সমস্যাৰ সন্মুখীন হৈছে অগ্নিনির্বাপক বাহিনী। ঠায়ে ঠায়ে ঘণ্টাত ৪২ মাইল বেগতো বতাহ বলিছে।

আনহাতে, এই বতাহৰ বেগ আগন্তুক সময়ত ঘণ্টাত ৬০ মাইললৈ বৃদ্ধিৰো আশংকা কৰিছে বতৰ বিজ্ঞান কর্তৃপক্ষই। গতিকে পৰিস্থিতি কেতিয়াকৈ নিয়ন্ত্রণলৈ আহে সেয়া অনিশ্চিত হৈছে। অৱশ্যে বতৰ বিজ্ঞান কর্তৃপক্ষৰ তথ্য অনুসৰি, এই বনজুই আক্রান্ত অঞ্চলত আগন্তুক সময়ত বৰষুণ হোৱাৰো সম্ভাৱনা আছে।

লক্ষ্যণীয়ভাৱে বৰষুণে বনজুই নির্বাণত সহায় কৰিলেও ইয়ে আন এক বিপদ সৃষ্টিৰ আশংকা বহন কৰিছে। কাৰণ প্ৰৱল বৰষুণ হ’লে বান আৰু ভূস্খলন ঘটাৰ আশংকা আছে ইতিমধ্যে কেলিফ’ৰ্ণিয়াৰ গৱৰ্ণৰ গেবিন নিউছ’মে সম্ভাব্য বান আৰু ভূস্খলন প্রতিৰোধৰ উদ্দেশ্যে সমল মুকলিৰ বাবে এক কার্যবাহী নির্দেশত স্বাক্ষৰ কৰিছে। গৱৰ্ণৰৰ আশংকা হ’ল যে এই বিধ্বংসী বনজুইৰ পাছতে বনজুই আক্রান্ত অঞ্চলসমূহত বান- ভূস্খলন হ’ব পাৰে।

আনহাতে, কেলিফ’র্ণিয়াত পুনৰ সূত্রপাত ঘটা বনজুই নিয়ন্ত্রণত নিয়োজিত অগ্নিনির্বাপক বাহিনীৰ জ্যেষ্ঠ বিষয়া এড ফ্রেটচাৰে সংবাদ মাধ্যমৰ আগত কয়, ‘বনজুইৰ সূত্রপাত ঘটা অঞ্চলটো ঘন জনবসতিপূর্ণ নাছিল যদিও বতাহে জুই কাস্টেইক হ্রদৰ দিশে বিয়পায়। কাস্টেইক অঞ্চলত কমেও ২০ হেজাৰ লোকে বাস কৰে। জুই যদিহে হৃদক চেৰাই জনবসতিপূর্ণ অঞ্চলক আগুৰি ধৰে তেন্তে পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা আছে।’

এই বনজুইৰ পৰা প্ৰাণৰক্ষাৰ উদ্দেশ্যে ঘৰ এৰি নিৰাপদ স্থানত উপস্থিত হোৱা এগৰাকী মহিলাই এটা সংবাদ সংস্থাৰ আগত কয়, ‘এই বনজুই দেখাত ডাৱৰৰ লেখীয়া কিন্তু যেতিয়া আপুনি ইয়াৰ ওচৰ চাপি যাব তেতিয়া নিজকে নৰকত প্ৰৱেশ কৰা যেন অনুভৱ কৰিব।’ ভয়-আতংকত কঁপি উঠা মহিলাগৰাকীয়ে লগতে কয় যে জুইৰ প্রকোপ ইমানে প্রবল হৈছে যে ক’লা ধোঁৱা আৰু ৰঙা শিখাই চৌপাশ ছানি ধৰিছে। স্বাভাৱিকতে পৰিস্থিতি অতি ভয়ংকৰ বুলি তেওঁ কয়।

অঞ্চলটোত কিয় পুনঃ পুনঃ বনজুইৰ সূত্রপাত ঘটি আছে, সেয়া কোনোৱে অবগত নহয় বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। লক্ষ্যণীয়ভাৱে বুধবাৰে ছান ডিয়েগ’ আৰু অ’চেনছাইতৰ ওচৰতো বনজুইৰ সূত্রপাত ঘটে। এই বনজুয়ে ৮৫ একৰ ভূমি আগুৰি বৰে। অৱশ্যে অগ্নিনির্বাপক বাহিনীয়ে এই জুই নুমুৱাবলৈ সক্ষম হয়। এই বনজুইৰো সূত্রপাত ঘটে জনবসতিপূর্ণ অঞ্চলত। কিছু সময় ধৰি জুইৰ তাণ্ডৱ চলাৰ পাছত অগ্নিনির্বাপক বাহিনীয়ে নুমোৱায়।

আনহাতে, লছ এঞ্জেলছৰ বিধ্বংসী বনজুই সম্পৰ্কত এঞ্জেলছ নেচনেল ফৰেষ্ট (এঞ্জেলছৰ ৰাষ্ট্ৰীয় বনাঞ্চল) ৰ মুখপাত্র ডানা ডিয়েৰকেছে কয়, ‘আমি কেলিফ’র্ণিয়াত কেতিয়াও এনে বনজুই দেখা নাছিলো। বতাহ আৰু শুকান ঘাঁহ-বনে ন ন অঞ্চললৈ জুই বিয়পাইছে। ফলত বনজুইৰ বিৰুদ্ধে যুঁজ দিয়াটো কঠিন হৈছে। মূলতঃ বতাহৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈছে।’ পূর্বেও জানুৱাৰীত লছ এঞ্জেলছত বনজুইৰ সূত্রপাত ঘাটছিল যদিও এইবাৰৰ লেখীয়া পৰিস্থিতি কেতিয়াও হোৱা নাছিল বুলি বন বিষয়াজনে উল্লেখ কৰে।

  •  কেনেদৰে সূত্রপাত ঘটিল বিধ্বংসী বনজুইৰ?

লছ এঞ্জেলছ আৰু ইয়াৰ ওচৰ-গাঁজৰৰ অঞ্চলসমূহত প্ৰতি বছৰে বনজুইৰ সূত্রপাত ঘটে। অৱশ্যে এইবাৰৰ দৰে কেতিয়াও বনজুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা নাছিল বুলি চৰকাৰী কৰ্তৃপক্ষই প্রকাশ কৰিছে। জুইৰ প্রকোপ বৃদ্ধিত অতিশয় শুকান বতৰে অধিক ভূমিকা পালন কৰে ইয়াৰ সমান্তৰালভাৱে বতাহেও জুই বিয়পাত সহায় কৰে। কেলিফ’র্ণিয়াৰ ইট’ন আৰু পালিছেডছ অঞ্চল বিগত দুসপ্তাহ ধৰি বনজুইৰ কৱলত আছে।

সাম্প্রতিক বনজুইত প্রাণ হেৰুওৱাসকলৰ অধিকাংশই এই দুটা অঞ্চলৰ। বনজুয়ে অঞ্চলটোৰ ১৪ হেজাৰৰো অধিক কোটিটকীয়া ঘৰ ছাইত পৰিণত কৰে। বর্তমানেও এই অঞ্চল দুটাত বনজুই সম্পূর্ণৰূপে নিয়ন্ত্রণলৈ অহা নাই। লক্ষ্যণীয় যে এইবাৰৰ কেলিফ’র্ণিয়াৰ বনজুইত হলিউদৰ বহুসংখ্যক বিখ্যাত অভিনেতা-অভিনেত্রীৰো বিলাসী ঘৰ ধ্বংস হয়। তদুপৰি বহুসংখ্যক অমূল্য শিল্পকর্মও জুইত নষ্ট হয়।

কাৰণ বনজুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা আল্টাডেনা চহৰ এক বৃহৎসংখ্যক তাৰকা শিল্পীয়ে বাস কৰে। তেওঁলোকৰ দ্বাৰা সৃষ্ট অনেক শিল্পকর্ম এই বনজুইত নষ্ট হয়। তদুপৰি চহৰখনৰ বহুতে এইসকল তাৰকা শিল্পীৰ সৃষ্টিকর্ম ক্রয় কৰি নিজৰ ঘৰত সজাই ৰখাৰ অৱস্থাত জুইত নষ্ট হয়। একেদৰে শিল্পী সকলৰ কাৰকার্যযুক্ত বহু স্টুডিঅ’ও ধ্বংস হয়। পৰিণতিত বহু শিল্পীৰ জীৱন জীবিকাৰ প্রতি সংশয় সৃষ্টি হৈছে। এনে আশংকা কৰি আল্টাডেনাস্থিত অল্ট’ বেটা গেলাৰীৰ গৰাকী তথা শিল্পী ব্রেড এবাৰহার্ডে সংবাদ মাধ্যমৰ আগত কয়, জুইত চকুৰ সম্মুখতে এপদ এপদকৈ সামগ্রী নষ্ট হোৱা দেখা পাই মোৰ দেহৰ একাংশ আতংকত জঠৰ হৈ পৰে। প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে এপদ এপদ অমূল্য সম্পদ ধ্বংস হ’ল।’

আল্টাডেনাৰ শ্বপিং কেন্দ্ৰৰ ওচৰত অৱস্থিত শিল্পীজনৰ অল্ট’ বেটা গেলাৰীত প্রায়ে চিত্র প্রদর্শনী অনুষ্ঠিত হৈ আহিছে বিশেষকৈ বিগত তিনি বছৰ ধৰি যিসকল শিল্পীয়ে লছ এঞ্জেলছত নিজৰ সৃষ্টি কৰ্ম প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকক এবাৰহাৰ্ডৰ এই ষ্টুডিঅ’ই নিজস্ব সৃষ্টি প্রদর্শনৰ সুযোগ দিছিল। এই বনজুইত এবাৰহার্ডে নিজৰো ৫০ৰ পৰা ৭০ টা ভাস্কর্য হেৰুৱায়।

স্বাভাৱিকতে ষ্টুডিঅ’টো ধ্বংস হোৱাত শিল্পীসকলৰ উপৰি বহুতক ব্যথিত কৰিছে। আনহাতে, কেলিফ’র্ণিয়াত হোৱা এই বনজুইৰ ক্ষয়-ক্ষতিৰ নিশ্চিত হিচাপ বর্তমানলৈ পোহৰলৈ অহা নাই। একাংশৰ মতে, এই বনজুইৰ কৱলত কমেও ৫৩ হেজাৰ কোটি টকাৰ ক্ষয়-ক্ষতি হৈছে। জুই অব্যাহত থকাত ক্ষয়-ক্ষতিৰ পৰিমাণ অধিক বৃদ্ধিৰ আশংকা আছে। সম্পূর্ণ হোৱা নাই উদ্ধাৰ অভিযান

পুনৰ ভয়াৱহ বনজুইৰ কৱলত পৰা কেলিফ’ৰ্ণিয়াৰ দক্ষিণ প্ৰান্তত দূর্গত লোকৰ উদ্ধাৰ বাতৰি লিখা পৰলৈকে সম্পূর্ণ হৈ উঠা নাই। চৰকাৰী কর্তৃপক্ষই এই অঞ্চলসমূহৰ লক্ষাধিক লোককঘৰ বাৰী এবি নিবাপদ স্থানলৈ যাত্রা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ইতিমধ্যে বহু হেজাৰ লোকক চৰকাৰী উদ্ধাৰকাৰী বাহিনীয়ে নিৰাপদ স্থানলৈ নিলেও আন বহু হেজাৰ বর্তমানেও জুয়ে আগুৰি ধৰা অঞ্চলতে আছে।

এই কথা প্ৰকাশ কৰি লছ এঞ্জেলহৰ কাউন্টি শেরিফ ৰবাৰ্ট লুনাই সংবাদ মাধ্যমৰ আগত কয়, ‘কাইক অঞ্চলৰ প্ৰায় ৩১ হেজাৰ লোকক নিৰাপদ স্থানলৈ আঁতৰিবলৈ নির্দেশ জাৰি হৈছে। আন ২৩ হেজাৰক ঘৰ এৰিব লাগিব বুলি সতৰ্ক কৰি দিয়া হৈছে।’ তানহাতে, লছ এঞ্জেলছৰ কাউন্টি অগ্নিনির্বাপক বিভাগৰ মুৰব্বী এন্থনী মেৰ’নে সংবাদ মাধ্যমৰ আগত কয়, ‘এই বনজই নিয়ন্ত্ৰণৰ বাবে আমি চাৰি হেজাৰৰো অধিক অগ্নিনির্বাপক কর্মীক নিয়োজিত কৰি ৰাখিছো।

জুয়ে বৃহৎ অঞ্চল আগুৰি ধৰাৰ পৰিপ্ৰেক্ষিতত সমস্যাৰ সৃষ্টি হৈছে। নতুনকৈ সূত্রপাত হোৱা বনজুইত কোনো ঘৰ-অট্টালিকা ধ্বংস হোৱা নাই। অৱস্থাৰ দ্রুত পৰিৱৰ্তন ঘাট থকাত জুই নুমুৱাটো কঠিন হৈছে। অৱশ্যে পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণত আছে। বনজুইৰ পুনৰ সূত্রপাত ঘটাৰ পাছত কমেও ৫০ হেজাৰ লোকক নিৰাপদ স্থানলৈ নিয়া হৈছে বুলি শীর্ষ বন বিষয়াজনে সদৰী কৰে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CaliforniaCalifornia forest fire
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d