Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

    পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Young Women mysterious death in Guwahati: জানুৱাৰীতে ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ছয় যুৱতীৰ মৃতদেহ

কেৱল অধ্যয়ন কৰিলে নহ'ব শীঘ্ৰে সমাধানৰ পথ উলিয়াব লাগিব: ভায়োলেট বৰুৱা

publisher by publisher
January 29, 2025
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Young Women mysterious death in Guwahati: জানুৱাৰীতে ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ ছয় যুৱতীৰ মৃতদেহ
1
SHARES
12
VIEWS
ShareShareShareShare

Young Women mysterious death in Guwahati:

কৰ্মৰ তাগিদাত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা যুৱতীৰ বাবে সম্প্রতি ত্রাস হৈ পৰিছে মহানগৰীৰ ভাড়াঘৰসমূহ। কিয়নো বিভিন্ন কাৰণত একাংশ ভাড়াঘৰত মৃত্যুমুখত পৰিছে বহু যুৱতী।

ADVERTISEMENT

ৰাজধানী মহানগৰীৰ কে’বাটাও ভাড়াঘৰৰ পৰা চলিত মাহতে আৰক্ষীয়ে কম বয়সীয়া ছগৰাকী যুৱতীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰিছে আৰু এনে ঘটনাপ্রৱাহে বহু পৰিয়ালক চিন্তিত কৰি তুলিছে। লগতে এটা ভাড়াঘৰৰ পৰা এজন যুৱকৰো মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰ গৰিষ্ঠসংখ্যক ঘটনা আৰক্ষীৰ প্ৰাথমিক তদন্তত জীৱনৰ প্ৰতি মোহ হেৰুৱাই নিজকে শেষ কৰি দিয়া তথা চৰমপন্থা গ্রহণৰ তথ্য পোহৰলৈ আহিছে যদিও প্রত্যেক মৃতকৰ পৰিয়ালৰ তৰফৰ পৰা হত্যাকাণ্ড বুলিহে দাবী কৰা হৈছে।

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

বিশেষকৈ ভুক্তভোগীসকলক এনে কাৰ্যৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মসূত্ৰে গুৱাহাটীত আহি বাস কৰা যুৱক-যুৱতীসকলৰ মাজত গা কৰি উঠা এনে প্ৰৱণতা দ্রুতহাৰত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ অন্তর্নিহিত কাৰকসমূহ যদি ফঁহিয়াই চোৱা যায়, বিশেষকৈ আৰক্ষীৰ তদন্তত উল্লিখিত ঘটনাৰ গৰিষ্ঠসংখ্যকেই প্রেমজনিত আৰু অকলশৰে থকা অৱস্থাত এনে ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে নৱবৰ্ষৰ প্ৰথম দিনটোতে অর্থাৎ পহিলা জানুৱাৰীত মহানগৰীৰ ৰাজগড়ৰ এটা ভাড়াঘৰত পায়েল শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল। অনুৰূপধৰণে ন জানুৱাৰীত তৰণ নগৰৰ ভাড়াঘৰত প্রতীক্ষা শৰ্মা, ১০ জানুৱাৰীত ৰুক্মিণীগাঁৱৰ ভাড়াঘৰত বিপ্লবী নাথ, ১৩ জানুৱাৰীত পূব শৰণীয়াৰ এটা ভাড়াঘৰত ঈশা ভৰালী, ১৯ জানুৱাৰীত গীতানগৰৰ এটা ভাড়াঘৰত জ্যোতিস্মিতা গগৈ আৰু ২৭ জানুৱাৰীত গান্ধীবস্তিৰ এটা ভাড়াঘৰত জন্মেশ্বৰী বসুমতাৰীৰ মৃতদেহ ৰহস্যজনক অবস্থাত উদ্ধাৰ হৈছিল। একেদৰে ১৮ জানুৱাৰীত অনিবেশ বৰা নামৰ যুৱকজনৰ মৃতদেহ ৰহস্যজনক অৱস্থাত ভাড়াঘৰত উদ্ধাৰ হৈছিল। ধাৰাবাহিকভাবে বৃদ্ধি পোৱা এই ঘটনাসমূহ যেন এক ব্যাধিলৈ পৰিণত হৈছে।

এনে ঘটনাপ্রবাহ মহানগৰীত দ্রুতহাৰত বৃদ্ধি পাবলৈ ধৰাত উদ্রেক প্ৰকাশ কৰি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা অসমৰ প্ৰথমগৰাকী মহিলা আৰক্ষী মহাপৰিদৰ্শক ভায়োলেট বৰুৱাই ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে চৰমপন্থা মানুহে দুটা কাৰণত গ্ৰহণ কৰিব পাৰে। হয় নিজাববীয়াকৈ নাইবা কোনোবাই এনে কাৰ্য কৰিবলৈ প্ৰৰোচিত কৰিব পাৰে। প্ৰৰোচিত কৰা ঘটনাসমূহৰ গৰিষ্ঠসংখ্যকেই মানসিক নির্যাতন। এই দুয়োটা ঘটনাই এক অপৰাধ বুলি মন্তব্য কৰি বৰুৱাই কয়, ‘এগৰাকী যুৱতী বা এজন যুৱকে যেতিয়া মানসিক অশান্তি ভুগি থাকে, তেওঁৰ অতি ঘনিষ্ঠ বা কাষত থকাজনেহে ইয়াক নিশ্চিত কৰিব পাৰিব। মানসিক অশান্তি কেবল যে প্রেমজনিত কাৰণ হ’ব, তেনে নহয়; ইয়াৰ বহু কাৰণ থাকিব পাৰে।

উদাহৰণস্বৰূপে আজিৰ দিনত যুব প্ৰজন্মৰ মাজত ভয়াবহ ৰূপত নিবনুৱা সমস্যাই দেখা দিছে। সকলোৱে ভালদৰে পঢ়া-শুনা কৰিছে। গৰিষ্ঠসংখ্যকেই উচ্চ শিক্ষিত; কিন্তু তেওঁলোকৰ চাকৰি বা সংস্থাপন নাই। এই অর্থনৈতিক দিশটোও এক কাৰণ হ’ব পাৰে। এনেধৰণৰ বহু কথা থাকে। ফলত তেওঁ হতাশাত ভুগি এনে সিদ্ধান্ত গ্রহণ কৰে।’ কোনো এজন লোকে যদি হতাশাত ভোগে, সেয়া কাষত থকাজনেই নিশ্চিত কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে এয়া আৰক্ষী বা এখন সমাজে কৰিব নোৱাৰে। ইয়াৰ কাৰণে এক পৰিৱেশ ৰচনা কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা প্ৰথম প্ৰচেষ্ট হ’ব লাগে।

হতাশাৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি পৰিয়ালে চিন্তা কৰিব লাগিব। দ্বিতীয়তে যদি প্রেমজনিত কাৰণ হয়, তেন্তে প্রেম প্ৰতাৰণাৰ ঘটনাসমূহ আজিৰ দিনত এক অপৰাধলৈ পৰিগণিত হৈছে বুলি মন্তব্য কৰি বৰুৱাই কয়, ‘বিয়াৰ প্ৰস্তাৱ দি তথা প্রলোভিত কৰি দৈহিক সম্বন্ধ স্থাপন কৰে। ইয়াক ভাৰতীয় ন্যায় সংহিতাত অপৰাধৰূপে ধৰা হৈছে। এই দিশসমূহত আৰক্ষী তথা আইনে ব্যবস্থা গ্রহণ কৰিব পাৰে; কিন্তু ভুক্তভোগী আৰক্ষীৰ কাষ চাপিব পাৰিব লাগিব। যেতিয়া প্ৰতাৰণা বা প্ৰৱঞ্চনাৰ বলি হ’ল, তেতিয়া ভুক্তভোগীয়ে কাৰোবাৰ সহায় ল’ব লাগিব। লগতে মানসিক যিটো চিকিৎসা ব্যৱস্থা, ইয়াত বেছি দেখা নাযায়; কিন্তু আমাৰ ইয়াতে এই চিকিৎসা অতি প্রয়োজন হৈ পৰিছে।

মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বা বিভিন্ন নির্যাতন, মানুহৰ মাজত হতাশা বৃদ্ধি পোৱা দেখা গৈছে। মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ গ’লে মানুহে ভাবে যে পাগল কাৰণে গৈছে। আমাৰ সমাজ ব্যৱস্থাত এনে এটা ভাব আছে। সেইবিলাক আমি আঁতৰাব লাগিব।’ বাহিৰৰ দেশসমূহত মনত কিছু হতাশা আহিলেই মানুহে মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ যায় বুলি মন্তব্য কৰি প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে গতিকে ইয়াত তেনে এক ব্যৱস্থা গঢ়ি তুলিব পাৰিলে বহুজনৰ জীৱন ৰক্ষা কৰিব পৰা যাব।

আনহাতে, বৰুৱাই কয় যে যুৱতী এগৰাকী যেতিয়া ঘৰৰ পৰা ওলাই আহে, তেওঁ য’তেই নাথাকক কিয় পৰিয়ালে সঘন যোগাযোগত থাকিব লাগে। প্রতিটো কথা আলোচনা কৰিব পৰা এক পৰিৱেশ গঢ়ি তুলিব লাগে। আজি যিটো যুগ হৈছে সামাজিক মাধ্যমেও বহু প্রভাৱ পেলাইছে বুলি উল্লেখ কৰি তেওঁ এনেধৰণৰ ঘটনা দ্রুতহাৰত বৃদ্ধিৰ বহু কাৰক আছে বুলি কয়।

তেওঁ পুনৰ কয়, ‘নৱ প্ৰজন্মৰ মাজত আজিৰ হতাশাৰ প্রথম কথাটো হ’ল সংস্থাপন নাই। তেওঁলোকক সংস্থাপন অতি সোনকালে লাগে; কাৰণ সামাজিক মাধ্যমত দেখে যে সকলোৱে এক বিলাসী জীৱন-যাপন কৰিছে। মই পৰা নাই বুলি ভাবি, যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে।’ যুৱক-যুৱতী ঘৰৰ পৰা ওলাই আহিলে বা ঘৰত থাকিলেও পৰিয়ালৰ সান্নিধ্য অতি প্রয়োজন বুলি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়গৰাকীয়ে মন্তব্য কৰি কয়, ‘মানুহবোৰ আজিকালি অকলশৰীয়া হৈ পৰিছে। সমাজৰ কোনো ভূমিকা নোহোৱা যেন হৈ পৰিছে।

যান্ত্রিক এখন জগতলৈ পৰিণত হৈছে। এটা কথা স্পষ্ট যে আৰক্ষীয়ে ঘৰে ঘৰে গৈ কাৰ মন কেনেকুৱা হৈ আছে বিচাৰ কৰিব নোৱাৰে; কিন্তু আৰক্ষীয়ে খবৰ লাভ কৰিলে লগে লগেই সক্রিয় হ’ব লাগিব। আৰক্ষীত এতিয়া বিভিন্ন কোষ আছে। মহিলা, শিশুৰ ক্ষেত্ৰত বিশেষ কোষ আছে। আৰক্ষীৰ ভিতৰত আৰু বাহিৰত এই মানসিক দিশটো চাবলৈ এটা কোষ থাকিব লাগে বুলি মই ভাবো। আৰক্ষীৰ ভিতৰতো এনে ঘটনা আছে। আজি এগৰাকী যুৱতীয়ে যদি কোনো এখন থানালৈ গৈ তেওঁ প্রবঞ্চিত বা নির্যাতিত হৈ থকাৰ কথা অবগত কৰে, লগে লগে আৰক্ষী সক্রিয় হ’ব লাগে। শেহতীয়াকৈ মহানগৰীত এনে এক ঘটনা সংঘটিত হৈছে। তাৎক্ষণিক ব্যবস্থা গ্ৰহণ কৰি জীৱন ৰক্ষা কৰিব পাৰে। এনে দিশসমূহ সহজভাৱে ল’ব নালাগে।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiMysterious DeathViolet BaruahYoung Women
publisher

publisher

Related Posts

Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
News

May 12, 2025
পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 
India

পুনৰ আৰম্ভ কৰা হৈছে দেশৰ ৩২টা বিমানবন্দৰ ! 

May 12, 2025
প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 
Entertainment

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

May 12, 2025
India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা
India

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

May 12, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

May 12, 2025
‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
India

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d