Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

There are many companies that have occupied parking spaces in Zoo Road Flyover:জুৰোডত পার্কিং স্থান দখল কৰি লৈছে একাংশ কোম্পানী-প্রতিষ্ঠানে

সৰব স্থানীয় ব্যৱসায়ী, প্রতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ, পাৰ্কিঙৰ ব্যৱস্থা নথকাত অস্বাভাৱিক হাৰত হ্রাস পাইছে ব্যৱসায়

publisher by publisher
November 25, 2024
in Assam, India, News
Reading Time: 2 mins read
0
There are many companies that have occupied parking spaces in Zoo Road Flyover:জুৰোডত পার্কিং স্থান দখল কৰি লৈছে একাংশ কোম্পানী-প্রতিষ্ঠানে
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

There are many companies that have occupied parking spaces in Zoo Road Flyover:

পৰিকল্পনাহীনভাবে নিৰ্মাণ কৰা মহানগৰীৰ ‘শ্রদ্ধাঞ্জলি’ উৰণীয়া সেতুখনে স্থানীয় ব্যৱসায়ীসকলৰ জীৱন-জীৱিকাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটোত দীর্ঘদিন ধৰি ব্যৱসায় কৰি পৰিয়াল পোহপাল দি অহা সৰু-বৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহত সেতুখন নির্মাণ হোৱাৰ পাছতে গ্ৰাহকৰ সংখ্যা অস্বাভাৱিক হাৰত হ্রাস পোৱাত ৩০ খনৰো অধিক প্রতিষ্ঠান ইতিমধ্যে বন্ধ হৈ পৰিছে। এই সন্দৰ্ভত জুৰোড তিলিআলি আৰু নাংৰেগী সংযোগী পথৰ ব্যৱসায়ী সন্থাই তেওঁলোকৰ ব্যৱসায় ৰক্ষাৰ স্বাৰ্থত জিলা প্রশাসন তথা পৌৰ নিগমত সময়ে সময়ে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও এই ক্ষেত্রত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

ADVERTISEMENT

তাৰ মাজতে পোহৰলৈ আহিছে যে উৰণীয়া সেতুখনৰ তলত পৌৰ নিগমে স্থাপন কৰা একাংশ পার্কি স্থান স্থানীয় একাংশ কোম্পানী, কার্যালয় তথা প্রতিষ্ঠানে দখল কৰি ৰাখিছে। ফলত ব্যৱসায়িক প্রতিষ্ঠানসমূহলৈ যদি কোনো গ্রাহক আহে পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ বাবে সেই স্থান ত্যাগ কৰে বুলি ব্যৱসায়ীসকলে অভিযোগ তুলিছে। উল্লেখ্য যে সেতুখন নির্মাণ হোৱাৰ পাছতে পার্কিঙৰ সুব্যৱস্থা নথকাত পথৰ কাষে কাষে থকা সৰু-বৰ দোকানসমূহত গ্ৰাহকৰ সংখ্যা দ্রুতহাৰত হ্রাস পাইছে।

সেতুখনৰ তলৰ পার্কিং স্থানসমূহ পুৱাৰে পৰা নিশালৈকে সংশ্লিষ্ট স্থানত থকা কোম্পানী -কার্যালয়সমূহৰ বাহনে ঠাহ খাই থকা বাবে গ্রাহকে বাহন ৰখাবলৈ স্থান বিচাৰি নাপাই পথৰ কাষত বাহনসমূহ ৰাখিলে আৰক্ষীয়ে জৰিমনা বিহাৰ বাবেই সম্প্ৰতি অঞ্চলটোৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহলৈ গ্রাহক নাহে বুলি ব্যৱসায়ীসকলে অভিযোগ কৰিছে।

উল্লেখ্য যে ‘শ্রদ্ধাঞ্জলি’ উৰণীয়া সেতুৰ তলৰ বহু কেইটা পাৰ্কিঙৰ স্থান কে’বাটাও কোম্পানী -প্ৰতিষ্ঠানৰ বাহন ৰখাৰ সংৰক্ষিত স্থানলৈ পর্যবসিত হৈছে। একেদৰে কে’বাটাও পার্কিং স্থান অট’ আস্থানক গতাই দিয়া হৈছে। ব্যৱসায়ীসকলে অভিযোগ কৰে যে সেতুখনৰ আৰম্ভণিতে এক বৃহৎ পার্কিঙৰ স্থান ‘নীপকো’ নামৰ কোম্পানীটোৰ বাবে সংৰক্ষিত কৰা হৈছে। একেদৰে ৰাজ্যিক চিৰিয়াখানাৰ সমীপত থকা পার্কিং স্থান ‘এ ভি এ ডায়গ’নষ্টিক’ নামৰ প্ৰতিষ্ঠানৰ বাবে সংৰক্ষিত কৰা হৈছে। একেদৰে সংশ্লিষ্ট পথছোৱাত থকা ‘অমিত চিমেণ্ট’কে ধৰি বহুকেইটা ব্যক্তিগত কোম্পানী তথা প্ৰতিষ্ঠানৰ বাহনসমূহে সেতুৰ তলৰ বৃহৎ সংখ্যক পার্কিং স্থান পুৱাৰে পৰা নিশা পর্যন্ত দখল কৰি ৰাখে বুলি ব্যৱসায়ীসকলে অভিযোগ কৰে।

➡️ ব্যৱসায়ীসকলৰ বাবে অভিশাপ হৈ পৰিছে সেতুখন: কৰ সংগ্রহত নে সমস্যা সমাধানত গুৰুত্ব দিয়ে সংশ্লিষ্ট বিভাগে

ইফালে, এই সেতুখন স্থানীয় ব্যৱসায়ীসকলৰ বাবে যেন অভিশাপ হৈ পৰিছে। বিশেষকৈ পার্কিঙৰ সু-ব্যৱস্থা নথকা আৰু আৰক্ষীৰ অত্যাচাৰৰ বাবে সম্প্রতি দোকানসমূহলৈ গ্রাহক আহিবলৈ এৰি দিছে বুলি ব্যৱসায়ীসকলে উল্লেখ কৰি এজন গ্রাহকে যদি পাণ এখন খাবলৈ আহি ক্ষন্তেক বাহন ৰাখিলেই (তাকো পার্কিং খালী থাকিলেহে) ২০ টকা পাৰ্কিঙৰ নামত, যদি পথৰ কাষত ক্ষন্তেক ৰাখিলে দুহেজাৰ টকা জৰিমনা দিবলগীয়া হয়, দোকানলৈ কোন আহিব বুলি প্রশ্ন কৰে।

উল্লেখ্য যে এই গুৰুতৰ বিষয়টোক লৈ যোৱা ১৬ নৱেম্বৰত জুৰোড তিনিআলিত ব্যৱসায়ীসকলৰ মাজত এখন সভা অনুষ্ঠিত হয়। জু-নাৰেংগী তিনিআলিৰ ব্যৱসায়ী সন্থা, স্থানীয় উন্নয়ন সমিতি, সদৌ গুৱাহাটী ব্যৱসায়ী সন্থা আদিয়ে অংশগ্ৰহণ কৰা বৈঠকখনত বৃহত্তৰ অঞ্চলটো ব্যৱসায়ৰ উপযোগী কৰি তুলিবলৈ চৰকাৰ তথা প্ৰশাসনক ১০ দিনৰ সময়সীমা বান্ধি দিছিল। বিশেষকৈ পথৰ কাষে কাষে আৰু উৰণীয়া সেতুখনৰ তলত গ্ৰাহকৰ বাবে পাৰ্কিঙৰ সু- ব্যৱস্থা নথকাৰ বাবেই গেলামালৰ পৰা আৰম্ভ কৰি পাণ দোকান, ফলমূলৰ দোকানখনলৈ সকলোৰে ব্যৱসায় বন্ধ হৈ পৰিছে বুলি সংগঠনসমূহৰ নেতৃত্বই উল্লেখ কৰি এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰকো সাক্ষাৎ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল।

কিয়নো এই দোকানসমূহৰ জৰিয়তে দীর্ঘদিন ধৰি পৰিয়াল পোহপাল দি আহিছে ব্যৱসায়ীসকলে। বিশেষকৈ উৰণীয়া সেতুখনৰ তলত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া সাধাৰণ জনতাই ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ ব্যৱসায় অধিক ক্ষতি হোৱা বুলি দাবী কৰিছে ব্যৱসায়ীসকলে। ব্যৱসায়ীসকলে কয় যে চৰকাৰ, পৌৰ নিগমে কেৱল ৰাজহ বৃদ্ধিৰ কথা ভাবিছে; কিন্তু ব্যৱসায়ীসকলৰ কথা এবাৰো চিন্তা কৰিবলৈ আহৰি নাই।

এফালে, পার্কিং স্থানসমূহ ব্যক্তিগত কোম্পানী-প্রতিষ্ঠানক গতাই দিছে আৰু আনফালে, সাধাৰণ জনতাৰ পৰা বিভিন্ন অজুহাতত আৰক্ষীৰ দ্বাৰা জৰিমনা বিহা হৈছে। যদি পার্কিং স্থান নাথাকে, কোনো এখন দোকানলৈ অহা গ্রাহকে বাহন ক’ত ৰাখিব? পথৰ কাষত যদি ক্ষন্তেক ৰাখি বজাৰ কৰিবলৈ যায়, লগে লগে দুহেজাৰ টকাৰ জৰিমনা আহে। এইবোৰ কাৰণে আজি গ্রাহক আহিবলৈ এৰি দিছে বুলি ব্যৱসায়ীসকলে সদৰী কৰি শীঘ্ৰে এই সমস্যা সমাধান নহ’লে তেওঁলোকে প্রতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against Local Shop OwnersGuwahatimany companies that have occupied parking spacesShraddhanjali FlyOVERZoo Road
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d